• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গণপিটন নাখাও, মোক লৈ যাওক ছাৰ!’ আৰক্ষীক ফোন কৰি চোৰ পালেগৈ থানা, তাৰপিছত…

‘গণপিটন নাখাও, মোক লৈ যাওক ছাৰ!’ আৰক্ষীক ফোন কৰি চোৰ পালেগৈ থানা, তাৰপিছত…

4 years ago
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

54 minutes ago
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

1 hour ago
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

9 hours ago
“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

9 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

10 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

10 hours ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

11 hours ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

12 hours ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

14 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘গণপিটন নাখাও, মোক লৈ যাওক ছাৰ!’ আৰক্ষীক ফোন কৰি চোৰ পালেগৈ থানা, তাৰপিছত…

editor by editor
October 20, 2022
in অপৰাধ, বিবিধ, বিশ্ব
0
‘গণপিটন নাখাও, মোক লৈ যাওক ছাৰ!’ আৰক্ষীক ফোন কৰি চোৰ পালেগৈ থানা, তাৰপিছত…
0
SHARES
466
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চুৰ কৰিবলৈ গৈছিল৷ বস্তু বাহানি সামৰোতে পুৱাই হ’লগৈ৷ বাটলৈ চাই দেখিলে মানুহ ইতিমধ্যে শুৱাৰ পৰা উঠি মৰ্ণিং ৱাকলৈ ওলাইছে৷ চুৰি কৰা বস্তুবোৰ লৈ বাহিৰলৈ কেনেকৈ ওলায়? ওলালেই গণপিটনৰ ভয়৷ তেনেতেই চোৰৰ মূৰত ওলালে অন্য বুদ্ধি৷ নাই গণপিটন খোৱাতকৈ আৰক্ষীক ফোন কৰাই ভাল৷ ভবামতেই চোৰে ডায়েল কৰিলে ৯৯৯৷ আৰক্ষীয়ে ফোন উঠোৱাত চোৰে চুৰিকাৰ্যৰ বিশয়ে নিজেই জনাই আৰক্ষীক৷ লগে লগেই আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ থানালৈ লৈ যায় চোৰটোক৷

ঘটনাটোৰ স্থান বাংলাদেশৰ বৰিশাল উপজিলাৰ এআৰ খান বজাৰৰ৷ বাংলাদেশৰ সংবাদপত্ৰ ‘প্ৰথম আলো’ ত প্ৰকাশ পোৱা অনুযায়ী বজাৰৰে এখন দোকানত চুৰ কৰিবলৈ সোমাইছিল চোৰ ইয়াছিন খাঁয়ে৷ চুৰিকাৰ্য সমাপন কৰি বস্তু বাহানি সামৰি উঠালৈ পুৱা হ’লগৈ৷ চোৰে জৰুৰীকালিন সেৱাৰ নম্বৰ ডায়েল কৰি নিজেই আৰক্ষীৰ ওচৰত ধৰা দিছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদন মতে চুৰ ইয়াছিনে ফোনত আৰক্ষীক কৈছিল যে তেওঁ বহুত বিপদত পৰিছে৷ তেওঁক সোনকালে উদ্ধাৰ কৰিব লাগে৷ আৰক্ষীয়ে পলম নকৰি লগে লগেই ইয়াছিনক উদ্ধাৰৰ বাবে সেই স্থানত উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে সমূহ কথা৷ আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিয়াৰ পিছতেই ইয়াছিনে এজন পেছাদাৰী চোৰ বুলি প্ৰকাশ কৰিছে৷

আনহাতে যিখন দোকানত ইয়াছিনে চুৰিকাৰ্য কৰিছিল সেই দোকানৰ মালিক ঝাণ্টু মিঞাই আৰক্ষীক দেখি আচৰিত হৈ পৰে৷ আৰক্ষীৰ সেই বিষয়ে সোধপোছ কৰাতহে তেওঁৰ দোকানত চোৰৰ প্ৰবেশ ঘটাৰ কথা জানিব পাৰে৷ অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ বাবেই ইয়াছিনে কোনো সামগ্ৰীয়েই দোকানখনৰ পৰা নিব নোৱাৰিলে৷ ইপিনে আৰক্ষীয়েও জনোৱা অনুসৰি তেওঁলোকৰ চাকৰি জীৱনত এয়াই প্ৰথমটো এনে ঘটনা বুলি উল্লেখ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?
জীৱনশৈলী

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

July 4, 2026
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

July 4, 2026
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!
জীৱনশৈলী

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

July 4, 2026
“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?
বিনোদন

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

July 3, 2026
Next Post
ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক! ৪৫ দিনীয়া শাসনকালত কি কি সমস্যা পাইছিল লিজ ট্ৰাছে?

ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক! ৪৫ দিনীয়া শাসনকালত কি কি সমস্যা পাইছিল লিজ ট্ৰাছে?

আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো…

আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.