জীৱনশৈলী

আজিৰ পৰাই গল্ডেন টাইম আৰম্ভ, নতুন চাকৰিৰ সুযোগ ৩ৰাশিৰ ভাগ্যত

গ্ৰহৰ ৰাজপুত্ৰ হিচাপে পৰিচিত বুধ গ্ৰহই ৭ জানুৱাৰীত পূৰ্বাষাঢ়া নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ জ্যোতিষীৰ মতে এই নক্ষত্ৰৰ অধিপতি হৈছে শুক্ৰ, যি...

Read more

গুৰু-শুক্ৰৰ যোগত খুলিব ধনসম্পদৰ ভাণ্ডাৰ, ৪ৰাশিৰ জীৱনলৈ সুখৰ বন্যা

জানুৱাৰী মাহত জ্ঞান আৰু ভাগ্যৰ গ্ৰহ বৃহস্পতি আৰু প্ৰেম আৰু সুখৰ গ্ৰহ শুক্ৰই এক শক্তিশালী সংযোগ তৈয়াৰ কৰিব৷ ৯ জানুৱাৰীৰ...

Read more

বছৰৰ আৰম্ভণিতে শুক্ৰৰ অৱস্থানৰ সলনি, বিলাসী জীৱন কটাব এই ৩ৰাশিৰ জাতকে

মকৰ সংক্ৰান্তি আৰম্ভ হ’বলৈ আৰু বেছিদিন নাই৷ এই পৰ্ব অসম আৰু উত্তৰ ভাৰতত খুবেই বিশেষ৷ এই দিনটোত সূৰ্যক উপাসনা কৰা...

Read more

নতুন বছৰত কেতুৰ কৃপা, জানুৱাৰীৰ শেষত কেৰিয়াৰত উন্নতি ৩ৰাশিৰ

জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ২০২৬ চন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ কাৰণ জানুৱাৰী মাহৰ শেষৰ দিশত কেতু গ্ৰহই তাৰ ৰাশি পৰিবৰ্তন...

Read more

পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

১৯ বছৰত ১০জনী কন্যা সন্তানৰ পাছত এটি পুত্ৰ সন্তান লাভ কৰিবলৈ সক্ষম হৈছে হাৰিয়ানাৰ এক দম্পতিয়ে৷ ফাতেহবাদ জিলাৰ ভুনা ব্লকৰ...

Read more

চতুৰ্গ্ৰহী ৰাজযোগত ৩ৰাশিৰ ভাগ্য ১৮০ ডিগ্ৰি ঘুৰিছে, বহু সা-সম্পত্তি, চাকৰিত পদোন্নতি

২০২৬ চনৰ জানুৱাৰী মাহ ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰত এক অত্যন্ত বিশেষ আৰু ঐতিহাসিক মাহ হ’ব৷ এই সময়কালত এক বিৰল গ্ৰহৰ বিন্যাস...

Read more

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

প্ৰেছিডেণ্ট নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰিছে আমেৰিকাই৷ ডোনাল্ড ট্ৰাম্পে নিজে জনাইছে যে তেওঁ ভেনিজুৱেলাৰ তেলৰ খনিসমূহত মুকলিকৈ হস্তক্ষেপ...

Read more

কাইলৈৰ ৰাশিফলঃ খেল দেখুৱাব আয়ুষ্মান যোগে, বুধবাৰে উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

৭ জানুৱাৰী ২০২৬ বুধবাৰে চন্দ্ৰই সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ পুহৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি...

Read more

গতি কমিছে পৃথিৱীৰ! ২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব, এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

এদিনত ২৪ঘণ্টা। ২৪ ঘণ্টাৰ ভিতৰত এবাৰ নিজ অক্ষৰে পৃথিৱীয়ে ঘূৰে। কিন্তু এদিনত যদি ২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টা হয় তেতিয়া...

Read more

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক শৰীৰত কি ভিটামিন কম থাকিলে ব্লাড ছুগাৰ বাঢ়ে?

বিশ্বজুৰি এতিয়া ডায়বেটিছ মহামাৰীৰ দৰে বাঢ়িছে৷ ঘৰে ঘৰেই আছে ডায়বেটিছ আক্ৰান্ত৷ ভাৰতত এই সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে৷ দীৰ্ঘদিন ধৰি ডায়বেটিছ...

Read more
Page 49 of 777 1 48 49 50 777

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]