• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

25 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

1 hour ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

4 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

4 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

5 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

6 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

7 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

7 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

editor by editor
March 22, 2024
in Uncategorized
0
সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

সমুখত সমগ্ৰ দেশতে বিধানসভা নিৰ্বাচন। সকলো দল ব্যস্ত প্ৰচাৰ অভিযানত। পাছে তাৰে মাজতে বিৰোধী দল সমুহৰ ভিতৰত অন্যতম আম আদমী পাৰ্টীৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে এতিয়া কি ইংগিত বহন কৰিছে।

গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জে’লৰ পৰা দলৰ হৈ প্ৰচাৰ চলাব পাৰিব নে। তাতোকৈ ডাঙৰ প্ৰশ্ন জেলৰ পৰা চৰকাৰ চলাব পাৰিবনে কেজৰিৱালে?

উল্লেখ্য যে, বৃহস্পতিবাৰ ২১ মাৰ্চ তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল এনফোৰ্চমেন্ট ডিপাৰ্টমেন্টে( ED)। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত উপস্থিত হৈছিল প্ৰায় ৬ৰ পৰা ৮জন ED বিষয়া। নিশা ৯ বাজি ১০ মিনিটত সোধপোচ আৰু তালাচীৰ পাছত বাসগৃহৰ পৰাই EDএ গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী কেজৰিৱালক। গ্ৰেপ্তাৰৰ পাছত আজি ২২ মাৰ্চ শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীক EDএ জেৰা চলাব। জেৰা কৰাৰ সকলো মুহুৰ্ত তথা সকলো বক্তব্য ৰেকৰ্ড কৰা হ’ব।

পাছে কি হ’ব দিল্লীৰ শাসনভাৰ? এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিৰাগ গুপ্তাই জানিবলৈ দিয়ে যে গ্ৰেপ্তাৰৰ পিছতে কোনো মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰিবলৈ বাধ্যবাধকতাৰ নিয়ম নাই। ইয়াৰ পূৰ্বে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাইয়ো সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছতে পদত্যাগ কৰা নাছিল।

কেজৰিৱালৰ ক্ষেত্ৰত অধিৱক্তা বিৰাগ গুপ্তাই কয় যে মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰয়োজন সাপেক্ষে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কেবিনেট বৈঠক অনুষ্ঠিত কৰিব পাৰিব।

কিন্তু যদিহে দোষী সাব্যস্ত হয়, তেতিয়া ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা থাকিব। অৱশ্যে যদি কোনো নেতা কেৱল অভিযুক্ত হয় আৰু কাৰাগাৰতো আছে, তেন্তে তেওঁ সাংসদ-বিধায়ক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalDelhi CMedenforcement directorateIndian Politics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই ...জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.