• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

1 year ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

8 minutes ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

1 hour ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

2 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

2 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

3 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

4 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

5 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

18 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

20 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

editor by editor
May 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা। এগৰাকী দাঁতৰ ডাক্তৰে কৰিলে হেয়াৰ ট্ৰান্সপ্লাণ্টৰ কাণ. আধা দামত কৰি দিয়াৰ অফাৰ দি কেইবাজনৰো কৰিলে এই চিকিৎসা। তাৰে দুগৰাকী লোকৰ মৃত্যু, এগৰাকীৰ অৱস্থা সংকটজনক। পাছে বৰ্তমানে পলাতক ডাক্তৰ ।

এই ঘটনা উত্তৰ প্ৰদেশৰ। ডাক্তৰ অনুস্কা তিৱাৰী নামৰ এগৰাকী মহিলা চিকিৎসকে চুলি নোহোৱা সমস্যা থকা লোকৰ বাবে আনিছিল বিশেষ অফাৰ। অতি কম খৰচত হেয়াৰ ট্ৰান্সপ্লাণ্ট। যি চিকিৎসাৰ বাবদ খৰচ হয় কমেও ৩ৰ পৰা ৫ লাখ টকা, সেই চিকিৎসা আধা দামতে কৰি দিয়াৰ অফাৰ।

লাখ টকাৰ চিকিৎসা হাজাৰ টকাৰে কৰি দিয়াৰ বিজ্ঞাপন দেখি অংকিতা তিৱাৰীৰ কাষ চাপিছিল বহু লোক। তাৰেই মাজৰ আছিল দুগৰাকী অভিযন্তা। কিন্তু চিকিৎসা কৰাৰ পাছতে অকাল মৃত্যুক সাৱটি লয় দুয়ো। ইয়াৰ উপৰি আন এগৰাকী যুৱকৰ বৰ্তমানে অৱস্থা সংকটজনক।

অংকিতা তিৱাৰীৰ ওচৰত চিকিৎসা কৰি এতিয়া ভয়ংকৰ সংক্ৰমণ হৈ জীৱন মৃত্যুৰে যুঁজি আছে যুৱকগৰাকীয়ে। পাছে এই ভূৱা চিকিৎসা কৰি এতিয়া পলাতক অংকিতা। নিহত অভিযন্তা এগৰাকীৰ পত্নীয়ে আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে সমস্ত ঘটনা।

আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে, পাছে এতিয়ালৈকে কতো কোনো খা-খবৰ নাই অংকিতাৰ। লগতে সন্ধানহীন স্বামীয়ো। সেয়ে আৰক্ষীৰ অংকিতাৰ পিতৃ কঠোৰ বাৱে সোধ পোচ কৰি আছে। দুই অভিযন্তাৰ পৰা হেয়াৰ ট্ৰান্সপ্লাণ্টৰ নামত ভূৱা চিকিৎস অংকিতাই লৈছিল ৫০ আৰপ ৬০ হাজাৰ টকা।

আনহাতে সংকটজনক অৱস্থাত থকা যুৱকৰ পৰা লৈছিল ৪০ হাজাৰ টকা। অনলাইল যোগে লৈছিল টকা। যুৱকৰ চিকিৎসা কিছু জটিল বুলি কৈ ৫ ঘণ্টা কৰি কৰিছিল চিকিৎসা। বৰ্তমানে সংক্ৰমণ হৈ সমগ্ৰ মুখ মণ্ডলৰ আকাৰো বেয়া হৈ পৰিছে যুৱকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dr Ankita TiwariFake Doctoruttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক
জীৱনশৈলী

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

July 26, 2026
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!
জীৱনশৈলী

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

July 26, 2026
Next Post
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.