• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

2 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

1 minute ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

42 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

59 minutes ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

2 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

3 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

3 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

4 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

4 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

5 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

পৰিয়ালে শেষকৃত্য সম্পন্নৰ বাবে চলাইছিল যো-জা

editor by editor
June 7, 2026
in বিবিধ, ভাৰত, লেখা
0
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
0
SHARES
41
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ বহু দুঃসাহিক কাহিনী মাজে সময়ে আপোনালোকে নিশ্চয় শুনিছে। কিন্তু আজি যিটো সত্য কাহিনী আপোনালোকৰ আগত আগবঢ়াবলৈ ওলাইছো সেয়া পঢ়ি হয়টো আপোনালোকেও ক’ব ‘ৰাখে হৰি, মাৰে কোনে’। এই কাহিনীটোৰ মূল নায়ক নেপালৰ দাৱা শ্বেৰ্পা এই ঘটনা বিগত মে’ মাহৰ শেষৰটো সপ্তাহৰ। ৫৭ বৰ্ষীয় অভিজ্ঞ দাৱা শ্বেৰ্পাই কেইবাজনো ব্ৰিটিছ পৰ্বতাৰোহীৰ সৈতে সফলতাৰে আৰোহণ কৰিছিল পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত। তেতিয়ালৈ সকলো ঠিকেই আছিল। ইয়াৰ পূৰ্বে কেইবাবাৰো এভাৰেষ্ট আৰোহণ কৰাৰ অভিজ্ঞতা থকা দাৱা শ্বেৰ্পাই হয়টো কেতিয়াও ভবা নাছিল যে তেওঁৰ বাবে এইবাৰ ৰৈ আছে কাল অমানিশা। এইবাৰো সফলতাৰে এভাৰেষ্টৰ শিখৰত চুমুক দি উভতাৰ পথতে এভাৰেষ্টৰ শিখৰৰ পৰা প্ৰায় ১০০ মিটাৰ তলত পৰ্বতাৰোহী দলটোৰ পৰা বিচ্ছিন্ন হৈ পৰে দাৱা শ্বেৰ্পা। তাৰ পিছত প্ৰথমে অক্সিজেনৰ অভাৱ, তাৰ পিছত খাদ্যৰ অভাৱ আৰু প্ৰচণ্ড হিমবাহৰ কবলত পৰিলেও কিন্তু হাৰ মনা নাছিল দাৱাই। ইপিনে নিৰুদ্দিষ্ট হৈ পৰাৰ ৭ দিন উকলি যোৱাৰ পিছতো কোনো সন্ধান নোপোৱাত দাৱাৰ কাঠমাণ্ডুস্থিত ঘৰত বিৰাজ কৰিছিল শোকৰ ছাঁ। পৰিয়ালে শেষত সকলো আশা বাদ দি তেওঁৰ শেষকৃত্য সম্পন্ন কৰিবলৈও চলাইছিল যো-জা। কাৰণ এভাৰেষ্টত ৭ দিনলৈ মৃত্যুৰ সৈতে যুঁজ দি জয়ী হোৱাটো একপ্ৰকাৰ অসম্ভৱ। ৭ দিন অক্সিজেন অবিহনে, খাদ্য অবিহনে থাকি জীৱন্তে ঘূৰি অহাৰ কাহিনী তেনেই বিৰল, একপ্ৰকাৰ অসম্ভৱ। কিন্তু এনে অসম্ভৱপ্ৰায় ঘটনাও মিৰাকলৰ দৰে সংঘটিত হ’ল দাৱা শ্বেৰ্পাৰ ক্ষেত্ৰত আৰু তেতিয়াই আহিল শোকসন্তপ্ত পৰিয়ালৰ ওঁঠত হাঁহি বিৰিঙোৱা সেই খবৰটো। দাৱাৰ মৃত্যু হোৱা নাই, তেওঁ জীয়াই আছে আৰু তেওঁক উদ্ধাৰ কৰাৰ বাবে এভাৰেষ্টৰ পাদদেশত আগবাঢ়িছে উদ্ধাৰ অভিযানকাৰী দল।

কেনেকৈ ৭ দিনলৈ জীয়াই আছিল সাহসী দাৱা শ্বেৰ্পা?

এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত দাৱা শ্বেৰ্পাই কয় যে ‘মই নিজেও ভবা নাছিলো যে মই জীৱন্তে ঘৰলৈ উভতিম, জীৱন্তে উদ্ধাৰ হোৱাটো বাদেই মোৰ নশ্বৰ দেহো যে ঘৰ পাব সেই আশাও মই বাদ দিছিলো। কিন্তু নেদেখাজনৰ কৃপাত মই যেন পুনৰ জীৱন পালো’। ৭ দিনলৈ কেৱল বৰফ আৰু পেকেটত থকা কিছু চকলেট খাই জীয়াই থকা বুলি বৰ্ণনা কৰা দাৱাই লগতে কয় যে এসময়ত তেওঁ প্ৰচণ্ড হিমবাহৰো সন্মুখীন হৈছিল। কিন্তু হিমবাহ প্ৰচণ্ড হলেও দীঘলীয়া নোহোৱাৰ বাবেই হয়তো বেছি অপকাৰ নহ’ল। তেওঁ লগতে কয় যে এই জীৱন-মৃত্যুৰে যুঁজা এই দুঃসময়ত এভাৰেষ্টত আৰোহণ কৰা দীৰ্ঘদিনীয়া অভিজ্ঞতাই তেওঁক যথেষ্ট সহায় কৰে। বিগত বৃহস্পতিবাৰে এভাৰেষ্ট যাত্ৰা পথৰ খুম্বু আইচফলৰ পৰা হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে। সম্প্ৰতি দাৱা শ্বেৰ্পা সংকটমুক্ত যদিও সম্পূৰ্ণ সুস্থ নহয়। নেপালৰ কাঠমাণ্ডুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শ্বেৰ্পা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

June 7, 2026
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
Next Post
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.