• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

2 years ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

22 minutes ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

2 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

2 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

3 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

4 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

5 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

6 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

7 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

9 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

editor by editor
March 6, 2025
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত
0
SHARES
752
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰকৃতিৰ নিয়মত বাৰ্ধক্য এদিন আহিবই৷ কিন্তু সময়তকৈ পূৰ্বে বাৰ্ধক্য অহাটো কোনোৱে নিবিচাৰে৷ আজিকালি বয়সে ৪০ৰ সীমা পাৰ কৰিলেই শৰীৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে৷ যেনে ডায়াবেটিছ, কলষ্ট্ৰেৰলৰ দৰে ক্ৰনিক ৰোগ৷ ইয়াৰ আঁৰত জলবায়ু, অত্যধিক প্ৰদূষণ, খোৱাবোৱাত অনিয়মসহ বিভিন্ন কাৰণ৷ এইসমূহৰ বাবেই হেৰাই যায় যৌৱন৷ যাৰ বাবে মুঠি মুঠিকৈ ঔষধ খোৱা নহয়, ভৰসা ৰাখক গাখীৰৰ ওপৰত৷ দৈনিক এই ছুপাৰফুড খালেই ধৰি ৰাখিব পাৰিব তাৰুণ্য৷

সুস্থ থাকিবলৈ গাখীৰ খোৱাটো শৰীৰৰ বাবে উপকাৰী৷ গাখীৰত থকা পুষ্টিগুণে শৰীৰৰ যত্ন লয়৷ ৯বিধ এমিনো এছিডসহ প্ৰটিনেৰে ভৰপুৰ গাখীৰ দৈনিক খালে বহুৰোগৰ পৰা আপুনি দূৰৈত থাকিব৷ চিকিৎসকৰ পৰা পুষ্টিবিদ, উভয়ৰে মতেই গাখীৰ খোৱাৰ আদৰ্শ সময় হৈছে নিশা৷ টোপনি যোৱাৰ পূৰ্বে এক গ্লাছ গাখীৰ খালেই বহু শাৰীৰিক সমস্যাৰ সমাধান পাব৷ কি কি ৰোগৰ পৰা উপশম পাব?

ডিহাইড্ৰেছনঃ

গৱেষণাই কৈছে, গাখীৰত পানীৰ পৰিমাণ প্ৰায় ৮০শতাংশ৷ ফলত গাখীৰে শৰীৰত পানীৰ ঘাটি দূৰ কৰে৷ গাখীৰে শৰীৰত আৰ্দ্ৰতা বজায় ৰাখে৷

ছাল উজ্জ্বল কৰে

গাখীৰত আছে প্ৰটিন, ভিটামিন বি, ডিৰ দৰে উপাদান৷ গাখীৰ খালে শৰীৰৰ এই উপাদানসমূহৰ ঘাটি দূৰ হয়৷ গাখীৰৰ মাজত প্ৰাকৃতিকভাৱেই ৰেটিনল আছে৷ যিয়ে ছালৰ ওপৰত সহজে বয়সৰ চাপ পৰিবলৈ নিদিয়ে৷

ওজন নিয়ন্ত্ৰণ

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈকো গাখীৰ বেছ উপকাৰী৷ দৈনিক খাদ্যতালিকাত গাখীৰ ৰাখিলে ওজন বাঢ়ি যোৱাৰ আশংকা কম থাকে৷

অনিদ্ৰা

নিশা শোৱাৰ পূৰ্বে গাখীৰ খালে টোপনি ভাল হয়৷ কাৰণ গৰম গাখীৰত আছে ট্ৰিপ্টফেন নামৰ এমিনো এছিড, যিয়ে চেৰোটোনিন ক্ষৰণত সহায় কৰে৷ চেৰোটোনিনে মানসিক চাপ কমায়৷

মানসিক উদ্বেগ কমায়

মানসিক স্বাস্থ্যৰ বাবেও গাখীৰ খুবেই কাৰ্যকৰী৷ গাখীৰত থাকে পটাছিয়াম, ভিটামিন, খনিজ পদাৰ্থ স্নায়ু শান্ত ৰাখে, শৰীৰক ভিতৰৰ পৰা শক্তি যোগায়৷ মানসিক অৱসাদ, উদ্বেগ দূৰৈত ৰখাত সহায় কৰে৷

হজমৰ সমস্যা দূৰ কৰে

চিকিৎসকৰ মতে নিশা টোপনিলৈ যোৱাৰ পূৰ্বে এক গ্লাছ গাখীৰ খালে হজমৰ সমস্যা দূৰ হ’ব৷ এছিডিটি কিংবা আলছাৰৰ দৰে সমস্যা থাকিলে ঠাণ্ডা গাখীৰ খাব পাৰে৷

দাঁতৰ সমস্যা

দাঁত পোকে খোৱা, দাঁত ক্ষয় যোৱা, দাঁতত হালধীয়া দাগ পৰা আদি সমস্যাৰ সমাধানো লুকাই আছে গাখীৰত৷ কেলছিয়াম সমৃদ্ধ বাবেই গাখীৰ দাঁতৰ স্বাস্থ্যৰ বাবেও উপকাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

October 9, 2026
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

October 9, 2026
Next Post
এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.