• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ দিনত ৬৩ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ! ৪০০ কোটিৰো অধিক লোকচান

১৩ দিনত ৬৩ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ! ৪০০ কোটিৰো অধিক লোকচান

1 year ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

16 minutes ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

1 hour ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

2 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

4 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

4 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

5 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

6 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

7 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

7 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

9 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

9 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৩ দিনত ৬৩ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ! ৪০০ কোটিৰো অধিক লোকচান

editor by editor
July 4, 2025
in বিবিধ, ভাৰত
0
১৩ দিনত ৬৩ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ! ৪০০ কোটিৰো অধিক লোকচান
0
SHARES
518
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ দিনত ৬৩ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ! ৪০০ কোটিৰো অধিক লোকচান

বাৰিষাৰ ফলত হিমাচল প্ৰদেশত ব্যাপক ধ্বংসলীলা অব্যাহত আছে। যোৱা ২০ জুনৰ পৰা বিগত ১৩ দিন ধৰি ৰাজ্যখনত ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ঘটনাত এতিয়ালৈকে ৬৩ জন লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে ৪০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

ৰাজহ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনৰ আনুমানিক ৪০০ কোটিৰো অধিক লোকচান হৈছে।

ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। সৰ্বাধিক ক্ষতিসাধন হৈছে মাণ্ডিত। মন্দি জিলাৰ থুনাগ, বাগছায়দ (যিটো প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰৰ বিধান সভা সমষ্টিত আহে)ত যথেষ্ট ধ্বংসলীলা হৈছে। ইয়াৰ উপৰিও মাণ্ডীৰ কাৰ্ছগ আৰু ধৰমপুৰতো ভয়াৱহ ক্ষয়-ক্ষতি হৈছে।

ইয়াৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত ২৮৭টা জীৱ-জন্তুৰ মৃত্যুও হৈছে, যাৰ ফলত গ্ৰাম্য অৰ্থনীতিত ডাঙৰ আঘাত পৰিছে। পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে, যাৰ ফলত স্বাভাৱিক জীৱনত বেয়াকৈ প্ৰভাৱ পৰিছে।

বতৰ বিজ্ঞান বিভাগে ৬ জুলাইলৈকে হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে, যাৰ বাবে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰ আৰু দুৰ্যোগ সাহায্য দলসমূহে অহৰহ সাহায্য আৰু উদ্ধাৰ অভিযানত ব্যস্ত আছে যদিও বতৰে বহু প্ৰত্যাহ্বান আনিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: floodHeavy RainHimachal Pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
Next Post
২দিন পাছতেই দেৱশয়নী একাদশী, এই ৫ কাম কৰিলে পাব নাৰায়ণৰ আশীৰ্বাদ

২দিন পাছতেই দেৱশয়নী একাদশী, এই ৫ কাম কৰিলে পাব নাৰায়ণৰ আশীৰ্বাদ

‘আমি বাংলাদেশী নহয়, খিলঞ্জীয়াৰো অনুৰোধৰ মূল্য এই প্ৰশাসনৰ ওচৰত নাই!’ কিয় এই ক্ষোভ কৃষক পৰিয়ালৰ কন্যা গুণগুণৰ, লখিমপুৰৰ উচ্ছেদক লৈ কিয় চলিছে ৰাজ্যজুৰি চৰ্চা?

‘আমি বাংলাদেশী নহয়, খিলঞ্জীয়াৰো অনুৰোধৰ মূল্য এই প্ৰশাসনৰ ওচৰত নাই!’ কিয় এই ক্ষোভ কৃষক পৰিয়ালৰ কন্যা গুণগুণৰ, লখিমপুৰৰ উচ্ছেদক লৈ কিয় চলিছে ৰাজ্যজুৰি চৰ্চা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.