• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলকাতাৰ প্ৰতিবাদ অন্তৰ দিশে, মমতা চৰকাৰে মানি ল’লে প্ৰায় সকলো দাবী, কিন্তু…

কলকাতাৰ প্ৰতিবাদ অন্তৰ দিশে, মমতা চৰকাৰে মানি ল’লে প্ৰায় সকলো দাবী, কিন্তু…

2 years ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

10 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

9 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

13 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

16 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কলকাতাৰ প্ৰতিবাদ অন্তৰ দিশে, মমতা চৰকাৰে মানি ল’লে প্ৰায় সকলো দাবী, কিন্তু…

editor by editor
September 17, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
কলকাতাৰ প্ৰতিবাদ অন্তৰ দিশে, মমতা চৰকাৰে মানি ল’লে প্ৰায় সকলো দাবী, কিন্তু…
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতাৰ প্ৰতিবাদ অন্তৰ দিশে, মমতা চৰকাৰে মানি ল’লে প্ৰায় সকলো দাবী, কিন্তু…

আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ভুক্তভোগীৰ ন্যায় পাবলৈ ধৰ্মঘটত বহি থকা চিকিৎসকসকলক পতিয়ন নিয়াবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১৬ ছেপ্টেম্বৰ ২০২৪ সোমবাৰে নিশা ঘোষণা কৰে যে আন্দোলনকাৰী চিকিৎসকসকলে উত্থাপন কৰা প্ৰায়বোৰ দাবী ৰাজ্য চৰকাৰে মানি লৈছে।

মমতা বেনাৰ্জীয়ে প্ৰতিবাদকাৰী চিকিৎসকৰ দাবী অনুসৰি কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱাল, স্বাস্থ্য সেৱা সঞ্চালক আৰু চিকিৎসা শিক্ষা সঞ্চালকক অপসাৰণ কৰা হ’ব বুলিও ঘোষণা কৰে।

মমতা বেনাৰ্জীয়ে কয়, ‘কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱাল আৰু উত্তৰ সংমণ্ডলৰ উপ আয়ুক্ত অভিষেক গুপ্তাক বদলি কৰা হ’ব। চিকিৎসকসকলে দাবী কৰিছিল যে গোৱালে তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ বাবে পদত্যাগ কৰিব বিচৰা বুলি আগতেই তেওঁলোকক কৈছিল। “আমি তেওঁৰ অনুৰোধ গ্ৰহণ কৰি তেওঁ দাবী কৰা পদলৈ বদলি কৰিছো।”

মমতা বেনাৰ্জীয়ে কয় যে সোমবাৰে সন্ধিয়া চিকিৎসকৰ সৈতে অনুষ্ঠিত বৈঠক সফল হোৱাৰ লগতে তেওঁলোকৰ দাবীৰ প্ৰায় ৯৯ শতাংশ পূৰণ হৈছে। আৰ জিৰ কৰ অচলাৱস্থাৰ সমাধানৰ বাবে অনুষ্ঠিত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে মঙলবাৰে সন্ধিয়া ৪ বজাৰ পিছত নতুন কলকাতা আৰক্ষী আয়ুক্তৰ নাম ঘোষণা কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kolkataKolkata rape and murder caseMamata Benarjeeprotestrape and murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
Next Post
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন

আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.