• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়াই বিহু নাচিব, বিহু তেজত আছে, থাকিব কিন্তু তাতো সমস্যা আছে! আপত্তি প্ৰকৃততে কিয় কৰিছে একাংশই? সবিশেষ…

অসমীয়াই বিহু নাচিব, বিহু তেজত আছে, থাকিব কিন্তু তাতো সমস্যা আছে! আপত্তি প্ৰকৃততে কিয় কৰিছে একাংশই? সবিশেষ…

3 years ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

42 minutes ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

1 hour ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

2 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

3 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

3 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

4 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

5 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

16 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়াই বিহু নাচিব, বিহু তেজত আছে, থাকিব কিন্তু তাতো সমস্যা আছে! আপত্তি প্ৰকৃততে কিয় কৰিছে একাংশই? সবিশেষ…

editor by editor
April 13, 2023
in অসম, বিবিধ
0
অসমীয়াই বিহু নাচিব, বিহু তেজত আছে, থাকিব কিন্তু তাতো সমস্যা আছে! আপত্তি প্ৰকৃততে কিয় কৰিছে একাংশই? সবিশেষ…
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি বিহুৱে গঢ়িব বিশ্ব ৰেকৰ্ড। গীনিজ বুক অৱ ৰেকৰ্ডছ গঢ়িবলৈ যোৱাৰ সময়ত বিহুক লৈ আৰম্ভ হৈছে বিতৰ্কৰো। একাংশই সামাজিক মাধ্যমত লিখিছে এয়া ধনৰ অপচয়। এগৰাকী সচেতন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে আকৌ কৈছে এই অসন্তুষ্টি বিহুক লৈ নহয়, অসন্তুষ্টি এখন নিৰ্বাচিত চৰকাৰৰ অদ্ভুত কামকাজক লৈহে।

ইউজাৰকাৰীগৰাকীয়ে লিখিছে, ‘অসন্তুষ্টি বিহুক লৈ নহয়, অসন্তুষ্টি এখন নিৰ্বাচিত চৰকাৰৰ অদ্ভুত কামকাজক লৈহে। বিহু অসমীয়াৰ প্ৰাণ। অসমীয়াই বিহু নাচিব। বিহু তেজত আছে, থাকিব। কিন্তু এখন চৰকাৰৰ কাম কি? নাচ, গানত মগ্ন থকা নে জনকল্যাণমূলক কামকাজত গুৰুত্ব দিয়া? হিতাধিকাৰী আঁচনিৰ বাহিৰে আৰু কি হৈছে? ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা কোনটো পৰ্যায়ত আছে সেই কথা বুজি পোৱা মানুহে এই মহা আয়োজন মানি ল’ব পৰা নাই। বিহুৰ ৰেকৰ্ড ১১ হাজাৰ নাচনীৰে নহয়, ১১ লাখ নাচনীৰে কৰিলেও আপত্তি নাই।

আপত্তি আছে ১ লাখ ৩২ হাজাৰ কোটি টকা ঋণত ডুবি থকা এখন চৰকাৰে টেক্সৰ ওপৰত টেক্স লগাই জনসাধাৰণক টেটুচেপা দি থকাৰ সময়ত ২০০ কোটি টকা নাচ, গানত খৰচ কৰাটোত। এই সাধাৰণ কথাটো বুজি পোৱা উচিত। হয়, সৰুসজাইত যি পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশ দেখিলে সকলো অসমীয়াৰ বুকু ফুলি উঠিব। কিন্তু এখন চৰকাৰ এইদৰে নাচ,গানত মত্ত থাকি আৱেগৰ সৈতে খেলা কৰা উচিত নে?

বিহুক ‘বিশ্ব দৰবাৰ’লৈ নিব বিচৰা সকলে কথাবোৰ অনুধাৱন কৰক। ১১ হাজাৰ ল’ৰা, ছোৱালী একত্ৰিত হৈ ঢোল, পেপা বজাই বিহু নাচিলেই বিহু বিশ্ব দৰবাৰলৈ নাযায়। অসমীয়া জাতি জীয়াই থাকিলেহে বিহু থাকিব। আৰু এটা জাতি তেতিয়াহে জীয়াই থাকিব যেতিয়া ভাষা, সংস্কৃতি, অৰ্থনৈতিক ভেটি সৱল হৈ থাকিব। ভাষা গ’ল। সংস্কৃতি বিজতৰীয়া হ’ল। নাগাৰা নামৰ কি হ’ল? ভাওনাত মুকলিকৈ মদ খাব পৰা হ’ল। দুদিন ৰৈ দিয়ক। আৰু বহু উদাহৰণ বিহুৰ দিন কেইটাতে এই ফেচবুকতেই পাব।

অৰ্থনৈতিক ভেটি কোনটো পৰ্যায়ত আছে সেয়া নকলেও সকলোৱে জানে। ১ লাখ ৩২ হাজাৰ কোটি ধাৰত ডুবি থকা চৰকাৰখনে এই কেইদিনতে ১ হাজাৰ কোটি ঋণ লোৱাৰ কথা। চলিত বছৰত চৰকাৰে ল’ব অতি কমেও ২৫ হাজাৰ কোটিৰ ঋণ। ২০২৪ লৈ চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ’বগৈ ডেৰ লাখ কোটিৰো অধিক।
এই যে ডেৰ লাখ কোটি টকাৰ ঋণ, ইয়াৰ সুত দিবলৈও ঋণ লোৱা হৈছে। মূলধনৰ কথা বাদেই। জানোঁ এইবোৰ কৈ, লিখি একো লাভ নাই, অৰ্থহীন। তথাপিও লিখিছোঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
Next Post
চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ…

চেলেঞ্জ কৰি মাৰাথন সংগম! ১২ ঘণ্টাৰ অন্তত মৃত্যু হ’ল যুৱকৰ...

তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

তীব্ৰ গৰমে দহিছে ৰাজ্য! হিটষ্ট্ৰোকৰ আশংকা বাঢ়িছে, কি কি উপায়েৰে হিটষ্ট্ৰোকৰ পৰা বাচিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.