• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

4 years ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

15 minutes ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

30 minutes ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

53 minutes ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

18 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

19 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

19 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

19 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

20 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

20 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

21 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

22 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

editor by editor
July 22, 2022
in বিবিধ, ভাৰত
0
বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!
0
SHARES
125.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুৱপ্ৰজন্মৰ মাজত এক অদ্ভুত আসক্তিয়ে গা কৰি উঠিছে৷ যুৱপ্ৰজন্মৰ একাংশৰ মাজত অন্যান্য নিচা জাতীয় দ্ৰৱ্য সেৱনৰ পৰিৱৰ্তে বৃদ্ধি পাইছে কণ্ডমৰ আসক্তি৷ অৰ্থাৎ তেওঁলোকে নিচাজাতীয় দ্ৰৱ্যৰ পৰিৱৰ্তে কণ্ডম ব্যৱহাৰ কৰি নিচাগ্ৰস্ত হৈ থাকে৷

এই অদ্ভূত আসক্তিয়ে পশ্চিমবংগৰ দুৰ্গাপুৰ চহৰৰ একাংশ যুৱক-যুৱতীৰ মাজত ছানি ধৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি যদিও অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা ৰক্ষা পাবলৈ কণ্ডম ব্যৱহাৰ কৰা হয়, কিন্তু তাৰ যুৱক-যুৱতীসকলে ইয়াক ড্ৰাগছৰ দৰে ব্যৱহাৰ কৰি আহিছে।

যোৱা কেইদিনমানৰ পৰা মহানগৰখনত কণ্ডম বিক্ৰীৰ হাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে। বহু দোকানত আহি পোৱাৰ কেইঘণ্টামান পিছত ষ্টক শেষ হৈ যোৱা হৈছে। ড্ৰাগছৰ দৰেই নিচাগ্ৰস্ত হৈ থাকিবলৈ কণ্ডম ব্যৱহাৰ কৰা বাবে চহৰখনত কণ্ডম বিক্ৰী অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে৷

লগতে পঢ়ক আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

এই তথ্য প্ৰকাশ পোৱাৰ পিছতে মহানগৰীখনৰ বাসিন্দাসকল স্তম্ভিত হৈ পৰিছে। যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা এই নতুন আসক্তিয়ে প্ৰশাসনৰো চিন্তা বৃদ্ধি কৰিছে।

যোৱা কেইদিনমানৰ পৰা দুৰ্গাপুৰৰ বিভিন্ন অঞ্চল যেনে— দুৰ্গাপুৰ চিটি চেণ্টাৰ, বিধাননগৰ, বেনাচীতি আৰু মুচিপাৰা, চি জ’ন, এ জ’নত ফ্লেভাৰযুক্ত কণ্ডমৰ বিক্ৰীৰ হাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে।

হঠাতে হোৱা এই বৃদ্ধিত আচৰিত হৈ এজন স্থানীয় দোকানীয়ে বাৰে বাৰে কণ্ডম ক্ৰয় কৰা এজন যুৱকক ব্যাপক হাৰত কণ্ডম ক্ৰয়ৰ বিষয়ে সুধোতেহে এই কাণ্ডটো ফাদিল হয়। দুৰ্গাপুৰৰ এগৰাকী মেডিকেল ষ্ট’ৰ পৰিচালকে জনোৱা মতে পূৰ্বে দৈনিক মাত্ৰ ৩ৰ পৰা ৪টা পেকেটহে কণ্ডম বিক্ৰী হৈছিল, কিন্তু এতিয়া ফুল পেক বিক্ৰী কৰা হৈছে।

লগতে পঢ়ক কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

যুৱপ্ৰজন্মই নিচাৰ বাবে মদ্যপানৰ পৰিৱৰ্তে কেনেদৰে কণ্ডম ব্যৱহাৰ কৰিছে সেই সন্দৰ্ভত তথ্য প্ৰদান কৰি দুৰ্গাপুৰৰ মণ্ডল হাস্পতালত কৰ্মৰত ধীমান মণ্ডলে কয় যে কণ্ডমত কিছুমান সুগন্ধি যৌগ থাকে। আৰু ইয়াক গোন্ধ ল’লে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ দৰেই অনুভৱ হয়। তেওঁৰ মতে এই সুগন্ধি যৌগটো ডেণ্ড্ৰাইট আঠাতো পোৱা যায়। বহুতে মদ্যপানৰ বাবেও ডেণ্ড্ৰাইট ব্যৱহাৰ কৰে।

আনহাতে, দুৰ্গাপুৰ আৰ ই কলেজ মডেল স্কুলৰ ৰসায়ন বিজ্ঞানৰ শিক্ষক নুৰুল হকে কয় যে কণ্ডম গৰম পানীত দীৰ্ঘ সময় তিয়াই ৰাখিলে বৃহৎ জৈৱিক অণুবোৰ ভাঙি এলকহল যৌগত পৰিণত হয়৷ যাৰ ফলত একধৰণৰ সুৰাৰ সৃষ্টি হয়।

উল্লেখ্য যে নিচাৰ বাবে নিচা জাতীয় দ্ৰৱ্য হিচাবে সেৱন কৰা অদ্ভুত বস্তুবোৰৰ ভিতৰ কণ্ডমেই প্ৰথম নহয়৷ একবিংশ শতিকাৰ মাজভাগত নাইজেৰিয়াত টুথপেষ্ট আৰু জোতাৰ পলিছ বিক্ৰী হঠাতে ৬ গুণ বৃদ্ধি পাইছিল৷ এই দুয়োবিধকে নিচাৰ বাবে সেৱন কৰাৰ বাবে হঠাতে বিক্ৰী হাৰ বৃদ্ধি হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: addictedaddictionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcondom addiction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
Next Post
৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত

আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.