মেঘ— নতুন সংবাদে আনন্দ দিব৷ সম্পদ লাভ৷ আনৰ পৰা সহায় পাব৷ আৱেগ বৰ্জন কৰক৷ শুভ সংখ্যা ২, শুভ ৰং নীলা৷
বৃষ— কৰ্মত উদাৰতা থাকিব৷ সম্পদ লাভ৷ প্ৰেমত শুভ৷ আত্মচিন্তা বৃদ্ধি পাব৷ নতুন কৰ্মসংস্থাপনৰ যোগ৷ শুভ ৰং সোণালী, সংখ্যা ৫
মিথুন— বিদ্যা-বুদ্ধিত শুভ৷ খং কমাওক৷ শাৰীৰিক আৰু মানসিক শ্ৰম বৃদ্ধি৷ হনুমানক পূজা কৰক৷ শুভ ৰং মাখন, সংখ্যা ৮
SEE MORE: চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক
কৰ্কট— কৰ্মত উন্নতিৰ যোগ৷ সততাৰ পৰিচয় দিব পাৰিব৷ দুখীয়াক অন্ন দান কৰিব৷ শুভ ৰং সেউজীয়া, সংখ্যা ৪
সিংহ— কৰ্মত পদোন্নতিৰ যোগ৷ গোপন শত্ৰু বৃদ্ধি৷ ক্ৰীড়াৰ সৈতে জড়িতসকলৰ উন্নতি৷ খৰচ বৃদ্ধি৷ শুভ ৰং পাতল গুলপীয়া, সংখ্যা ৬
কন্যা— শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ বদহজম হ’ব পাৰে৷ গোপন শত্ৰুৰ পৰা সাৱধান৷ কৰ্মত মধ্যম৷ শুভ ৰং হালধীয়া, সংখ্যা ৫
SEE MORE: সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই
তুলা— কৰ্মতৎপৰতা বৃদ্ধি৷ পশ্চিম দিশে ভ্ৰমণ কৰিলে লাভৱান হ’ব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নতি৷ শুভ ৰং মেৰুণ, সংখ্যা ৪
বৃশ্চিক— বৃক্কৰ ৰোগত কষ্ট পাব পাৰে৷ কৰ্মত উৎসাহ-উদ্দীপনা বৃদ্ধি৷ সামাজিক কামত নিষ্ঠা বৃদ্ধি৷ শুভ ৰং আকাশী, শুভ সংখ্যা ২
ধনু— গুৰুজনাক স্মৰণ কৰক৷ কামত ব্যস্ততা বৃদ্ধি৷ ঘৰুৱা শত্ৰু বৃদ্ধি৷ শুভ ৰং কমলা, সংখ্যা ৮
মকৰ— কৰ্মত নিষ্ঠা থাকিব৷ মানসিক অশান্তি হ’ব পাৰে৷ বিবাহৰ যোগ৷ আয়-ব্যয় সমান৷ শুভ ৰং ৰঙা, সংখ্যা ৩
কুম্ভ— কৰ্মত অৱনতি৷ ফুৰা-চকাত সাৱধান হওক৷ খৰচ বৃদ্ধি৷ মাতৃৰ শুভ৷ শুভ ৰং মেৰুণ, সংখ্যা ১
মীন— আশাবাদী চিন্তা ব্ৰতী থাকিব৷ কৰ্মত উন্নতি৷ সন্মান বৃদ্ধি৷ শুভ ৰং আকাশী, শুভ সংখ্যা ৬
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ