• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ মুম্বাই আৰক্ষীক সহায় ভিক্ষা ৰিয়া চক্ৰৱৰ্তীৰ

এইবাৰ মুম্বাই আৰক্ষীক সহায় ভিক্ষা ৰিয়া চক্ৰৱৰ্তীৰ

6 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

4 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

4 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

5 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

5 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

6 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

7 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

8 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

9 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

10 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এইবাৰ মুম্বাই আৰক্ষীক সহায় ভিক্ষা ৰিয়া চক্ৰৱৰ্তীৰ

editor by editor
August 27, 2020
in চিনেমা, ভাৰত
0
এইবাৰ মুম্বাই আৰক্ষীক সহায় ভিক্ষা ৰিয়া চক্ৰৱৰ্তীৰ
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত জড়িত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈছে। সংবাদমাধ্যমৰ পৰা ছ’চিয়েল মিডিয়ালৈকে সৰ্বত্ৰে ৰিয়াক কৰা হৈছে কটাক্ষ। ৰিয়া আৰু তেওঁৰ পৰিয়ালৰ প্ৰত্যেক সদস্যৰ নাম জড়িত হৈ পৰিছে সুশান্তৰ মৃত্যুত। ফলত বিপাঙত পৰিছে অভিনেত্ৰীগৰাকী। অভিযোগ উঠিছে সুশান্তক ৰিয়াই ড্ৰাগছ দিছিল। সুশান্তক বিহ দি হত্যা কৰাৰো অভিযোগ উঠিছে ৰিয়াৰ বিৰুদ্ধে। সুশান্তৰ মৃত্যুৰ ঘটনাত একাধিক এজেন্সিৰ তীক্ষ্ণ নজৰত আছে ৰিয়া আৰু তেওঁৰ পৰিয়াল। প্ৰতিদিনেই আহি পৰিছে ন-ন চাঞ্চল্যকৰ তথ্য। যাৰবাবে ভাৰতীয় সংবাদমাধ্যমৰ বহু সাংবাদিক অভিনেত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত খবৰৰ বাবে অপেক্ষা কৰে। তাতেই আপত্তি ৰিয়াৰ। মন্তব্য কৰিলে-নিৰাপত্তাহীনতাত ভুগিছে তেওঁ আৰু তেওঁৰ পৰিয়ালে। “ED, CBI আৰু অন্য তদন্তকাৰী সংস্থাৰ সৈতে সহযোগিতাৰ বাবে মই আৰু মোৰ পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাব লগা হৈছে। যাৰবাবে মোৰ পৰিয়ালৰ লোকসকলৰ জীৱন সংকটত পৰিছে।” আৰু সেইবাবে মুম্বাই আৰক্ষীৰ দ্বাৰস্থ হৈছে ৰিয়া। মুম্বাই আৰক্ষীক অনুৰোধ কৰি ক’লে-“আমাক সুৰক্ষা দিয়ক। যাতে আমি তদন্তকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰিব পাৰোঁ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mumbai policerhea chakrabortysushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
Next Post
অৰ্চনা মহন্তঃ এটি কোমল কণ্ঠ

অৰ্চনা মহন্তঃ এটি কোমল কণ্ঠ

বিস্ফোৰণ ৰিয়াৰ। আত্মহত্যা কৰিব ৰিয়াই!

বিস্ফোৰণ ৰিয়াৰ। আত্মহত্যা কৰিব ৰিয়াই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.