• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?

১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?

2 years ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

56 minutes ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

2 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

3 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

3 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

5 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

6 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

7 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

7 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

8 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

8 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?

১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?

editor by editor
March 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি যদি আপোনাৰ সঞ্চয় বেংকত ৰখাৰ পৰিবৰ্তে ভাল স্থানত বিনিয়োগ কৰিব খোজে তেন্তে পোষ্ট অফিচৰ কিষাণ বিকাশ পত্ৰ স্কিম আপোনাৰ বাবে এক দুৰ্দান্ত বিকল্প হ’ব পাৰে৷ এই স্কিমে স্থিৰ ৰিটাৰ্ণ প্ৰদান কৰে৷ এই স্কিম ক্ষুদ্ৰ আৰু মধ্যবিত্ত বিনিয়োগকাৰীৰ বাবে উপকাৰী৷

আপুনি যদি আপোনাৰ সঞ্চয়ক এক নিৰাপদ আৰু লাভজনক বিনিয়োগত পৰিণত কৰিব খোজে তেন্তে এই প্ৰকল্পটোত বিনিয়োগ লাভজনক হ’ব পাৰে৷ আহক এই পোষ্ট অফিচ স্কিম সম্পৰ্কে বিস্তাৰিতভাৱে জানি লওঁ৷

কিষাণ বিকাশ পত্ৰ যোজনাৰ বৈশিষ্ট্য

নিৰাপদ বিনিয়োগঃ এই স্কিম বজাৰৰ ওঠানমাৰ দ্বাৰা প্ৰভাৱিত নহয়, এয়া এক নিৰাপদ বিনিয়োদ৷
আকৰ্ষণীয় সুদৰ হাৰঃ এই স্কিমে বৰ্তমান বাৰ্ষিক ৫শতাংশ হাৰত সুদ প্ৰদান কৰে৷
দ্বিগুণ অৰ্থ গেৰাণ্টিঃ আপোনাৰ বিনিয়োগ ১১৫ মাহত অৰ্থাত প্ৰায় ৯ বছৰ ৭ মাহত দ্বিগুণ হ’ব৷
একক আৰু যৌথ একাউণ্টঃ আপুনি এককভাৱে বা যৌথভাৱেও এটা একাউণ্ট খুলিব পাৰে৷

কোনো সৰ্বোচ্চ সীমা নাইঃ আপুনি সৰ্বনিম্ন ১০০০ টকা দি বিনিয়োগ আৰম্ভ কৰিব পাৰে আৰু কোনো সৰ্বোচ্চ সীমা নাই৷

শিশুৰ বাবেও একাইণ্ট খোলাৰ সুবিধাঃ১০ বছৰৰ বেছি বয়সীয়া শিশুৰ নামতো একাউণ্ট খোলা সম্ভৱ৷

কেনেকৈ দ্বিগুণ ৰিটাৰ্ণ পাব?

উদাহৰণস্বৰূপে আপুনি যদি ১১৫ মাহৰ পাছত ৪লাখ টকা বিনিয়োগ কৰে, তেন্তে এই পৰিমাণ দ্বিগুণ হৈ ৮ লাখ টকা হৈ পৰিব৷

এই প্ৰকল্পত কোনে কোনে বিনিয়োগ কৰা উচিত?

অৱসৰপ্ৰাপ্ত ব্যক্তিঃ যিসকলে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ মূলধন বঢ়াব খোজে তেওঁলোকে ইয়াত বিনিয়োগ কৰিব পাৰে৷ ক্ষুদ্ৰ বিনিয়োগকাৰীঃ নিৰাপদ আৰু স্থিৰ ৰিটাৰ্ণ বিচৰা ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে৷

পিতৃমাতৃয়ে সন্তানৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিব পাৰেঃ যিসকলে দীৰ্ঘম্যাদি বিনিয়োগ কৰিব খোজে তেওঁলোকৰ বাবে এই প্ৰকল্প উল্লেখযোগ্য৷

এই প্ৰকল্প সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য

সুদৰ হাৰ পৰ্যালোচনাঃ চৰকাৰে প্ৰতি তিনিমাহত সুদৰ হাৰ পৰ্যালোচনা কৰে৷

লক ইন পিৰিয়ডঃ এই স্কিমৰ লক ইন পিৰিয়ড ৫বছৰ অৰ্থাৎ ৬০মাহ৷

এই স্কিমত অৰ্জিত সুদ কৰযোগ্য৷

মনোনয়নৰ সুবিধাঃ আপোনাৰ মৃত্যুৰ পাছত টকা পোৱাৰ বাবে আপুনি এজন দাবীদাৰক মনোনয়ন কৰিব পাৰে৷

কিষাণ বিকাশ পত্ৰ প্ৰকল্পৰ বাবে কেনেকৈ আবেদন কৰিব?

আপোনাৰ নিকটতম ডাকঘৰলৈ যাওক আৰু কিষাণ বিকাশ পত্ৰ যোজনা ফৰ্মখন ফিলআপ কৰক৷ প্ৰয়োজনীয় নথি জমা দিয়ক৷ একক অংকৰ টকা পৰিশোধ কৰক আৰু ৰছিদ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

October 8, 2026
Next Post
এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.