• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী

3 weeks ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

16 hours ago
ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

17 hours ago
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

19 hours ago
বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

21 hours ago
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

22 hours ago
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

2 days ago
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

  • About
  • Advertise
  • Careers
Tuesday, March 28, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী

editor by editor
March 5, 2023
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
‘আস্থা নেহেৰুৱাব, আমি সমতাৰ দৃষ্টিৰেই সকলোকে চাওঁ’। উত্তৰ-পূবৰ তিনিৰাজ্যলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪:নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৭ মাৰ্চত নাগালেণ্ড, মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব। ত্ৰিপুৰাৰ বিজেপি চৰকাৰ আৰু নাগালেণ্ড-মেঘালয়ৰ এন ডি এ চৰকাৰৰ পুনৰ গঠনত বিজেপিয়ে উল্লেখনীয় সফলতা।

এই বিৰল সাফল্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ৰ এন ডি এৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত উপস্থিত থাকিব।

৮ মাৰ্চত ত্ৰিপুৰাত বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত কৈছিল, “উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিৰ সুন্দৰ ফলাফল প্ৰদৰ্শনে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাকে পুনৰবাৰ প্ৰতীয়মান কৰিছে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam bjpassam ka newsassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…
ভাৰত

March 27, 2023
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…
ভাৰত

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

March 27, 2023
বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা
অসম

বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

March 27, 2023
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?
অপৰাধ

Next Post
সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব...

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন