• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

10 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

11 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

12 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

14 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

15 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

15 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

16 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ

editor by editor
March 24, 2022
in অসম, গুৱাহাটী
0
টেট উত্তীৰ্ণ শিক্ষকৰ গুৰু গৰ্জনত উত্তাল কাহিলিপাৰা : ক্ষান্ত নোহোৱাৰ অংগীকাৰ শিক্ষক সমাজৰ
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চমৎকাৰেৰে জনতাক মোহাৱদ্ধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টাৰেৰে নিজৰ চৰকাৰক জনতাৰ চৰকাৰ বুলি লম্ফ-জম্ফ কৰি অহা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে নিজৰ দানৱীয় ৰূপটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে৷

জনতাক যিমান পাৰে সিমান ‘মৰম কৰিব’ লাগিব বুলি শিক্ষা দিয়া ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকৰ ওপৰত দমনীয় আচৰণ কৰিছে৷

নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি সময়ে সময়ে আন্দোলন কৰি অহা ৰাজ্যৰ হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে বৃহস্পতিবাৰে কালিহিপাৰাস্থিত সৰ্বশিক্ষা মিছনৰ কাৰ্যালয় ঘেৰাওৰে ‘গুৰু-গৰ্জন’ৰে কঁপাই  তোলে৷

লগতে পঢ়ক কিয় অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে ৰাজনীতি ত্যাগ কৰিব?

উল্লেখযোগ্য যে টেট উত্তীৰ্ণ শিক্ষক সমাজে ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদান কৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ইয়াৰ প্ৰতিবাদতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪০ হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে সেই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়লৈ আহে যদিও বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষকক গুৱাহাটীলৈ অহাত বাধা প্ৰদান কৰা বুলি বাতৰি পোৱা গৈছে৷

শিক্ষকৰ প্ৰতিবাদত শংকিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰক্ষীৰ হতুৱাই প্ৰতিবাদলৈ অহা প্ৰতিবাদী শিক্ষকসকলক গুৱাহাটীলৈ অহাত বাধা প্ৰদান কৰা বুলি অভিযোগ কৰিছে৷ টেট উত্তীৰ্ণ শিক্ষকৰ ‘গুৰু-গৰ্জন’ কাৰ্যসূচী বিফল কৰাৰ বাবেই এনেদৰে শিক্ষকসকল বিভিন্ন স্থানত ৰখোৱা বুলিও অভিযোগ আহিছে।

লগতে পঢ়ক জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

আনহাতে, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনে আৰক্ষী  আৰু অৰ্ধসামৰিক বাহিনীৰে পানী নসৰকা নিৰাপত্তা বেহু গঢ়ি তোলে।

ইয়াৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ টেট উত্তীৰ্ণ শিক্ষকে গুৱাহাটীৰ প্ৰতিবাদস্থলীলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰক্ষীৰ বাধাস্বত্বেও হাজাৰ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সৰ্বশিক্ষা মিছনৰ কাৰ্যালয় ঘেৰাও কৰে৷

এই প্ৰতিবাদী টেট উত্তীৰ্ণ শিক্ষকৰ ওপৰত আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাই নহয়, দমনীয় আচৰণ তথা অত্যাচাৰ কৰাৰ বাতৰিও আহিছে৷ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা টেট উত্তীৰ্ণ শিক্ষকসকলৰ ওপৰত আৰক্ষীয়ে এনে দমনীয় আচৰণ কৰাত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি তেওঁলোকে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে৷

শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে এনেদৰে বৰ্বৰ আচৰণেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে জনতাক তথা সাধাৰণ লোকক ‘মৰম কৰে’ নেকি বুলিও এতিয়া চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assam policeAssam-Govtaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTET teacher protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.