• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

4 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

6 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

6 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

7 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

7 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

8 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

9 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

9 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

10 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

10 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

10 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

11 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

অনলাইন ডেটিঙেৰে সমস্যা সমাধানৰ চেষ্টা চৰকাৰৰ

editor by editor
July 18, 2022
in বিবিধ, ভাৰত
0
কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আচৰিত হ’লেও ৰাষ্ট্ৰীয় জনসংখ্যা পৰিসংখ্যাত এক সত্য পোহৰলৈ আহিছে দেশৰ এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকে বিয়া বাৰু কৰাৰ পিছতো সন্তান জন্ম দিবলৈ ইচ্ছা নকৰে আৰু সম্প্ৰদায়টোৰ লোকসকলৰ বিবাহৰ প্ৰতি অনাগ্ৰহী৷

এই বিশেষ ধৰ্মীয় সম্প্ৰদায়টো হৈছে পাৰ্চী৷ পৰিসংখ্যাৰ তথ্যই দেখুওৱাইছে যে সম্প্ৰদায়টোৰ জনসংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰিছে৷ নতুন ৰাষ্ট্ৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমীক্ষা অনুসৰি পাৰ্চীসকলৰ প্ৰজনন তথা উৰ্বৰতাৰ গড় হাৰ হৈছে মাত্ৰ ০.৮৷

সমীক্ষাৰ মতে হিন্দু সম্প্ৰদায়ৰ মুঠ প্ৰজনন হাৰ ১.৯৪, মুছলমান সম্প্ৰদায়ৰ ২.৩৬, খ্ৰীষ্টান সম্প্ৰদায়ৰ ১.৮৮ আৰু শিখ সম্প্ৰদায়ৰ ১.৬১। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ পাৰ্চী জনগোষ্ঠীৰ জনসংখ্যা আছিল ৫৭,২৬৪ জন, যিটো ১৯৪১ চনত ১,১৪,০০০ আছিল। অৰ্থাৎ পাৰ্চী জনসংখ্যা প্ৰায় ৫০ শতাংশলৈ হ্ৰাস হৈছে৷

লগতে পঢ়ক জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

সম্প্ৰদায়টোৰ এই ব্যাপক জনসংখ্যা হ্ৰাসে যথেষ্ট উদ্বেগ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ এই উদ্বিগ্নতাৰ মাজতে দেশৰ সংখ্যালঘু মন্ত্ৰণালয়ে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে৷ মন্ত্ৰণালয়ে গ্ৰহণ কৰা আঁচনি ‘জিয়’ পাৰ্চী’(জীয়ক পাৰ্চী)ৰ জৰিয়তে পাৰ্চী যুৱক-যুৱতীক বিয়াৰ বাবে উৎসাহিত কৰিবলৈ অনলাইন ডেটিং আৰু কাউন্সেলিঙৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷

মন্ত্ৰালয়ৰ আঁচনিখন পৰিচালনা কৰা পাৰ্জোৰ ফাউণ্ডেশ্যনৰ সঞ্চালক শ্বেৰনাজ কামাই কয় যে পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক বিবাহ আৰু সন্তান জন্ম দিবলৈ উৎসাহিত কৰাটো প্ৰয়োজনীয়৷ কাৰণ এই সম্প্ৰদায়ত প্ৰতি দম্পতীৰ প্ৰতি বছৰী মুঠ উৰ্বৰতাৰ গড় হাৰ প্ৰায় ০.৮৷ তেওঁ লগতে কয় যে গড়ে ২০০ ৰপৰা ৩০০ জন জন্মৰ তুলনাত সম্প্ৰদায়টোৰ ৮০০ লোকৰ মৃত্যু হয়, যিটো হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টানতকৈ বহু বেছি।

ইফালে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ২০১৩ চনৰ নৱেম্বৰ মাহত পাৰ্চী জনগোষ্ঠীৰ জনসংখ্যাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি মুঠ উৰ্বৰতাৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৪ ৰপৰা ৫ কোটি ঠকা ধাৰ্য কৰি ‘জিঅ’ পাৰ্চি’ আঁচনি আৰম্ভ কৰিছিল।

লগতে পঢ়ক প্ৰকাণ্ড এনাকোণ্ডা আৰু ঘঁৰিয়ালৰ মাজত মৰণপণ যুঁজ! কোন হ’ল জয়ী? ভিডিঅ’ ভাইৰেল

এই সংগঠনটোৰ শীৰ্ষ বিষয়ববীয়া শ্বেৰনাজ কামাই কয় এই সম্পৰ্কে কয় যে ‘জিঅ’ পাৰ্চী আঁচনি’ আৰম্ভ হোৱাৰ পাছৰে পৰা ৩৭৬ টা শিশুৰ জন্ম হৈছে (১৫ জুলাইলৈকে) যিটো প্ৰতি বছৰে পাৰ্চী সম্প্ৰদায়ত জন্ম হোৱা গড়ৰ তুলনাত অধিক।

তেওঁ লগতে কয় যে পাৰ্চী সমাজত সন্তান জন্মৰ হাৰ কম হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল অবিবাহিত প্ৰাপ্তবয়স্কৰ সংখ্যা অধিক। অৰ্থাৎ সম্প্ৰদায়টোৰ অধিকাংশ প্ৰাপ্তবয়স্কই বিবাহৰ প্ৰতি অনাগ্ৰহী হৈ উঠিছে৷ সম্প্ৰদায়টোৰ প্ৰায় ৩০ শতাংশ প্ৰাপ্তবয়স্কই অবিবাহিত৷

ইপিনে বিবাহিতসকলৰ প্ৰায় ৩০ শতাংশৰ গড়ে এটাকৈ সন্তান থাকে। প্ৰায় ৩০ শতাংশ লোকৰ বয়স ৬৫ বছৰৰ ওপৰত। পাৰ্চী জনগোষ্ঠীত ছোৱালীৰ বিবাহৰ গড় বয়স ২৮ বছৰ আৰু ল’ৰাৰ বয়স ৩১ বছৰ।

লগতে পঢ়ক দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

বিয়া নকৰাৰ প্ৰধান কাৰণ হ’ল যুৱক-যুৱতীসকলৰ মাজত বিশেষকৈ মহিলাসকলৰ মাজত স্বাধীনভাৱে জীয়াই থকাৰ প্ৰতি প্ৰবল আগ্ৰহ। ইফালে পাৰ্চী যুৱক-যুৱতীসকলৰ ওপৰত বৃদ্ধসকলৰ যত্ন লোৱাৰ দায়িত্ব থকাৰ বাবেও তেওঁলোকে বিবাহপাশত আবদ্ধ হ’ব পৰা নাই বুলি ধাৰণা কৰা হৈছে। পৰিসংখ্যাৰ মতে প্ৰতিজন যুৱ দম্পতীৰ আঠজন বয়োজ্যেষ্ঠৰ যত্ন লোৱাৰ দায়িত্ব থাকে৷ ইফালে চৰকাৰে ১০ লাখতকৈ কম উপাৰ্জন কৰা লোকসকলক বয়োজ্যেষ্ঠসকলৰ যত্নৰ ল’বলৈ দিয়া মাহেকীয়া চাৰি হাজাৰ টকাৰ যথেষ্ট নহয়।

অৱশ্যে কোভিডকালীন সময়ৰ পৰা জিঅ’ পাৰ্চী আঁচনিৰ অধীনত অৱস্থা কিছু উন্নত হোৱা বুলিও কোৱা হৈছে৷ লেডী শ্ৰী ৰাম মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্বেৰনাজে জনায় যে কোভিড কালত বহু বিবাহ হোৱাই নহয়, ভাল সংখ্যক সন্তানৰ জন্মও হৈছিল। তেওঁ কয় যে জিঅ’ পাৰ্চী আঁচনিৰ অধীনত কৰা প্ৰচেষ্টাৰ বাবে ২০২০ চনত ৬১ টা আৰু ২০২১ চনত ৬০ টা সন্তানৰ জন্ম হয়। অনলাইন ডেটিঙৰ পৰাই এই সন্তোষজনক ফলাফল লাভ কৰা বুলিও ধাৰণা কৰা হৈছে৷

আনহাতে উক্ত আঁচনিৰ অধীনত বিবাহৰ উদ্দেশ্যে অনলাইন ডেটিং উপৰি বিবাহৰ বাবে কাউন্সেলিং সেৱাৰ ব্যৱস্থা কৰা হৈছে আৰু মুখামুখি মিটিং অৰ্থাৎ ‘মেট্ৰিমনিয়েল মিট’ৰো আয়োজন কৰা হৈছে। শ্বেনাজে কয় যে যিসকল পাৰ্চী যুৱক-যুৱতী বিয়া নহ’বলৈ দৃঢ়প্ৰতিজ্ঞ, তেওঁলোকক বিয়াৰ বাবে প্ৰস্তুত কৰিবলৈ কাউন্সেলিং কৰা হয়।

লগতে পঢ়ক ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

ইফালে যথেষ্ট বয়সত বিবাহ হোৱাৰ বাবেও বহু পাৰ্চী দম্পতীয়ে প্ৰাকৃতিক বন্ধ্যাত্বৰ দৰে সমস্যাৰ সন্মুখীন হয়৷ এনে অৱস্থাত তেওঁলোকক ‘আইভিএফ’ৰ বাবে বাৰ্ষিক ৮ লাখ টকাকৈ সাহায্য আৰু বহুতো আধুনিক চিকিৎসা সেৱা প্ৰদান কৰা হয়।

পাৰ্চী জনগোষ্ঠীত জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাৰ বাবেও সামাজিক ৰক্ষণশীলতা এক ডাঙৰ প্ৰত্যাহ্বান। যেনে- কোনো পাৰ্চী মহিলাই যদি অন্য ধৰ্মৰ পুৰুষক বিয়া কৰায়, তেন্তে দম্পতীহালৰ ইচ্ছা সত্ত্বেও তেওঁৰ সন্তানৰ হিচাপ পাৰ্চী সমাজত ধৰা নহয়।

এই সন্দৰ্ভত শ্বেৰনাজ কামাই কয় যে ৰক্ষণশীলতাত ধৰ্মীয় একোৱেই দেখা নাযায়। পুৰুষ প্ৰধান সমাজখনে এইবোৰ নিয়ম বনাইছে। ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু আদালতেও এই সন্দৰ্ভত প্ৰগতিশীল সিদ্ধান্ত ল’ব লাগিব।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJiyo ParsiOnline DatingParsi Population
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

April 16, 2026
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?
বাণিজ্য

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

April 16, 2026
Next Post
এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.