• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

3 years ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

51 seconds ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

40 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

52 minutes ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

1 hour ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

3 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

4 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

5 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

editor by editor
April 23, 2023
in ক্ৰীড়া, ভাৰত
0
হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইপিএল চলি আছে। আইপিএলৰ মাজতেই নিৰ্বাসনৰ শাস্তি পাব এইবাৰ ৫গৰাকী অধিনায়কে। আইপিএলৰ নিয়ম ভঙাৰ বাবেই এই শাস্তি পাব পাৰে ৫ অধিনায়কে। এই অধিনায়কসকলৰ ভিতৰত আছে হাৰ্দিক পাণ্ডিয়া, লোকেশ ৰাহুল, সঞ্জু ছেমচন, ফেক ডু্প্লেছি আৰু ৰোহিত শৰ্মাই। আইপিএলৰ আৰম্ভনিৰ পৰাই কেইবাখনো মেচ সময়ত অনুষ্ঠিত হোৱা নাই। মেচত শ্ল অভাৰ ৰেট বলিঙৰ বাবেই জৰিমনা বিহা হৈছিল অধিনায়ক কেইজনক।

পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত শ্ল অভাৰ ৰেট বলিঙৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে গুজৰাট টাইটান্সৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত জৰিমনাৰ শাস্তি পাইছিল লক্ষ্নৌ চুপাৰ জায়াণ্টৰ অধিনায়ক ৰাহুলে। সেই মেচতো জৰিমনা বিহা হৈছিল ৰাজস্থানৰ অধিনায়ক সঞ্জুক। চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে শ্ল অভাৰ ৰেটৰ বাবে শাস্তি পাইছিল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰোৰ অধিনায়ক ডুপ্লেছিয়ে।

আইপিএলৰ নিয়ম অনুসৰি, প্ৰথম শ্ল অভাৰ ৰেট বলিঙৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হয় অধিনায়কক। দ্বিতীয়বাৰ এই নিয়ম ভাঙিলে ২৪ লাখ টকালৈ জৰিমনা বিহিব বুলি জনাইছে বিচিচিআইয়ে। তৃতীয়বাৰৰ বাবে এই ভুল কৰিলে ১খন মেচৰ পৰা নিৰ্বাসন দিয়া হয় অধিনায়কক। আইপিএলত বৰ্তমানো আধাতকৈয়ো বেছি মেচ বাকী আছে। কিন্তু ৰোহিতৰ ক্ষেত্ৰত বিষয়টো কিছু সুকীয়া। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰোহিতৰ ঠাইত অধিনায়কত্বৰ দায়িত্ব লৈছিল সূৰ্যকুমাৰ যাদৱ। সেই মেচতো শ্ল অভাৰ ৰেট বলিঙৰ বাবেই জৰিমনা বিহা হৈছিল সূৰ্যক। কিন্তু সেই মেচত ৰোহিতৰ পৰিবৰ্তে সূৰ্যই ভুল কৰিলেও শাস্তি অধিনায়কেই পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
Next Post
মানৱ বোমাৰে উৰুৱাই দিয়া হ’ব মোদীক! বিজেপিৰ কাৰ্যালয়লৈ ধমকিসূচক চিঠি পঠিয়াই গ্ৰেপ্তাৰ কেৰালাৰ বাসিন্দা

মানৱ বোমাৰে উৰুৱাই দিয়া হ’ব মোদীক! বিজেপিৰ কাৰ্যালয়লৈ ধমকিসূচক চিঠি পঠিয়াই গ্ৰেপ্তাৰ কেৰালাৰ বাসিন্দা

অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ফল খায়? এই ৩ বিধ খাদ্যই বিপদত পেলাব আপোনাক?

অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ফল খায়? এই ৩ বিধ খাদ্যই বিপদত পেলাব আপোনাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.