• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

2 years ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

1 hour ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

2 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

2 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

2 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

3 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

3 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

4 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

4 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

4 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

5 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

5 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

editor by editor
April 11, 2024
in জীৱনশৈলী
0
কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

আজি ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ঈদ। বিশ্ববাসীৰ শান্তিৰ বাবে পুৱাই সকলো মুছলমান ধৰ্মীৰ লোকে একগোট হৈ সমূহীয়া নামাজ আদায় কৰে। পাথে জানেনে বছৰত ঈদ কিয় দুবাৰকৈ পালন কৰা হয়।

এটা হৈছে ঈদ-উল-ফিতৰ যাক আমি মীথি ঈদ বুলিও কওঁ আৰু আনটো হৈছে ঈদ-উল-জুহা, যাক বকৰিদ বুলি জনা যায়। এই উৎসৱ ঈদৰ জোন দেখাৰ পিছদিনা পালন কৰা হয়।

ইয়াৰ কাৰণ হ’ল উৰ্দু পঞ্জিকা হিজৰী সংভাত চান্দৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল। হিজৰী সংভাটৰ যিকোনো মাহ অমাৱস্যা দেখাৰ পৰাই আৰম্ভ হয়।

শ্বাৱাল মাহৰ প্ৰথম দিনটোত ৰমজান মাহৰ শেষ নিশা জোন দেখাৰ পাছত মীথি ঈদ পালন কৰা হয়। ৰমজানৰ প্ৰায় ৭০ দিনৰ পিছত বকৰিদ উৎসৱ পালন কৰা হয়। ইয়াক ঈদ-উল-জুহা আৰু ঈদ-উল-আজহা (ঈদ-উল-আধা) বুলিও কোৱা হয়।

ঈদ-উল-আজহা অৰ্থাৎ বকৰিদ, এই দিনটোৰ ইতিহাস হজৰত ইব্ৰাহিমৰ সৈতে জড়িত এটা ঘটনা। এই দিনটোক বলিদানৰ দিন বুলি গণ্য কৰা হয়। কোৱা হয় যে এদিন আল্লাহে হজৰত ইব্ৰাহিমক সপোনত নিজৰ আটাইতকৈ প্ৰিয় বস্তুটো কুৰবানী কৰিবলৈ অনুৰোধ কৰিছিল।

হজৰত ইব্ৰাহিমে নিজৰ পুত্ৰক বৰ ভাল পাইছিল, সেয়েহে পুত্ৰক বলিদান দিয়াৰ সিদ্ধান্ত লৈছিল। হজৰত ইব্ৰাহিমে পুত্ৰক কুৰবানী কৰিবলৈ ওলোৱাৰ সময়তে আল্লাহে তেওঁৰ ৰাছুল পঠিয়াই তেওঁৰ পুত্ৰৰ ঠাইত ছাগলী স্থাপন কৰিলে। তেতিয়াৰ পৰাই ইছলামত বকৰিদ উদযাপন আৰম্ভ হ’ল।

আনহাতে মীথি ঈদ হৈছে ইছলাম ধৰ্মৰ সৰ্বপ্ৰথম যুঁজখনৰ সুখৰ বাবে উদযাপন কৰা হয়। মীথি ঈদ প্ৰথমবাৰৰ বাবে ৬২৪ খ্ৰীষ্টাব্দত পালন কৰা হৈছিল। কোৱা হয় যে আজিৰ দিনটোতে হজৰত মহম্মদে বদৰৰ যুদ্ধত জয়লাভ কৰিছিল।

সেই যুঁজ আছিল মুছলমান ধৰ্মৰ লোকৰ প্ৰথমখন যুঁজ। সেই যুঁজত নবীৰ বিজয়ক লৈ সুখ প্ৰকাশ কৰি বহু মানুহৰ মাজত মিঠাই বিতৰণ কৰিছিল। বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰি উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই ঈদ-উল-ফিটৰ পালন কৰিবলৈ ধৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Eid-ul-Fitr
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?
চিনেমা

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
Next Post
বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.