• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

4 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

3 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

7 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

8 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

9 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

editor by editor
February 2, 2022
in অপৰাধ, ভাৰত
0
১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিক যৌন উৎপীড়ন চলাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এগৰাকী স্বামী৷

এই ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ জবলপুৰত৷ ঘটনাৰ বিৱৰণী অনুসৰি ৫০ বছৰীয়া শৰদ সিংঘই নামৰ এগৰাকী লোকে ২০২১ বৰ্ষৰ জুলাই মাহত ৩৫ বছৰীয়া এগৰাকী মহিলাক বিয়া কৰোৱাইছিল৷ আৰু তেতিয়াৰ পৰা শাৰদে পত্নীৰ ওপৰত অপ্ৰাকৃতিক যৌন উৎপীড়ন চলাই আহিছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীৰ দৃষ্টি শক্তিজনিত সমস্যা আছে আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি স্বামীয়ে বলপূৰ্বকভাৱে অপ্ৰাকৃতিক যৌন কৰ্মৰে উৎপীড়ন চলাই আহিছিল৷

পত্নীয়ে বাধা প্ৰদান কৰি আহিলেও স্বামীয়ে সেই অপ্ৰাকৃতিক যৌন উৎপড়ীন বন্ধ কৰা নাছিল শাৰদে৷ দিনে দিনে বৃদ্ধি পাই অহা এই অপ্ৰাকৃতিক যৌন উৎপড়ীন অসহ্যকৰ হৈ অহাত পত্নীগৰাকী স্থানীয় মদন মহল থানাৰ দ্বাৰস্থ হয়৷

পত্নীয়ে মদন মহল আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom lived 24assam live 24axom live 24sexual assault
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
প্ৰাক্তন প্ৰেমিক চলমানৰ সৈতেহে বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ কেটৰিনাৰ!

কিয় আত্মহত্যাৰ পথ বাছি লৈছিল উদীয়মান মডেল গুণগুণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন