• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ

ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ

5 years ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

30 minutes ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

1 hour ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

3 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

3 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

4 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

4 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

5 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

6 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

7 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

8 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ

editor by editor
May 23, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ
0
SHARES
30k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাই ৰুদ্ধ কৰিব পাৰে পিতৃ হোৱাৰ পথ৷ দম্পতীৰ বন্ধ কোঠাৰ উচ্চতম মানৱীয় আমেজ হিম শীতল হৈ পৰিব পাৰে৷ ক’ৰোনা আক্ৰান্ত হোৱাৰ পাছত পুৰুষৰ যৌন জীৱনত ব্যাপক কুপ্ৰভাৱ পৰিব পাৰে৷ কোভিডমুক্ত হোৱাৰ পাছতো পুৰুষৰ যৌন জীৱন ভয়ংকৰভাৱে প্ৰভাৱিত হ’ব পাৰে বুলি এক গৱেষণাৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে সংবাদ পৰিৱেশন কৰিছ৷

এক গৱেষণাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য৷ ক’ৰোনা ভাইৰাছে পুৰুষৰ যৌনাংগৰ ৰক্ত প্ৰৱাহ প্ৰভাৱিত কৰে৷ যাৰ ফলত ‘ইৰেক্টাইল ডিচফাংচন’ৰ সমস্যাত ভোগে পুৰুষসকল, যিয়ে পুৰুষৰ শুক্ৰাণুৰ টেষ্টোষ্টেৰ’নৰ স্তৰ হ্ৰাস কৰে৷ কোভিডমুক্ত হোৱাৰ পাছতো যৌনাংগত ভাইৰাছৰ অৱস্থিতি থাকি যায়৷ ইৰেক্টাইন ডিচফাংচনৰ ফলত শুক্ৰাণুৰ স্তৰ কমি যোৱাৰ বাবে  ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায় পুৰুষৰ৷ ইয়ে পাছলৈ SARS CoV-2 ৰোগৰ কাৰণ হ’বগৈ পাৰে৷ ইউনিভাৰচিটি অৱ মিয়ামিৰ এক গৱেষণাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য৷ কোভিডত আক্ৰান্ত হোৱা পুৰুষৰ যৌনাংগ স্কেন কৰা হৈছিল গৱেষণা কালত৷ কোভিডমুক্ত হোৱাৰ ৬ মাহ পাছতো যৌনাংগত থকা ইৰেক্টাইল কোষত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি দেখা পোৱা গৈছিল৷  সমান্তৰালভাৱে এই ভাইৰাছে  ব্যক্তিৰ শৰীৰৰ অন্তৰ্ভাগৰ অংগসমূহো দুৰ্বল কৰি তোলে৷ যদিহে ভাইৰাছৰ প্ৰভাৱত যৌনাংগৰ ৰক্ত প্ৰৱাহ বন্ধ হয়, তেতিয়া চিৰদিনৰ বাবে যৌন ক্ষমতা হেৰুৱাবলগীয়া হ’ব পাৰে ব্যক্তিগৰাকীয়ে৷ হয়তো শীতল নিশাৰ উত্তাপ চিৰদিনলৈ কাঢ়ি নিব পাৰে মহামাৰী ক’ৰোনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24coronacovid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
Next Post
অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ

দিল্লীত পুনৰ লকডাউনৰ সময়সীমা বৃদ্ধি

দিল্লীত পুনৰ লকডাউনৰ সময়সীমা বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.