• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?

গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?

4 years ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

21 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

50 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

1 hour ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

2 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

2 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

2 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

3 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

4 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

4 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

5 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

5 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?

editor by editor
April 22, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ৰাজনীতিক বুলড’জাৰে গৰম কৰি ৰখাৰ সময়তে ভাৰত ভ্ৰমণত ব্যস্ত থকা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে বুল’ডজাৰ চলোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

ইতিমধ্যে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে বুলড’জাৰ চলোৱাৰ দৃশ্য তথা ফ’টোৱে সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷ টুইটাৰৰ লগতে সামাজিক মাধ্যমৰ অন্য চাইটসমূহতো ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ বুলড’জাৰ চলোৱা ফ’টো ট্ৰেণ্ডিঙত আছে৷

বিভিন্ন লোকে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ফ’টো শ্বেয়াৰ কৰাৰ লগতে তাত বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ আনকি সামাজিক মাধ্যমত বহুতে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীক বুলড’জাৰ চালকৰূপে মিম সৃষ্টি কৰি শ্বেয়াৰ কৰাও দেখা গৈছে৷

লগতে পঢ়ক কিয় ছাতিৰে নিজকে ঢাকি ৰাখিছিল শ্বাহৰুখ আৰু গৌৰি খানে?

ইফালে যোৱা দুদিনমান ধৰি বুলড’জাৰে ভাৰতীয় ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ বিশেষকৈ দিল্লী পৌৰ নিগমে বুলড’জাৰেৰে জাহাংগীৰপুৰীত চলোৱা বিধ্বংসী উচ্ছেদ কাৰ্যক বিভিন্ন ৰাজনৈতিক দলে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰিছে৷ আনিক আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ ভূমিকাকো বিভিন্ন পক্ষই সমালোচনা কৰিছে৷

উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ স্থাগিতাদেশ দিয়াৰ পিছতো কেন্দ্ৰ চৰকাৰ আৰু দিল্লী পৌৰ নিগমে কেনেকৈ জাংহাগীৰপুৰীত উচ্ছেদ চলালে তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছে৷ বামপন্থী নেত্ৰী বিন্দা কাৰাটে উচ্ছেদস্থলীত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ নিৰ্দেশ পত্ৰ লৈ উপস্থিত হোৱাৰ পিছতে এই বিষয়টোৱে অধিক চৰ্চা লাভ কৰিবলৈ ধৰে৷

ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী পৌৰ নিগমে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে৷ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক তথ্যৰ মতে ২০২১ চনৰ জানুৱাৰী মাহতে জাংহাগীৰপুৰীত উচ্ছেদ আৰম্ভ কৰা বুলি কোৱা হৈছে৷ আনফালে উচ্ছেদৰ সময়ত কেৱল ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলিও গুৰুতৰ অভিযোগ উঠিছে৷

লগতে পঢ়ক চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

এনে অভিযোগ প্ৰতিঅভিযোগৰ মাজতে বুলড’জাৰ এতিয়া ভাৰতৰ ৰাজনীতিত ভয়ংকৰ দৈত্যৰূপে পৰিগণতি হৈছে৷ ঠিক তেনে সময়তে ভাৰত ভ্ৰমণত ব্যস্ত থকা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে গুজৰাটত উপস্থিত হৈয়ে বুলড’জাৰ কাৰখানাত উপস্থিত হৈ বুলড’জাৰ চলোৱা কাৰ্যই বিভিন্ন প্ৰশ্নৰ উদ্ৰেক কৰিছে৷

সেয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যই সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত থকা দেখা গৈছে৷ ইফালে ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে গুজৰাট উপস্থিত হৈ সাবৰমতী আশ্ৰমত উপস্থিত হৈ সূতা কাটি থকাৰ ফ’টোও ভাইৰেল হৈছে৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে দিল্লীত উপস্থিত হ’ব আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত বহাৰ সম্ভাৱনা আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBritish PM Boris JohnsonMP Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.