• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

4 years ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

5 minutes ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

39 minutes ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

1 hour ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

2 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

2 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

3 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

4 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

5 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

6 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

7 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?

editor by editor
August 28, 2022
in অপৰাধ, বিশ্ব
0
ফুলশয্যাৰ ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিল স্বামী! তাৰ পাছত হ’ল কি?
0
SHARES
61.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা আমোদজনক ঘটনা সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷ এগৰাকী ৩৪ বছৰীয়া যুৱকে ফুলশয্যা ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিছে৷

পিছে এই ঘটনাটো ভাৰতৰ নহয়, আমেৰিকাৰহে৷ আমেৰিকাৰ ফ্ল’ৰিডাৰ৷ ঘটনাৰ বিৱৰণীৰ মতে বিবাহ সম্পন্ন কৰি পেছাত ব্যৱসায়ী পল টুৰভস্কিয়ে পত্নীক লৈ হানিমুনৰ টাম্পাৰ এখন হোটেললৈ যায়।

টুৰভস্কিয়ে হোটেললৈ গৈয়ে ইণ্টাৰনেটৰ জৰিয়তে এগৰাকী যৌনকৰ্মীৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পাছতে স্বামী টুৰভস্কিয়ে হোটেলত পত্নীক এৰি যৌন কৰ্মীৰ সৈতে সময় কটাবলৈ ওলাই যায়৷

লগতে পঢ়ক নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ

কিন্তু টুৰভস্কিৰ ভাগ্য সদয় নাছিল৷ পল টুৰভস্কিয়ে নিজৰ পত্নীক হোটেলৰ কোঠাত এৰি যৌনকৰ্মীগৰাকীৰ সৈতে সময় কটাই থাকোতে স্থানীয় আৰক্ষীয়ে তাত ‘ষ্টিং অপাৰেচন’ চলায়। আৰু আৰক্ষীৰ সেই অভিযানত পল টুৰভস্কিয়ে ধৰা পৰে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী প্ৰশাসনৰ তথ্য অনুসৰি সেই অভিযানত পল টুৰভস্কিৰসহ মুঠ ১৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে নৱবিবাহিত স্বামীৰ এনে কাৰ্য দেখি ভাঙি পৰে নৱবিবাহিতা কইনা। আৰক্ষী বিষয়াসকলে লগতে জনোৱা মতে, ন-কইনাৰ পৰিয়ালৰ লোকে পল টুৰভস্কিৰ সৈতে বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ
ভাৰত

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল
অসম

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

August 6, 2026
Next Post
চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা

চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা

শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু

শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.