• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰীয় পানীয় হ’ব অসমৰ চাহ, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ আৱেদনক লৈ সৰ্বত্ৰে চৰ্চা

ৰাষ্ট্ৰীয় পানীয় হ’ব অসমৰ চাহ, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ আৱেদনক লৈ সৰ্বত্ৰে চৰ্চা

4 years ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

26 minutes ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

1 hour ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

3 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

14 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

14 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

15 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

15 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

15 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

16 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

19 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাষ্ট্ৰীয় পানীয় হ’ব অসমৰ চাহ, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ আৱেদনক লৈ সৰ্বত্ৰে চৰ্চা

editor by editor
December 12, 2022
in অসম, উত্তৰ-পূব, খাদ্য, গুৱাহাটী, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাষ্ট্ৰীয় পানীয় হ’ব অসমৰ চাহ, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ আৱেদনক লৈ সৰ্বত্ৰে চৰ্চা
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সোমবাৰে ৰাজ্যসভাৰ শূন্যকালত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনাইছে৷ প্ৰথমে চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে৷ ইয়াৰ উপৰি ভাষণত তেওঁ কয়- ২০২৩ চনত অসম চাহৰ দুশ বছৰ পূৰ্ণ হ’ব। অসমবাসী তথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে নিশ্চিতভাৱে আয়োজন কৰিব এক বিশেষ অনুষ্ঠানৰ৷ এই ক্ষেত্ৰত কেন্দ্ৰৰ সহযোগিতা বিচাৰিলে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই৷

চাহৰ নামত অন্য পানীয়ৰ বিপনী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনাইছে সাংসদগৰাকীয়ে৷ ইয়াৰোপৰি চাহ জনজাতিৰ বাবে বিশেষ আৰ্থিক পেকেজৰ অনুৰোধ জনায়৷
হিন্দী ভাষাত ভাষণ আৰম্ভ কৰা সাংসদগৰাকীৰ বক্তব্যত অন্য সাংসদসকলে হৰ্ষধ্বনিৰে সমৰ্থন জনোৱাও পৰিলক্ষিত হৈছে৷ তেওঁৰ বক্তব্যক কেইবাগৰাকী সদস্যই লিখিত ৰূপত সমৰ্থন জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?
জীৱনশৈলী

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

September 10, 2026
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!
জীৱনশৈলী

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
Next Post
‘মোক ইহঁতে মাৰি পেলাব, এয়াই মোৰ শেষ মাত’, পত্নীক ফোন কৰি হঠাতেই ক’ত হেৰাই গ’ল চৰাইদেউৰ নৃপেন চিত্ৰকৰ?

‘মোক ইহঁতে মাৰি পেলাব, এয়াই মোৰ শেষ মাত’, পত্নীক ফোন কৰি হঠাতেই ক’ত হেৰাই গ’ল চৰাইদেউৰ নৃপেন চিত্ৰকৰ?

তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে…

তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.