• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মা উঠা…’ হাস্পতালত দুবছৰীয়া কণমানিটিয়ে মৃত মাতৃক জগাবলৈ চেষ্টা কৰাৰ বিপৰীতে আনটো সন্তান ওমলিছে মৃতদেহৰ সৈতেই…

‘মা উঠা…’ হাস্পতালত দুবছৰীয়া কণমানিটিয়ে মৃত মাতৃক জগাবলৈ চেষ্টা কৰাৰ বিপৰীতে আনটো সন্তান ওমলিছে মৃতদেহৰ সৈতেই…

3 years ago
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

12 hours ago
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

14 hours ago
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

15 hours ago
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

16 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

17 hours ago
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

17 hours ago
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

1 day ago
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

1 day ago
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

2 days ago
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

2 days ago
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, December 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মা উঠা…’ হাস্পতালত দুবছৰীয়া কণমানিটিয়ে মৃত মাতৃক জগাবলৈ চেষ্টা কৰাৰ বিপৰীতে আনটো সন্তান ওমলিছে মৃতদেহৰ সৈতেই…

editor by editor
October 20, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
‘মা উঠা…’ হাস্পতালত দুবছৰীয়া কণমানিটিয়ে মৃত মাতৃক জগাবলৈ চেষ্টা কৰাৰ বিপৰীতে আনটো সন্তান ওমলিছে মৃতদেহৰ সৈতেই…
0
SHARES
16.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘মা উঠা, মা উঠা…।’ দুটি সন্তানে মাকক ঠেলা-হেঁচা কৰি উঠোৱাৰ চেষ্টা কৰিছে। নাই সাৰ-সুৰেই নাই মাতৃৰ! হৈছে কি? গাৰ ওপৰত উঠি দিলেই অন্য দিনা মাকে সাৰ পায় দুয়োকে কাষ চপাই লয়। আজি সাবটিও লোৱা নাই কিয়? এগৰাকী মহিলাৰ মৃতদেহৰ কাষত এটি দুবছৰীয়া শিশু আৰু ৩ মহীয়া শিশুৰ মৃত মাতৃক উঠাবলৈ কৰা অপচেষ্টাৰ ভিডিঅ’ই কন্দোৱাইছে বহুতকেই।

সন্তানৰ কান্দোন শুনিও মাকে আৰু সাৰ নাপায়। কাৰণ মাতৃগৰাকীৰ কেতিয়াবাই মৃত্যু ঘটিছে। হাস্পতালৰ বিছনাৰ নিথৰ দেহটোহে পৰি আছে। আইতাকে কণমানি দুটাৰ কান্দোন সহিব নোৱাৰি বাৰে বাৰে বুজনি দিছে, ‘মাৰ টোপনি আহিছে শুবলৈ দিয়া।’ এই হৃদয়বিদাৰক ঘটনাটো ৰাজস্থানৰ টঙ্ক জিলাৰ। টঙ্ক জিলাৰ নয়নুৱা চহৰৰ এটি স্বাস্থ্যকেন্দ্ৰত এই ঘটনা।

উল্লেখ্য যে মহিলাগৰাকীৰ মৃত্যুক ৬ ঘণ্টাৰ পিছতো হাস্পতালতেই পেলাই থোৱা হৈছে মহিলাগৰাকীৰ মৃতদেহ। আৰক্ষীৰ অনুপস্থিতিত মৃতদেহ নিয়াৰো অনুমতি দিয়া নাই হাস্পতাল কৰ্তৃপক্ষই। ১৫ কিঃমিঃ দূৰৈৰ পৰা আৰক্ষী অহাৰ পিছতহে মহিলাগৰাকীৰ মৃতদেহ লৈ যোৱাৰ অনুমতি দিয়ে হাস্পতাল কৰ্তৃপক্ষই।

আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদনত মৃত মহিলাগৰাকীৰ নাম ছাবানা। বিগত শনিবাৰে পেটৰ বিষৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ছাবানাক। মহিলাগৰাকীৰ ভাতৃ ছেলিমে হাস্পতালত ভৰ্তি কৰাই ছাবানাক। ছাবানাক হাস্পতাললৈ অনাৰ সময়ত দুটি কণমানিকো লগতেই লৈ আনিছিল ভাতৃয়ে।
হাস্পতালত ভৰ্তি কৰোৱালৈ ছাবানৰ শৰীৰৰ অধিক অৱনতি ঘটে। অৱশেষত হাস্পতালতেই মৃত্যুক সাবটি লয় ছাবানাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি
জীৱনশৈলী

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

December 7, 2025
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা
জীৱনশৈলী

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

December 7, 2025
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

December 7, 2025
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

December 7, 2025
Next Post
আমাৰ দিনত 3G, 4G, 5G নাছিল, গুৰুজী পিতাজীৰ চৰতেই নেটৱৰ্ক আহিছিল

আমাৰ দিনত 3G, 4G, 5G নাছিল, গুৰুজী পিতাজীৰ চৰতেই নেটৱৰ্ক আহিছিল

‘গণপিটন নাখাও, মোক লৈ যাওক ছাৰ!’ আৰক্ষীক ফোন কৰি চোৰ পালেগৈ থানা, তাৰপিছত…

‘গণপিটন নাখাও, মোক লৈ যাওক ছাৰ!’ আৰক্ষীক ফোন কৰি চোৰ পালেগৈ থানা, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.