• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰতো কেনেকৈ ডেকা হৈ থাকিব! অনুসৰণ কৰিব পাৰে এইকেইটা উপায়…

৫০ বছৰতো কেনেকৈ ডেকা হৈ থাকিব! অনুসৰণ কৰিব পাৰে এইকেইটা উপায়…

4 years ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

9 minutes ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

1 hour ago
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

2 hours ago
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

3 hours ago
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ’ব ভাগ্য

3 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

16 hours ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

17 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

18 hours ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

19 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

৫০ বছৰতো কেনেকৈ ডেকা হৈ থাকিব! অনুসৰণ কৰিব পাৰে এইকেইটা উপায়…

editor by editor
January 4, 2023
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
৫০ বছৰতো কেনেকৈ ডেকা হৈ থাকিব! অনুসৰণ কৰিব পাৰে এইকেইটা উপায়…
0
SHARES
9.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰভাৱ আমাৰা মুখমণ্ডলত পৰে৷ কিন্তু সকলো ব্যক্তিয়েই বয়স অনুপাতে ডেকা হৈ থাকিব বিচাৰে৷ এইক্ষেত্ৰত ছালত পৰা চাপৰ বাবেই ব্যক্তি একোজনৰ বয়সৰ উমান পোৱা যায়৷ তেনেক্ষেত্ৰত বয়স বঢ়াৰ লগে লগেই ছালৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বিষয় হৈ পৰে৷ ছালৰ যত্ন কেনেদৰে ল’লে বয়সৰ চাপ নপৰাকৈ বহু বছৰলৈ ডেকা হৈ থাকিব পাৰি জানেনে?

পুৱাই গৰম পানী খাওক
প্ৰতিদিনে পুৱা শুৱাৰ পৰা উঠিয়েই গৰম পানী খাব লাগে৷ কাৰণ প্ৰতিদিনে এগিলাছকৈ কুহুমীয়া পানী খালে তেজৰ সঞ্চালন ভাল হয়৷ কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ হয়৷ লগতে পানী বেছিকৈ খালে মুখৰ উজ্জলতা বৃদ্ধি পায়৷

ফলমূল খাদ্যৰ তালিকাত ৰাখিবই
ফলমূল প্ৰতিদিনেই খাদ্যৰ তালিকাত ৰাখিব পাৰে৷ ঋতু অনুসৰি ফল খাব লাগে৷ ৱৰ্কআউটৰ পূৰ্বে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে শৰীৰ নিৰোগী হয়৷

প্ৰতিদিনেই ৱৰ্কআউট কৰিব
প্ৰতিদিনেই পুৱা কমেও ৪৫ মিনিট ৱৰ্কআউট কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ ৱৰ্কআউটৰ ফলত তেজৰ সঞ্চালন নিয়মীয়া হয়৷ লগতে শৰীৰৰ ওজনো নিয়ন্ত্ৰিত হৈ থাকে৷

যোগাসন
পুৱাই যোগাসন কৰিলে পেশী শক্তিশালী হয়৷ যাৰ ফলত মুখৰ গ্ল’ অটুত থাকে৷

নিয়মিত ব্ৰেকফাষ্ট
স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট শৰীৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷ ব্ৰেকফাষ্টত প্ৰটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্যহে সেৱন কৰিব লাগে৷ ব্ৰেকফাষ্টেই দিনটোলৈ কৰ্মক্ষম হৈ থাকিবলৈ শক্তি দিয়ে৷ দৈনিক স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট খালে শৰীৰ নিৰোগী হৈ থকাৰ লগতে ছালো উজ্জল হৈ থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?
জীৱনশৈলী

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

July 20, 2026
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!
জীৱনশৈলী

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ’ব ভাগ্য

July 20, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 19, 2026
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?
জীৱনশৈলী

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

July 19, 2026
Next Post
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা…

অৰ্জুন অতীত! এইবাৰ প্ৰাক্তন স্বামী আৰবাজৰ সৈতে হাতে-হাত ধৰি মালাইকা, সম্পৰ্কত আকৌ আহিছে নেকি মসৃণতা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.