• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

4 years ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

32 minutes ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

1 hour ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

2 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

3 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

4 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

21 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

21 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

22 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

23 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

23 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

24 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী

editor by editor
August 11, 2022
in অপৰাধ, অসম
0
ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসন কঠোৰ হ’লেও কিছুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে সাধাৰণৰ লোকৰ পৰা উৎকোচ লোৱা বন্ধ কৰাৰ নাম গোন্ধই নাই৷

বৃহস্পতিবাৰেও ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত এগৰাকী বিষয়াসহ এজন কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে৷ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকৰী বিভাগৰ কাৰ্যালয় সহায়কক।

দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বোকাখাত মহকুমা আবকৰী বিভাগৰ কাৰ্যালয় সহায়ক লোহিত ফুকনক।

লগতে পঢ়ক মেট্ৰ’ত মহিলা আসনৰ পাছফালে কণ্ডমৰ বিজ্ঞাপন, ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা

গ্ৰেপ্তাৰ হোৱাৰ সময়ত লোহিত ফুকনে বিলাতী সুৰাৰ ব্যৱসায়ী নীলোৎপল ৰাজখোৱাৰ পৰা উৎকোচ গ্ৰহণ কৰি আছিল৷

ইফালে বৃহস্পতিবাৰে তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়েও দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হয়।

গ্ৰেপ্তাৰ হোৱাৰ ঘোচখোৰ কৰ্মচাৰীজন হৈছে গোপীনাথ দাস৷ উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গোপীনাথ দাসক।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambribe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
Next Post
‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?

ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

ৰভাতলিতে কইনা আৰু ভনী জোঁৱাইৰ গোপন সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰিলে দৰাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.