• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকে কৈছিল সকলো শেষ, কিন্তু শেষযাত্ৰাত সাৰ পাই উঠিল, তাৰপিছত?

চিকিৎসকে কৈছিল সকলো শেষ, কিন্তু শেষযাত্ৰাত সাৰ পাই উঠিল, তাৰপিছত?

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

12 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

13 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

14 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

16 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

17 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

17 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

18 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসকে কৈছিল সকলো শেষ, কিন্তু শেষযাত্ৰাত সাৰ পাই উঠিল, তাৰপিছত?

দাহ কৰিবলৈ লওঁতেই হঠাৎ জাগি উঠিল... তাৰপিছত?

editor by editor
November 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চিকিৎসকে কৈছিল সকলো শেষ, কিন্তু শেষযাত্ৰাত সাৰ পাই উঠিল, তাৰপিছত?
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জয়পুৰত আচৰিত কাণ্ড৷ চাৰিজন চিকিৎসক, এজন প্ৰিন্সিপাল, মেডিকেল অফিচাৰক ছাচপেণ্ড কৰা হৈছে এই ঘটনাক লৈ৷ কিন্তু কিয় হঠাৎ চাকৰি গ’ল এইসকল মেডিকেল ষ্টাফৰ? ৰাজস্থানৰ ঝুনঝুন জিলাত এইকেইগৰাকী চিকিৎসা কৰ্মীয়েই জীৱিত এজন ৰোগীক মৃত ঘোষণা কৰিছিল৷ কিন্তু চিতাত তুলোতেই উঠি যায় ব্যক্তিজন৷ ইয়াৰপাছতেই সমগ্ৰ বিষয়টোক লৈ হৈ চৈ লাগিছে ৰাজস্থানত৷

শেষযাত্ৰাত তেওঁক লৈ যোৱাৰ সময়ত হঠাৎ জীৱিত হৈ উঠে যুৱকজন৷ লগে লগেই তেওঁক এম্বুলেন্সেৰে লৈ অহা লয় হাস্পতাললৈ৷ ঝুনঝুন জিলা হাস্পতালত তেওঁক ভৰ্তী কৰোৱা হৈছে৷ আই চি ইউত ভৰ্তি কৰোৱা হৈছে যুৱকজনক৷ অৱশ্যে দীৰ্ঘসময় ধৰি মৰ্গত বৰফত ৰখাৰ লগতে মৰোণোত্তৰ পৰীক্ষা হোৱাৰ বাবে তেওঁৰ অৱস্থা খুবেই সংকটত৷ এই ঘটনাক লৈ ৰাজস্থান চৰকাৰে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে কাঢ়া ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিছে৷

ৰোহিত শে নামৰ ২৫ বছৰীয়া সেই যুৱক অসুস্থ হৈ হাস্পতালত ভৰ্তি হৈছিল৷ ৰোহিত এগৰাকী অনাথ যুৱক হোৱাৰ ওপৰিও জন্মগতভাৱেই বোবা আৰু ক’লাও৷ সেই যুৱকৰেই হাস্পতালত মৃত ঘোষণা কৰি পোষ্টমৰ্টেম কৰি চিতাত তুলিবলৈ পঠিয়াই দিয়া হৈছিল দেহ৷ কিন্তু  চিতাত উঠোৱাৰ সময়তে লৰচৰ কৰাত আচৰিত হৈ পৰে তেওঁৰ শেষযাত্ৰাত অংশ লোৱা আটাইবোৰ ব্যক্তিয়েই৷ প্ৰথমে ভুত বুলি ভয় খাইছিল যদিও ভালদৰে চোৱাত যুৱকজন জীৱিত যে গম পায়৷ লগে লগেই যুৱকক হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷

এই সমগ্ৰ ঘটনাক লৈ তদন্তত নামিছে প্ৰশাসন৷ অভিযুক্তৰ গাফিলতিয়েই তেওঁলোকে প্ৰাথমিক তদন্তত লাভ কৰিছে৷ কেনেকৈ এজন জীৱিত ব্যক্তিক মৃত ঘোষণা কৰিলে সেই বিষয়টোৰ উত্তৰ বিচাৰিছে এতিয়া প্ৰশাসনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?

২বছৰতেই আয় দ্বিগুণঃ বৰ্তমান কিমান কোটিৰ মালিক কাৰ্তিক আৰিয়ান?

এনে উপহাৰ কেৱল আল্লাহেই দিব পাৰেঃ প্ৰথম সন্তানৰ ১৬ মাহ হওঁতেই আকৌ অন্তঃসত্ত্বা ছানা খান

এনে উপহাৰ কেৱল আল্লাহেই দিব পাৰেঃ প্ৰথম সন্তানৰ ১৬ মাহ হওঁতেই আকৌ অন্তঃসত্ত্বা ছানা খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.