• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী

‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী

3 years ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

1 hour ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

2 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

3 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

3 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

4 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

5 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

6 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

6 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

7 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

7 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

8 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী

editor by editor
March 5, 2023
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪:নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৭ মাৰ্চত নাগালেণ্ড, মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব। ত্ৰিপুৰাৰ বিজেপি চৰকাৰ আৰু নাগালেণ্ড-মেঘালয়ৰ এন ডি এ চৰকাৰৰ পুনৰ গঠনত বিজেপিয়ে উল্লেখনীয় সফলতা।

এই বিৰল সাফল্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ৰ এন ডি এৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত উপস্থিত থাকিব।

৮ মাৰ্চত ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত কৈছিল, “উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিৰ সুন্দৰ ফলাফল প্ৰদৰ্শনে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাকে পুনৰবাৰ প্ৰতীয়মান কৰিছে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam bjpassam ka newsassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব...

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.