• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড, অভিযুক্ত স্বামী আৰক্ষী হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত দুৰ্ভগীয়া পত্নী

আৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড, অভিযুক্ত স্বামী আৰক্ষী হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত দুৰ্ভগীয়া পত্নী

5 years ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

43 minutes ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

1 hour ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

2 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

3 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

3 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

4 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

5 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

6 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড, অভিযুক্ত স্বামী আৰক্ষী হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত দুৰ্ভগীয়া পত্নী

editor by editor
August 23, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
আৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড, অভিযুক্ত স্বামী আৰক্ষী হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত দুৰ্ভগীয়া পত্নী
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এগৰাকী দুৰ্ভগীয়া মহিলাৰ হৃদয়বিদাৰক কাহিনী৷ পতি আৰক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত দুৰ্ভগীয়া পত্নীগৰাকী৷ দৰঙত এগৰাকী আৰক্ষী জোৱানৰ অমানুষিক কাণ্ড তথা ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিৰ্লিপ্ততাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ দৰঙৰ পানবাৰী আৰক্ষী চকীত কৰ্মৰত তুফাজ্জল মণ্ডল নামৰ আৰক্ষী জোৱানজনে নিজ পত্নীৰ ওপৰত চলোৱা শাৰিৰীক-মানসিক অত্যাচাৰ সন্দৰ্ভত ধূলা আৰক্ষী থানাত বাৰে বাৰে আবেদন জনোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে৷ অভিযোগ অনুসৰি শাৰিৰীক তথা মানসিক অত্যাচাৰৰ ওপৰিও পৰকীয়া প্ৰেমৰ বাবেই নিজৰ পত্নীক চাৰিবাৰকৈ গৰ্ভপাত কৰায় তুফাজ্জল মণ্ডলে। কেৱল সেয়াই নহয় যৌতুক দাবীৰে পত্নীক হত্যাৰ অপচেষ্টা কৰে স্বামীৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত ধূলা আৰক্ষী থানাত 265/21 U/S 498/(A) 312/325/307/34IPC ধাৰাত গোচৰ ৰুজু হয় যদিও ন্যায় নোপোৱাৰ অভিযোগ দুৰ্ভগীয়া পত্নীৰ। মহিলাগৰাকীক ন্যায় প্ৰদান কৰা পৰিৱৰ্তে অভিযুক্ত স্বামীক ৰক্ষণা-বেক্ষণ দিয়াৰহে অভিযোগ পত্নীৰ পৰিয়ালৰ৷ নাৰী সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি তথা কাৰ্যপন্থাৰ নামত চৰকাৰে ঢাক-ঢোল বজালেও প্ৰকৃততে সুৰক্ষাৰ পৰা বঞ্চিত নাৰীসকল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
Next Post
জামুগুৰিহাটত গীতে-মাতে মুখৰিত ভাদ মাহৰ পথাৰ

জামুগুৰিহাটত গীতে-মাতে মুখৰিত ভাদ মাহৰ পথাৰ

আজিৰে পৰা আৰম্ভ হ’ব kbc-13, অমিতাভ বচ্চনৰ সৈতে ৰেপিড ফায়াৰ ৰাউণ্ডত থাকিব সিদ্বাৰ্থ বসু

আজিৰে পৰা আৰম্ভ হ’ব kbc-13, অমিতাভ বচ্চনৰ সৈতে ৰেপিড ফায়াৰ ৰাউণ্ডত থাকিব সিদ্বাৰ্থ বসু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.