• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

4 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

7 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

8 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

9 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

9 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

9 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

10 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

10 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

11 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

12 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

13 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

14 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

editor by editor
March 28, 2022
in চিনেমা, বিশ্ব
0
অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯৮ সংখ্যক অকাডেমি বঁটা প্ৰদান মঞ্চত সংঘটিত হৈছে কোটি কোটি দশকক হচকিত কৰি তোলা এক অঘটন৷ হলিউদৰ অভিনেতা উইল স্মিথে অকাডেমিৰ বঁটা প্ৰদান অনুষ্ঠানৰ হ’ষ্ট ক্ৰিছ ৰ’কক মঞ্চতে প্ৰচণ্ড চৰ সোধাই সমগ্ৰ বিশ্বকে হচকিত কৰি তুলিছে৷

ষ্টেণ্ড আপ কমেডিয়ান অভিনেতা ক্ৰিছ ৰ’কে মঞ্চত ৰসিকতা কৰি থকা অৱস্থাতে হলিউদৰ অভিনেতা উইল স্মিথে বহি থকা আসনৰ পৰা উঠি মঞ্চলৈ গৈ ৰ’কক প্ৰচণ্ড চৰ সোধাই আহে৷

ৰ’কক চৰ সোধাই পুনৰ নিজৰ আসনত বহি স্মিথে ৰ’কক উদ্দেশ্যি তীব্ৰ ভাষাৰে গালি গালাজ কৰে৷ এই ঘটনাত অকাডেমি অনুষ্ঠানত উপস্থিত থকা শ শ লোক হচকিত হোৱাই নহয়, বিশ্বজুৰি অনুষ্ঠানটো চাই থকা কোটি কোটি লোকো  হচকিত হৈ উঠে৷

লগতে পঢ়ক নিবনুৱালৈ সুখবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন

এতিয়া প্ৰশ্ন হৈছে হলিউদৰ অভিনেতাগৰাকীয়ে কিয় হঠাতে ক্ৰোধান্বিত হৈ এইদৰে ক্ৰিছ ৰ’কক প্ৰচণ্ড চৰ সোধালে?

ষ্টেণ্ড আপ কমেডিয়ান ক্ৰিছ ৰ’কে অনুষ্ঠান হ’ষ্ট কৰি থকা সময়তে ৰসিকতা কৰি আছিল৷ ক্ৰিছে ৰসিকতাৰে উইল স্মিথৰ পত্নী তথা জি আই জেনৰ অভিনেত্ৰী জাডা পিঙ্কেটৰ নাম লৈ ৰসিকতা কৰিছিল৷ এক বিশেষ ৰোগত আক্ৰান্ত হৈ থকা পিঙ্কেটৰ মূৰৰ চুলি সম্পূৰ্ণ ৰূপে সৰি পৰিছে৷ আচলতে ৰ’কে এই অসুখক কেন্দ্ৰ কৰিয়ে ৰ’কে পিঙ্কেটৰ নাম লৈ ৰসিকতা কৰিছিল, যিটোৱে সম্মুখৰ আসনত বহি থকা পিঙ্কেটক বিব্ৰত কৰি তুলিছিল৷

স্মিথে পত্নী পিঙ্কেটৰ এই বিব্ৰত অৱস্থা সহ্য কৰিব নোৱাৰি মঞ্চলৈ গৈ ক্ৰিছ ৰ’কক প্ৰচণ্ড চৰ সোধাই পুনৰ নিজৰ আসনত বহি ক্ৰিছক উদ্দেশ্যি তীব্ৰ ভাষাৰে গালি গালাজ কৰে৷

লগতে পঢ়ক ‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

‘‘তোমাৰ লেতেৰা মুখত মোৰ পত্নীৰ নাম নল’বা৷’’ নিজৰ আসমত বহি ক্ষুব্ধ স্মিথে ক্ৰিছক উদ্দেশ্যি এইদৰে কয়৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ক্ৰিছে স্মিথৰ অভিনেত্ৰী পত্নী পিঙ্কেটক ৰসিকতাৰ নামত তাচ্ছিল্য কৰিছিল ৷ ২০১৬ চনতো হ’ষ্ট কৰাৰ সময়ত কৰা সেই তাচ্ছিল্যক ক্ৰিছে ৰসিতকা অৰ্থাৎ কৌতুক কৰা বুলিহে দাবী কৰিছিল৷ আজিৰ অনুষ্ঠানত ক্ৰিছে সেই দাবী কৰিলেও কিন্তু স্মিথে তাক মানি লোৱা নাই৷

লগতে পঢ়ক   প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?

অভিনেতা উইল স্মিথে ক্ৰিছ ৰ’কক প্ৰচণ্ড চৰ সোধোৱা ভিডিঅ’ এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে৷ সমগ্ৰ ঘটনাটো বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷

আনহাতে, এই অনুষ্ঠানতে হলিউদৰ অভিনেতা উইল স্মিথে ৯৮ সংখ্যক অকাডেমিৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও ক্ৰন্দৰত অৱস্থাতে গ্ৰহণ কৰে৷ স্মিথে কিং ৰিচাৰ্ডত কৰা অভিনয়ৰ বাবে এইবাৰৰ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabbarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChris RockOscarWill Smith
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?
বিনোদন

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

April 12, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
IPLৰ অনুষ্ঠানত বক্সাৰ লাভলীনাক সন্মান BCCIৰ, ২৫ লাখ টকাৰ চেক প্ৰদান

IPLৰ অনুষ্ঠানত বক্সাৰ লাভলীনাক সন্মান BCCIৰ, ২৫ লাখ টকাৰ চেক প্ৰদান

হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?

হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.