• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

2 months ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

11 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

11 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

11 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

12 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

13 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

14 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

14 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

15 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

15 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

16 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

17 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

আমেৰিকাৰ কোন সংস্থাক দিছিল ২৮৬৩ কোটি টকা?

editor by editor
July 9, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ
0
SHARES
530
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপ জয়ৰ দিশে আগবাঢ়ি থকাৰ মাজতেই দলটোৰ ফুটবল প্ৰশাসনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক নতুন বিতৰ্ক। শেহতীয়াকৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, আর্জেণ্টিনা ফুটবল এছ’চিয়েচন (AFA)ৰ বিভিন্ন আৰ্থিক লেনদেনৰ ওপৰত FBI আৰু ন্যায় বিভাগে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। বিশেষকৈ ফক্স স্প’ৰ্টছ মেক্সিকোৰ উদ্ধৃতিৰে আৰ্জেণ্টিনাৰ এখন আগশাৰীৰ কাকত ‘লা নেচিয়ন’ৰ মতে, ক্লাউডিঅ’ টাপিয়াৰ নেতৃত্বত আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনে আমেৰিকাৰ বিত্তীয় ব্যৱস্থাৰ জৰিয়তে লাখ লাখ ডলাৰ আগবঢ়াইছিল নেকি? কাক আগবঢ়াইছিল আৰু এনে বিত্তীয় কোনো লেনদেনে আমেৰিকাৰ আইন উলংঘা কৰিছিল নেকি সেই বিষয়ে তদন্তকাৰী সংস্থাই পৰীক্ষা কৰি আছে। ক্লডিঅ’ টাপিয়াৰ নেতৃত্বত আৰ্জেণ্টিনা ফুটবলে সাম্প্ৰতিক সময়ত অভূতপূৰ্ব সফলতা লাভ কৰিছে।
২০২২ চনৰ বিশ্বকাপ জয়ৰ পাছত দলটোৱে চলিত বিশ্বকাপতো এই পৰ্যন্ত শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু দেশখনৰ লা নাচিঅন (La Nación) কাকতৰ প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে হৈছে যে আমেৰিকাৰ তদন্তকাৰী সংস্থাই AFAৰ বাণিজ্যিক চুক্তি, স্পনছৰশ্বিপ আৰু আমেৰিকাত সম্পন্ন হোৱা বিভিন্ন আৰ্থিক ব্যৱস্থাৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিছে। এই বাতৰি প্ৰকাশ পোৱাৰ লগে লগে ফুটবল বিশ্বত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে।

পূৰ্বেও বিতৰ্কৰ আওতালৈ আহিছিল AFA

উল্লেখযোগ্য যে, এই ঘটনাৰ পূৰ্বেও আৰ্জেণ্টিনা ফুটবলক কেন্দ্ৰ কৰি একাধিক বিতৰ্কৰ সৃষ্টি হৈছিল। ২০২৫ চনৰ ডিচেম্বৰত ছুৰ ফিনান্সাছ (Sur Finanzas) নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি ধন সৰবৰাহ আৰু কৰ ফাঁকিৰ অভিযোগত আৰ্জেণ্টিনা চৰকাৰে আর্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ মুখ্য কাৰ্যালয়ৰ লগতে কেইবাটাও ফুটবল ক্লাবত অভিযান চলাইছিল।

প্ৰায় ২৮৬৩ কোটি টকাৰ বিত্তীয় লেনদেন

সংশ্লিষ্ট সংবাদ মাধ্যমসমূহৰ তথ্য অনুসৰি, তদন্তকাৰী সংস্থাই আর্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ সৈতে জড়িত প্ৰায় ২৬০ মিলিয়নৰ পৰা ৩০০ মিলিয়ন আমেৰিকান ডলাৰ(প্ৰায় ২,৮৬৩ কোটি টকা)ৰ লেনদেনৰ পৰ্যালোচনা কৰি আছে। এই ধনৰ একাংশ আমেৰিকাৰ কেইবাটাও বেংকৰ জৰিয়তে স্থানান্তৰ কৰা হৈছিল বুলি অভিযোগ উঠিছে। তদন্তৰ কেন্দ্ৰবিন্দুত আছে ফ্ল’ৰিডাস্থিত TourProdEnter LLC নামৰ এটা কোম্পানী, যিয়ে আর্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চুক্তি আৰু আয় পৰিচালনা কৰিছিল বুলি সংশ্লিষ্ট সংবাদ মাধ্যত প্ৰকাশ কৰা হৈছে। ইয়াৰে কিছু ধনৰ লেনদেনৰ কোনো স্পষ্ট ব্যৱসায়িক উদ্দেশ্য নথকাৰ অভিযোগ উত্থাপন হৈছে।
অৱশ্যে বৰ্তমানলৈকে FBI বা আমেৰিকাৰ ন্যায় বিভাগে আর্জেণ্টিনা ফুটবল এছ’চিয়েচন অথবা ইয়াৰ কোনো বিষয়াৰ বিৰুদ্ধে কোনো আনুষ্ঠানিক অপৰাধমূলক অভিযোগ দাখিল কৰা নাই। তদন্তকাৰী সংস্থাই কেৱল নথি-পত্ৰ পৰীক্ষা, বেংক লেনদেনৰ বিশ্লেষণ আৰু সংশ্লিষ্ট ব্যক্তিৰ সাক্ষ্য সংগ্ৰহ কৰি আছে। কোৱাৰ্টাৰ ফাইনেলৰ দৰে গুৰুত্বপূৰ্ণ খেলৰ প্ৰস্তুতি চলি থকাৰ সময়তে আর্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহে ফুটবল জগতত নতুন প্ৰশ্নৰ উত্থাপন কৰিছে। সাম্প্ৰতিক সময়ত ইটোৰ পিছত সিটো সাফল্য আৰু ট্ৰফীৰে বিশ্ব ফুটবলত আধিপত্য বিস্তাৰ কৰা আর্জেণ্টিনা ফুটবল এছ’চিয়েচনৰ বাবে এতিয়া ক্ৰীড়া সাফল্যৰ লগতে স্বচ্ছতা, সুশাসন আৰু বিত্তীয় লেনদেনৰ বিষয়সমূহো সমানে গুৰুত্বপূৰ্ণ হৈ পৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Argentina Football Teamasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!
বিনোদন

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

August 22, 2026
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?
বিনোদন

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

August 22, 2026
Next Post
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.