• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

3 weeks ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

22 minutes ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

51 minutes ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

1 hour ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

2 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

3 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

4 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

4 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

6 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

6 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

7 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

গাখীৰ বহু সময়লৈ ৰাখিবলৈ এই ভুলবোৰ এৰাই চলক

editor by editor
July 11, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ
0
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাখীৰ এবিধ ভৰপূৰ পুষ্টিসমৃদ্ধ এক উৎকৃষ্ট খাদ্য। হয়তো গাখীৰ দৈনিকভাৱে ব্যৱহাৰ নকৰা ঘৰ খুব কমেই ওলাব। বিশেষকৈ ভাৰতীয় গৃহিনীৰ পাকঘৰৰ গাখীৰ এবিধ নিত্যব্যৱহাৰ্য সামগ্ৰী। গাখীৰ শিশু, প্ৰাপ্তবয়স্ক আৰু বৃদ্ধ—সকলো বয়সৰ মানুহৰ দৈনন্দিন খাদ্যত এক গুৰুত্বপূৰ্ণ অংশ। চাহ, কফি, দৈ, পনীৰ আৰু বিভিন্ন খাদ্য প্ৰস্তুত কৰাতো গাখীৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু গাখীৰ সহজে নষ্ট হোৱা খাদ্যবস্তুৰ ভিতৰত অন্যতম। সেয়েহে ইয়াৰ গুণাগুণ অক্ষুণ্ণ ৰাখিবলৈ সঠিকভাৱে সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

গাখীৰত প্ৰ’টিন, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ভিটামিন বি-১২, ৰাইবোফ্লেভিন আৰু ফৰ্টিফাইড আদি বহু প্ৰয়োজনীয় পুষ্টি উপাদান থাকে গাখীৰত। গাখীৰত আৰ্দ্ৰতা আৰু পুষ্টি অধিক থকাৰ বাবে ইয়াত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। যদি গাখীৰ দীঘলীয়া সময় কোঠাৰ উষ্ণতাত ৰাখি থোৱা হয়, বাৰে বাৰে গৰম কৰা হয় বা সঠিকভাৱে সংৰক্ষণ কৰা নহয়, তেন্তে ই সোনকালে নষ্ট হোৱাৰ আশংকা বৃদ্ধি পায়।

গাখীৰ দীঘলীয়া সময়লৈকে কেনেকৈ সতেজ ৰাখিব?

গাখীৰ উতলাই লোৱাৰ পিছত বহু সময় কোঠাৰ উষ্ণতাত ৰাখি নথব। অলপ ঠাণ্ডা হ’লেই পৰিষ্কাৰ ঢাকনি থকা ষ্টীল বা খাদ্য-মানদণ্ডৰ পাত্ৰত ভৰাই লগে লগে ফ্ৰিজত ৰাখিব। ফ্ৰিজৰ দুৱাৰৰ চেলত নহয়, ভিতৰৰ শ্বেল্ফত গাখীৰ ৰাখিব। তাত তাপমাত্ৰা অধিক স্থিৰ থাকে। প্ৰয়োজন অনুসৰিহে গাখীৰ উলিয়াই ব্যৱহাৰ কৰিব। বাৰে বাৰে গাখীৰ গৰম কৰাৰ পৰা বিৰত থাকিব। গাখীৰ উলিয়াওঁতে সদায় পৰিষ্কাৰ আৰু শুকান চামুচ বা পাত্ৰ ব্যৱহাৰ কৰিব, যাতে বেক্টেৰিয়াৰ বৃদ্ধি নহয়। যদি পেকেটজাত গাখীৰ হয়, তেন্তে খোলাৰ পিছত ভালদৰে বন্ধ কৰি ৰাখিব। সঠিকভাৱে সংৰক্ষণ কৰিলে গাখীৰৰ সতেজতা আৰু গুণগত মান বহুদিনলৈকে অক্ষুণ্ণ ৰাখিব পাৰি।

গাখীৰ কিমান তাপমাত্ৰাত আৰু কিমান সময় সংৰক্ষণ কৰিব?

গাখীৰ ৪° চেলচিয়াছ বা তাতকৈ কম তাপমাত্ৰাত ফ্ৰিজত সংৰক্ষণ কৰাটো উত্তম। উতলোৱা গাখীৰ ঠাণ্ডা হোৱাৰ পিছত যিমান সোনকালে সম্ভৱ ফ্ৰিজত ৰাখিব লাগে। যদি গাখীৰ বহু সময় কোঠাৰ উষ্ণতাত থাকে, তেন্তে ইয়াত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। ফ্ৰিজত ৰখা গাখীৰো পেকেটত উল্লেখ কৰা ব্যৱহাৰৰ সময়সীমা বা ম্য়াদ উত্তীৰ্ণৰ তাৰিখৰ ভিতৰতে ব্যৱহাৰ কৰা উচিত। যদি গাখীৰৰ ৰং, সোৱাদ বা গোন্ধত পৰিবৰ্তন দেখা যায়, তেন্তে সেই গাখীৰ খোৱা উচিত নহয়।

এই ভুলবোৰ এৰাই চলক

গাখীৰ বহু সময় ধৰি খোলা অৱস্থাত বাহিৰত ৰাখি নাথাকিব। বাৰে বাৰে গৰম কৰি পুনৰ ঠাণ্ডা কৰাৰ অভ্যাস পৰিহাৰ কৰিব। লেতেৰা বা ভিজা পাত্ৰত গাখীৰ নাৰাখিব, কিয়নো তেনে কৰিলে গাখীৰ সোনকালে নষ্ট হ’ব পাৰে। ফ্ৰিজত গাখীৰ তীব্ৰ গোন্ধ থকা খাদ্যবস্তুৰ কাষত নাৰাখিব, কাৰণ গাখীৰে সহজেই আন খাদ্যৰ গোন্ধ শুহি লয়। যদি গাখীৰ ফাটি যায়, টেঙা গোন্ধ ওলায় বা ৰং সলনি হয়, তেন্তে সেই গাখীৰ কোনোপধ্যেই ব্যৱহাৰ বা সেৱন কৰা উচিত নহয়। সঠিক পদ্ধতিত সংৰক্ষণ কৰিলে গাখীৰ দীঘলীয়া সময়লৈকে সতেজ, পুষ্টিকৰ আৰু খোৱাৰ বাবে নিৰাপদ হৈ থাকে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24milk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

August 1, 2026
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?
বিনোদন

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

August 1, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
Next Post
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

'কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.