• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

4 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

8 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

8 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

9 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

9 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

11 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

12 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

13 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

14 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

15 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

16 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন সংগীত

ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

editor by editor
April 21, 2022
in অসম, সংগীত
0
ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?
0
SHARES
545
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিন পূৰ্বে তেওঁৰ চিনেমাখন নাচালে অসমীয়া মানুহক ঘৰে ঘৰে গৈ পিটিম বুলি ফটোৱা জাৰি কৰিছিল ৰাজ্যৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে৷ ইয়াৰ পিছতো পুনৰ এবাৰ অসমীয়াক ফটোৱা জাৰি কৰিছে জুবিন গাৰ্গে৷

বুধবাৰে নিশা বিহু সন্মিলনত গীত পৰিৱেশন কৰি জুবিন গাৰ্গে কয় যে ‘‘ছাউথৰ চিনেমা নাচাব, সেইবোৰ চোৱাতকৈ অসমীয়া চিনেমা চাব৷’’

তেওঁ লগতে কয় যে ছাউথক ধনী কৰি লাভ নাই৷ আমাৰ মানুহক ধনী কৰিব লাগিব৷ আমি সকলোৱে অসমীয়া ছবিক আগুৱাই নিব লাগিব৷ সিহঁতৰ চিনেমা এনেই৷

লগতে পঢ়ক অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

অসমীয়াক গেৰাণ্টী দি জুবিনে লগতে কয়, ‘‘মোক আপোনালোকে চিনেমা চাম বুলি গেৰাণ্টী দিয়ক, মই গেৰাণ্টী দি কৈছো ভাল চিনেমা উপহাৰ দিম৷’’

ইফালে ছাউথৰ চিনেমাবোৰ ফটুৱা বুলি উল্লেখ কৰি জুবিনে আৰু কয় ‘‘সিহঁতে মানুহ দলি মাৰি দিয়ে৷ আৰু আমি বুৰ্বকৰ নিচিনাকৈ চাই থাকো৷ আমি গৰু নহয়, আমি বাঘ৷’’

লগতে পঢ়ক ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

উল্লেখ্য কিছুদিন পূৰ্বে জুবিন গাৰ্গে তেওঁৰ আহিবলগীয়া এখন চিনেমাখন নাচালে অসমীয়াক ঘৰে ঘৰে গৈ পিটিম বুলি ফটোৱা জাৰি কৰিছিল৷ তাকে লৈ সামাজিক মাধ্যমত একাংশই জুবিন গাৰ্গক ট্ৰল কৰাও দেখা গৈছিল৷

নিজৰ স্বভাৱসিদ্ধ কথনশৈলীৰে দশকক তেওঁৰ চিনেমাখনৰ প্ৰতি আকৃষ্ট কৰিবলৈ জুবিন গাৰ্গে তেওঁ গীত পৰিৱেশন কৰা প্ৰতিখন বিহু মঞ্চকে অতি কৌশলেৰে এইদৰে ব্যৱহাৰ কৰা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSouth Filmzubin garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?
বিনোদন

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

July 21, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
Next Post
কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?

পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.