অসম লাইভ ২৪ঃ বিজেপিৰ ৭০টা সমষ্টিৰ প্ৰার্থী তালিকা।
পাটাছাৰকুছি ৰঞ্জিত দাস
মাজুলী সৰ্বানন্দ সোণাৱাল
জালুকবাৰী হিমন্ত বিশ্ব শৰ্মা
ঢেকীয়াজুলি অশোক সিংঘাল
বৰচলা গনেশ কুমাৰ লিম্বু
ৰঙাপৰা কৃষ্ণকমল তাঁতী
চতিয়া পদ্ম হাজৰিকা
বিশ্বনাথ প্ৰমোদ বৰঠাকুৰ
বিহালী ৰঞ্জিত দত্ত
গহপুৰ উৎপল বৰা
ধিং সঞ্জীৱ কুমাৰ বৰা
বটদ্ৰৱা আঙুৰলতা ডেকা
ৰূপহীহাট নাজিৰ হুছেইন
চামগুৰি অনিল শইকীয়া
সৰুপথাৰ বিশ্বজিৎ ফুকন
গোলাঘাট অজন্তা নেওগ
খুমটাই মৃণাল শইকীয়া
যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী
তিতাবৰ হেমন্ত কলিতা
মৰিয়নি ৰমনী তাঁতী
নাজিৰা ময়ূৰ বৰগোঁহাই
মাহমৰা যোগেন মোহন
সোণাৰী ধর্মেশ্বৰ কোঁৱৰ
থাওৰা কুশল দুৱৰী
শিৱসাগৰ সুৰভি ৰাজকোঁৱৰ
বিহপুৰীয়া অমিয় ভূঞা
লখিমপুৰ মানৱ ডেকা
ঢকুৱাখনা নৱ কুমাৰ দলে
ধেমাজি ৰনোজ পেগু
জোনাই ভূবন পেগু
মৰাণ চক্ৰধৰ গগৈ
ডিব্ৰুগড় প্ৰশান্ত ফুকন
লাহোৱাল বিনোদ হাজৰিকা
দুলীয়াজান তেৰচ গোৱালা
টিংখং বিমল বৰা
নাহৰকটীয়া তৰংগ গগৈ
তিনিচুকীয়া সঞ্জয় কিষাণ
ডিগবৈ সুৰেণ ফুকন
মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা
শদিয়া বলিন চেতিয়া
ৰাতাবাৰী বিজয় মালাকাৰ
পাথাৰকান্দি কৃষ্ণেন্দু পাল
উত্তৰ কৰিমগঞ্জ ডাঃ মানস দাস
বদৰপুৰ বিশ্বৰূপ ভট্টাচাৰ্য
কাটলিচেৰা সুব্ৰত নাথ
শিলচৰ দীপায়ন চক্ৰৱর্তী
সোণাই আমিনুল হক লস্কৰ
ঢলাই পৰিমল শুক্লবৈদ্য
উদৰবন্দ মিহিৰকান্তি সোম
লক্ষীপুৰ কৌশিক ৰায়
বৰখলা অমলেন্দু দাস
কাটিগৰা গৌতম ৰয়
হাফলং নন্দিতা গাৰ্লোছা
বোকাজান নোমল মমিন
হাওৰাঘাট দৰছিং ৰংহাং
ডিফু বিদ্যাছিং ইংলেঙ
বইঠালাংছ’ ৰূপছিং তেৰন
কমলপুৰ দিগন্ত কলিতা
ৰঙিয়া ভৱেশ কলিতা
নলবাৰী জয়ন্তমল্ল বৰুৱা
পানেৰী বিশ্বজিৎ দৈমাৰী
কলাইগাঁও মধুৰাম ডেকা
মঙলদৈ গুৰুজ্যোতি দাস
মাজবাট জিতু কিষাণ
জাগীৰোড পীয়ুষ হাজৰিকা
মৰিগাঁও ৰমাকান্ত দেউৰী
লাহৰীঘাট কাদিৰু জামান জিন্না
নগাঁও ৰূপক শৰ্মা
বঢ়মপুৰ জিতু গোস্বামী
লামডিং শিবু মিশ্ৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ