• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Productive আৰু Progressive Politics বিচাৰো, হঠাৎ কিয় ৰাজনীতি বেয়া লগা হ’ল কণ্ঠশিল্পী দীপলিনা ডেকাৰ?

Productive আৰু Progressive Politics বিচাৰো, হঠাৎ কিয় ৰাজনীতি বেয়া লগা হ’ল কণ্ঠশিল্পী দীপলিনা ডেকাৰ?

6 months ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

14 minutes ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

32 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

47 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

1 hour ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

3 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

4 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

6 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Productive আৰু Progressive Politics বিচাৰো, হঠাৎ কিয় ৰাজনীতি বেয়া লগা হ’ল কণ্ঠশিল্পী দীপলিনা ডেকাৰ?

Productive আৰু Progressive Politics বিচাৰো, হঠাৎ কিয় ৰাজনীতি বেয়া লগা হ'ল কণ্ঠশিল্পী দীপলিনা ডেকাৰ?

editor by editor
October 7, 2025
in অসম, গুৱাহাটী, জীৱনশৈলী
0
Productive আৰু Progressive Politics বিচাৰো, হঠাৎ কিয় ৰাজনীতি বেয়া লগা হ’ল কণ্ঠশিল্পী দীপলিনা ডেকাৰ?
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰাজনীতি ভালপোৱা এগৰাকী কণ্ঠশিল্পী। এগৰাকী সচেতন নাগৰিক হিচাপে তেওঁ বহু সময়ত নিজৰ সামাজিক মাধ্যম একাউণ্টত ৰাজ্যৰ সকলো পৰিস্থিতিত মাত মাতি আহিছে। কা আন্দোলনৰ পৰা আৰম্ভ কৰি বান পৰিস্থিতিলৈ সকলোতে তেওঁ এবাৰলৈকে হলেও মাত মাতে। সেই কণ্ঠশিল্পীগৰাকীয়েই সোমবাৰে মাজনিশা হঠাৎ জনাইছে ৰাজনীতি বেয়া লগাৰ কথা। কিয়, কি কাৰণত তেওঁৰ ৰাজনীতিৰ প্ৰতি অনিহা জাগিল সেই কথা তেওঁ পাকে প্ৰকাৰে বুজাইয়ো দিছে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। দীপলিনা ডেকাৰ জুবিন গাৰ্গৰ সৈতেও আছিল খুবেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক। জুবিন গাৰ্গৰ চিনেমা মিছন চাইনাত তেওঁক অভিনেত্ৰীৰ ৰূপতো দেখা গৈছিল। খুবেই জনপ্ৰিয় হৈছিল মিছন চাইনা। তাৰপিছতেই দীপলিনাক ব’হাগৰ প্ৰায় প্ৰতিখন মঞ্চতেই কণ্ঠশিল্পীৰ ৰূপত দেখা যায়।
সোমবাৰে কণ্ঠশিল্পী দীপলিনাই সামাজিক মাধ্যমত লিখিছে বিশেষ পোষ্ট। তেওঁ লিখিছে-
‘এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে।
আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰ খন! সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা! এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা,
কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোবোৰ জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে?
আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ!’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

March 23, 2026
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 23, 2026
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ
জীৱনশৈলী

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

March 23, 2026
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
Next Post
কংগ্ৰেছীসকল মাতৃগৰ্ভৰ পৰা জন্ম হৈছেনে মই নাজানো, কিয় কংগ্ৰেছীক উদ্দেশ্যি এই কথা ক’লে মুখ্যমন্ত্ৰীয়ে

কংগ্ৰেছীসকল মাতৃগৰ্ভৰ পৰা জন্ম হৈছেনে মই নাজানো, কিয় কংগ্ৰেছীক উদ্দেশ্যি এই কথা ক'লে মুখ্যমন্ত্ৰীয়ে

শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?

শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.