• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

4 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

19 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

31 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

4 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

9 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

editor by editor
July 4, 2022
in চিনেমা, বিবিধ, ভাৰত
0
অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ
0
SHARES
37.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাউথ ছুপাৰষ্টাৰ মহেশ বাবুৰ জ্যেষ্ঠ ভাতৃ তথা বিখ্যাত অভিনেতা নৰেশ বাবুৰ চতুৰ্থ বিবাহৰ খবৰৰ বাবে চৰ্চালৈ আহিছে। নৰেশ বাবুৰ সৈতে তেওঁৰ তৃতীয় পত্নী ৰম্যা ৰঘুপতিৰ সম্পৰ্ক ভালদৰে চলি থকা নাই বুলিও খবৰ ওলাইছে। কিছুদিন পূৰ্বে নৰেশ বাবুক এগৰাকী মহিলাৰ সৈতে হোটেলত আৱিস্কাৰ কৰাৰ পিছতে তেওঁৰ তৃতীয় পত্নীৰ ৰম্যাৰ সৈতে সম্পৰ্ক বেয়া হৈ পৰা বুলি প্ৰকাশ পাইছে৷

ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছে এখন হোটেলত এগৰাকী মহিলাৰ সৈতে নৰেশক আৱিস্কাৰ কৰাৰ পিছতে তৃতীয় পত্নী ৰম্যাই চপ্পলৰে আক্ৰমণ কৰিছে।

ভিডিঅ’টোত চপ্পলেৰে স্বামী নৰেশক আক্ৰমণ কৰা অৱস্থাত তাত উপস্থিত থকা আৰক্ষীয়ে ৰম্যাক শান্ত কৰিবলৈ চেষ্টা কৰাও দেখা গৈছে৷ ইফালে আনকি নৰেশ বাবুৱে পবিত্ৰা লোকেশ নামৰ দক্ষিণৰ গৰাকী অভিনেত্ৰীৰ সৈতে চতুৰ্থ বিবাহ কৰাৰ পৰিকল্পনা কৰিছে বুলিও খবৰ ওলাইছে।

লগতে পঢ়ক কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

উল্লেখ্য যে ৫৯ বছৰীয়া নৰেশ তেলেগু চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ ভাতৃ নিজেও এজন চুপাৰষ্টাৰ। প্ৰয়াত অভিনেত্ৰী বিজয়া নিৰ্মলা আৰু প্ৰথম স্বামীৰ পুত্ৰ নৰেশ। পিছত বিজয়াই মহেশ বাবুৰ পিতৃ তথা অভিনেতা কৃষ্ণক বিয়া কৰায়।

নৰেশৰ এগৰাকী সুপৰিচিত দক্ষিণ অভিনেত্ৰী পবিত্ৰা লোকেশৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বাবে তৃতীয় পত্নী ৰম্যাৰ সৈতে হোৱা কাজিয়াই সততে সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আহিছে। ইফালে অভিনেত্ৰী পবিত্ৰা লোকেশৰ সৈতে নৰেশৰ প্ৰেমৰ সম্পৰ্ক থকাৰ থকাই নহয় দুয়োৰে মাজত বিবাহো সম্পন্ন হোৱা বুলি বাতৰি ওলাইছে। অৱশ্যে নৰেশে এই বাতৰিসমূহক উৰাবাতৰি বুলি অভিহিত কৰিছে।

লগতে পঢ়ক ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

নৰেশৰ মতে তেওঁ পত্নী ৰম্যালৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতে অভিনেত্ৰীগৰাকীক বদনাম কৰিবলৈ এনে ভুৱা খবৰ প্ৰচাৰ কৰি আছে।

একে সময়তে অভিনেত্ৰী পবিত্ৰা লোকেশেও নৰেশৰ সৈতে বিবাহৰ খবৰটো মিছা বুলি আখ্যা দিছে। পবিত্ৰা লোকেশে কয় যে ৰম্যা নৰেশৰ তৃতীয় পত্নী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNaresh BabuPavitra LokeshTollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!

বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.