• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ স্বামীক হত্যা কৰি কোনে লিখিলে ‘স্বামীক কেনেকৈ হত্যা কৰা হ’ল?’

নিজৰ স্বামীক হত্যা কৰি কোনে লিখিলে ‘স্বামীক কেনেকৈ হত্যা কৰা হ’ল?’

4 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

12 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

12 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

14 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

14 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

15 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

16 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

17 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

18 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

19 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নিজৰ স্বামীক হত্যা কৰি কোনে লিখিলে ‘স্বামীক কেনেকৈ হত্যা কৰা হ’ল?’

editor by editor
June 14, 2022
in অপৰাধ, বিশ্ব
0
নিজৰ স্বামীক হত্যা কৰি কোনে লিখিলে ‘স্বামীক কেনেকৈ হত্যা কৰা হ’ল?’
0
SHARES
617
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম তেওঁৰ নেন্সি ক্ৰেম্পটন ব্ৰফী৷ বিশেষ পৰিচয় আছিল এগৰাকী লেখিকা৷ কিন্তু এতিয়া তেওঁ কেৱল এগৰাকী বিখ্যাত লেখিকাই নহয়৷ এতিয়া তেওঁৰ পৰিচয় হ’ল এগৰাকী হত্যাকাৰী৷ তাকো স্বামী হত্যাকাৰী৷

ইতিমধ্যে স্বামীক হত্যা কৰাৰ অপৰাধত ব্ৰফীয়ে কাৰাবাস খাটি আছে৷ স্বামীৰ হত্যাৰ অপৰাধত তেওঁক বিহা হৈছে যাৱজ্জীৱন কাৰাদণ্ড৷ কিন্তু আটাইতকৈ আশ্বৰ্যজনক কথাটো হ’ল যে স্বামীক হত্যা কৰাৰ সমস্ত কাহিনী লিখিহে তেওঁ লেখিকা হিচাপে প্ৰখ্যাত হৈ উঠিছিল৷

ব্ৰফীয়ে লিখা কিতাপখনৰ শিৰোণাম হ’ল ‘How to kill her husband’৷ অৰ্থাৎ ‘তেওঁৰ স্বামীক কেনেকৈ হত্যা কৰিব লাগে’৷

 

লগতে পঢ়ক পত্নীৰ বয়স ২৫ আৰু স্বামীৰ ৭০ বছৰ, বিয়াৰ কাৰণ ফাদিল কৰিলে পত্নীয়ে!

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি অৰেগন আদালতৰ ন্যায়াধীশে লেখিকা নেন্সি ক্ৰেম্পটন ব্ৰফীক যাৱজ্জীৱন শাস্তি প্ৰদান কৰিছে। তেওঁৰ স্বামীৰ নাম আছিল ডেনিয়েল ব্ৰফি। How to kill her husband নামেৰে এখন উপন্যাস লিখা এইগৰাকী লেখিকাই এই গ্ৰন্থখন লিখাৰ সময়তো তেওঁ যে নিজৰ স্বামীক হত্যা কৰিছিল তাক কোনেও সন্দেহ কৰা নাছিল।

প্ৰকাশিত খবৰৰ মতে প্ৰায় চাৰি বছৰ পূৰ্বে লেখিকাগৰাকীয়ে স্বামীক গুলীয়াই হত্যা কৰিছিল। স্বামীক হত্যা কৰিয়েই তেওঁ সেই স্থানৰ পৰা আঁতৰি গৈছিল৷ আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ মাত্ৰ আধা ঘণ্টা আগতে ঘটনাস্থলীত লেখিকাগৰাকী উপস্থিত আছিল।

এই আধাৰত যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে, লাহে লাহে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহিল। যদিও লেখিকাগৰাকীয়ে নিজেই এই হত্যাকাণ্ডৰ বাবে নিজৰ অপৰাধ স্বীকাৰ কৰা নাছিল, কিন্তু শেহতীয়াকৈ আদালতে এই গোচৰত নেন্সীক স্বামী হত্যাৰ দোষী সাব্যস্ত কৰে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHow to kill her husbandmurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
Next Post
Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.