• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

10 months ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

41 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

3 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

5 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

6 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

editor by editor
June 9, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিন দুদিন নহয়, ১৬ দিন ধৰি বিভ্ৰান্ত কৰি ৰাখিছিল আৰক্ষীক৷ ওলোৱা নাছিল কোনো শুং সূত্ৰ৷ সকলোৱে ধাৰণা কৰিছিল, স্বামী ৰাজাৰ দৰেই কোনোবাই সোনমকো হত্যা কৰি পেলালে৷ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা মেঘালয়লৈ ফুৰিবলৈ আহি হেৰাই গৈছিল ৰাজা ৰঘূবংশী আৰু সোনম৷ নিৰুদ্দেশৰ ১১ দিন পাছত ৱাইছাউডাং জলপ্ৰপাতৰ কাষৰ পৰা উদ্ধাৰ হয় ৰাজা ৰঘূবংশীৰ দেহ৷ ৰাজাৰ দেহ উদ্ধাৰৰ পাছৰে পৰা আৰক্ষীয়ে বিচাৰি ফুৰিছিল সোনমক৷ আৰক্ষীয়ে ধাৰণা কৰিছিল সোনমক কোনোবা দুষ্কৃতীকাৰীয়ে অপহৰণ কৰিছে৷ শেষত ১৬ দিনৰ পাছত ঘটনাই ল’লে পৃথক মূৰ৷ অৱশেষত সাফল্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে৷ সোনমে অৱশেষত নিজেই ধৰা দিলে আৰক্ষীৰ ওচৰত৷ কিয় আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল সোনম?

মেঘালয় আৰক্ষীৰ তদন্তত প্ৰথম সোনমৰ ওপৰত সন্দেহ উপজিছিল বিগত ৭ জুনত৷ স্থানীয় এক ট্যুৰ গাইডে জনাইছিল যে তেওঁ ২৩মে ৰ পুৱা ৰাজা-সোনমক দেখা পাইছিল৷ লগত আছিল আৰু ৩ ব্যক্তি৷ তেওঁলোকে হিন্দীত কথা পাতিছিল৷ অৰ্থাৎ স্থানীয় কোনো ব্যক্তি নাছিল সেই তিনি ব্যক্তি৷ তেতিয়াই আৰক্ষীৰ সন্দেহ আহিছিল সোনমৰ ওপৰত৷ অপৰিচিত সেই হিন্দীভাষী তিনি ব্যক্তিক বিচাৰি আৰক্ষীৰ দল গৈছিল ইন্দোৰলৈ৷

আৰক্ষীৰ হাতত পৰিছিল এখন তেজলগা দা আৰু এটা ৰেইনকোট৷ যি হোম ষ্টেত নৱদম্পতি আছিল তাতেই চিচিটিভি ফুটেজত দেখা গৈছিল সোনমে সেই ৰেইনকোট পৰিধান কৰি আছে৷ আৰক্ষীৰ সন্দেহ তেতিয়া আৰু বাঢ়ি যায়৷ ফুৰিবৰ বাবে স্কুটিও ভাড়া লৈছিল সোনম-ৰাজাই৷ সেই স্কুটিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ তাত ইতিমধ্যে চাবি লগাই থোৱা আছিল৷

দেওবাৰে নিশা ১ বজাত উত্তৰপ্ৰদেশৰ গাজিপুৰৰ এখন ধাবাত দেখা যায় সোনমক৷ ধাবাৰ মালিক ছাহিল যাদৱে আৰক্ষীৰ ওচৰত জনাইছে সবিশেষ তথ্য৷ ধাবাৰ মালিকেই আৰক্ষীক ফোন কৰি সোনমৰ খবৰ দিছিল বুলি দাবী কেইবাটাও সূত্ৰৰ৷ ছাহিলে নিজেও সংবাদমাধ্যমৰ আগত কয়-নিশা ১ বজাত কান্দি কান্দি সেই ধাবালৈ আহিছিল সোনম৷ ঘৰত ফোন কৰিব খুজিছিল৷ ছাহিলে নিজৰ ফোন সোনমক দিছিল৷ তাৰ পৰাই পৰিয়ালৰ সৈতে কথা পাতিছিল সোনমে৷ ছাহিলৰ ফোনত সেই নম্বৰ বৰ্তমানো আছে৷ ইন্দোৰৰ সোনমৰ ঘৰৰ পৰাও ফোন অহাৰ খবৰ আৰক্ষীৰ হাতত পৰিছিল৷

মেঘালয় আৰক্ষীৰ যি দল ইন্দোৰত আছিল তেওঁলোকেও নিশা সন্দেহ কৰা দুই ব্যক্তিক আটক কৰিছিল৷ তাৰপাছতেই তেওঁলোকক গ্ৰেপ্তাৰো কৰা হয়৷ অভিযোগ অনুসৰি ৰাজা হত্যাকাণ্ডত সেই দুই ব্যক্তিৰ হাত আছে৷ আকৌ উত্তৰপ্ৰদেশৰ পৰাও এজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ মুঠ তিনি ব্যক্তিকেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শেষত গাজিয়াবাদৰ পৰা ধৰা হৈছে সোনমক৷ অৰ্থাৎ এই হত্যাকাণ্ডত জড়িত হৈ আছে মুঠ ৪জন ব্যক্তি৷ মেঘালয় আৰক্ষীৰ ডি জিয়ে জনাইছে যে স্বামী ৰাজাক হত্যা কৰিবৰ বাবে ভাড়াতীয়া কিলাৰ আনিছিল সোনমে৷
তদন্তত সোনমৰ এগৰাকী প্ৰেমিক থকাৰ কথাও আহিছে৷ ৰাজা কুশৱাহা নামৰ এগৰাকী যুৱকৰ সৈতে সোনমৰ একাধিক ফোনকল অহাৰ তথ্য পোৱা গৈছে৷ বিগত ১৯ মেত সোনম আৰু ৰাজা ৰঘূবংশীৰ বিয়া হয়৷ তাৰ পূৰ্বৰে পৰাই ৰাজা কুশয়াহাৰ সৈতে সোনমৰ পৰিচয় আছিল সোনমৰ৷ আনকি দুয়ো প্ৰেমৰ সম্পৰ্কতো আছিল৷ প্ৰেমৰ বাবেই ৰাজাৰ সৈতে মিলি সোনমে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল৷ ৰাজাকেই এই হত্যাকাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড বুলি বহুতে দাবী কৰিছে৷ অৱশ্যে এই বিষয়ত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

২৩ বছৰতেই এজন এজনকৈ ২৫ পুৰুষৰ সৈতে বিবাহ! অৱশেষত গ্ৰেপ্তাৰ তৰুণী, আঁৰৰ কাৰণ জানিলে চকু কঁপালত উঠিব আপোনাৰ

‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

‘মোৰ স্বামীক মই হত্যা কৰা নাই, মই নিৰ্দোষী’, গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ জেৰাত কি কি দাবী কৰিছে সোনম ৰঘূবংশীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.