• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি

শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি

2 years ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

6 minutes ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

1 hour ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

2 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

3 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

11 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

12 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

12 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

13 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

13 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

14 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

16 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি

editor by editor
October 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি

বৰ্তমানে দেশৰ দুই ৰাজ্য হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। দুয়ো ৰাজ্যতে ৯০খন আসনত ভোট গণনা চলি আছে ৷ হাৰিয়ানাত প্ৰাৰম্ভিক ধাৰাত কংগ্ৰেছে অগ্ৰগতি লাভ কৰা দেখা গৈছিল, কিন্তু এতিয়া বিজেপিয়ে কংগ্ৰেছক পিছ পেলাই অগ্ৰগতি লাভ কৰিছে।

এই নিৰ্বাচনত কোনো কোনো ঠাইত ককা আৰু নাতি মুখামুখি হৈছে আৰু কোনো ঠাইত শহুৰ-বোৱাৰী মুখামুখি হৈছে। কোনো কোনো ঠাইত ভায়েক-ভায়েকৰ বিৰুধত আৰু আন কোনো ঠাইত ভাই-ভনীয়ে ইজনে সিজনক পৰাস্ত কৰিবলৈ যুঁজ দিয়া দেখা গৈছিল।

শহুৰ আৰু বোৱাৰীৰ মাজত যুঁজ
আইএনএলডি-বিএছপি মিত্ৰজোঁটৰ পৰা আটেলি বিধানসভাৰ আসনত ঠাকুৰ আতাৰলালে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে তেওঁৰ বোৱাৰী সাধনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে একেখন আসনত তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বাবেই শহুৰ বনাম বোৱাৰীৰ মাজত প্ৰতিযোগিতা হৈ পৰিছে। পাছে এতিয়া শহুৰ আৰু বোৱাৰীৰ এই যুঁজত বিজেপিহে অগ্ৰগতিত আছে।

ভাই-ভনীৰ যুঁজ
ক্ৰিকেট প্ৰশাসক পৰিণত ৰাজনীতিবিদ অনিৰুদ্ধ চৌধুৰীয়ে টোছাম বিধানসভা আসনৰ পৰা কংগ্ৰেছৰ টিকটত বিজেপিৰ নিজৰ ভগ্নী শ্ৰুতি চৌধাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে। শ্ৰুতি চৌধুৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বংশিলাল আৰু বিজেপি নেতা কিৰণ চৌধুৰীৰ কনিষ্ঠ পুত্ৰ প্ৰয়াত সুৰেন্দ্ৰ সিঙৰ কন্যা। আনহাতে অনিৰুদ্ধ চৌধাৰীৰ পিতৃৰ নাম ৰণবীৰ সিং মহেন্দ্ৰ বংশিলালৰ জ্যেষ্ঠ পুত্ৰ। এইদৰে অনিৰুদ্ধ আৰু শ্ৰুতি সম্পৰ্কীয় ভাই-ভনী। এই যুঁজত ভনী আগত।

খুড়া আৰু ভতিজাৰ মাজত যুঁজ
বাহাদুৰগড়ত ৰাজেন্দ্ৰ জুন (কংগ্ৰেছ)ৰ মুখামুখি হ’ব ৰাজেশ জুন। নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰাজেশ জুন। বিশেষ কথাটো হ’ল দুয়ো খুড়া আৰু ভতিজা আৰু দুয়োজনেই কংগ্ৰেছত আছিল কিন্তু ৰাজেন্দ্ৰই কংগ্ৰেছৰ পৰা টিকট পোৱাৰ পিছত ৰাজেশ জুনে বিদ্ৰোহ কৰি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। এতিয়া এই আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দিতা চলি আছে।

ভাতৃ-ভাতৃ
পুনহানাৰ পৰা এজাজ খানে বিজেপি আৰু মহম্মদ ইলিয়াছে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। দুয়োজনেই ইলিয়াছ আৰু এজাজ ইজনে সিজনৰ ভাতৃ। ২০১৯ চনত ইলিয়াছে কংগ্ৰেছৰ টিকটত বিধায়ক হৈছিল যদিও এইবাৰ তেওঁৰ ভাতৃৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছে। এই আসনৰ ফলাফলো দিয়ে, কংগ্ৰেছৰ হৈ যুঁজ দিয়া ইলিয়াছে জয়লাভ কৰে।

ককা আৰু নাতিনী
ফৰিদাবাদৰ বল্লভগড় বিধানসভা আসনৰ পৰা বিজেপি প্ৰাৰ্থী মূলচান্দ শৰ্মা আৰু নাতিনী কংগ্ৰেছ প্ৰাৰ্থী পৰাগ শৰ্মা নিৰ্বাচনী যুঁজত নামি পৰিছে। পৰাগৰ পিতৃ প্ৰাক্তন বিধায়ক যোগেশ শৰ্মা মূলচান্দ শৰ্মাৰ ভতীজা। এই আসনত ককা আগবাঢ়ি আছে।

ককা আৰু নাতি
ছিৰছাত আসনত দেৱী লাল পৰিয়াল মুখামুখি হৈছে। ৰাণীৰ আসনৰ বাবে নাতি অৰ্জুন চৌটালাই ককাক ৰঞ্জিত চৌটালাৰ বিৰুদ্ধে যুঁজ দিছে। আইএনএলডিৰ প্ৰাৰ্থী অৰ্জুন চৌটালা অভয় চৌটালাৰ পুত্ৰ। এই আসনত নাতি অৰ্জুন চৌতালা আগত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: electionElection VotingHariyana ElectionHariyana Election Voting '
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়
জীৱনশৈলী

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

July 7, 2026
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
Next Post
পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY

পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY

১২ বছৰৰ পাছত দীপাৱলীত বিশেষ সংযোগৰ বাবে জিলিকি উঠিব কেইবাটাও ৰাাশি

১২ বছৰৰ পাছত দীপাৱলীত বিশেষ সংযোগৰ বাবে জিলিকি উঠিব কেইবাটাও ৰাাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.