• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চত ১৫ দিনৰ ভিতৰত দুবাৰ গ্ৰহণ, বিপদ বাঢ়িব এই ৫ৰাশিৰ জীৱনত

মাৰ্চত ১৫ দিনৰ ভিতৰত দুবাৰ গ্ৰহণ, বিপদ বাঢ়িব এই ৫ৰাশিৰ জীৱনত

2 years ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

19 minutes ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

42 minutes ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

1 hour ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

2 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

3 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

3 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

4 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

13 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

14 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

14 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্চত ১৫ দিনৰ ভিতৰত দুবাৰ গ্ৰহণ, বিপদ বাঢ়িব এই ৫ৰাশিৰ জীৱনত

মাৰ্চত ১৫ দিনৰ ভিতৰত দুবাৰ গ্ৰহণ, বিপদ বাঢ়িব এই ৫ৰাশিৰ জীৱনত

editor by editor
March 6, 2025
in জীৱনশৈলী
0
মাৰ্চত ১৫ দিনৰ ভিতৰত দুবাৰ গ্ৰহণ, বিপদ বাঢ়িব এই ৫ৰাশিৰ জীৱনত
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৫ মাৰ্চত পৰিছে ফাগুনৰ পূৰ্ণিমা৷ সেই দিনাই পালিত হ’ব দৌলযাত্ৰা৷ সেই দিনাই হ’ব এই বছৰৰ প্ৰথম গ্ৰহণ৷ আগন্তুক ফাগুনৰ পূৰ্ণিমাত অৰ্থাৎ দৌলৰ দিনাই গ্ৰহণ লাগিব চন্দ্ৰত৷ এই দিনটোত কুম্ভ এৰি মীন ৰাশিত গোচৰ কৰিব সূৰ্য৷ ইয়াৰ ঠিক ১৫ দিন পাছত আগন্তুক ২৯ মাৰ্চত হ’ব সূৰ্যগ্ৰহণ৷ সেই দিনাই আকৌ শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ মাত্ৰ ১৫ দিনৰ ব্যৱধানত দুটি গ্ৰহণ আৰু এই দুই দিনৰ দুটি গুৰুত্বপূৰ্ণ গ্ৰহৰ ৰাশি পৰিবৰ্তন৷ জ্যোতিষ গণনা অনুসৰি এই বিৰল যোগাযোগৰ ক্ষতিকৰ প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক গ্ৰহণৰ পাছত এটাৰ পাছত আনটো বিপদ আহিব কোন কোন ৰাশিৰ জীৱনত?

মেষ ৰাশি

মাৰ্চত হোৱা দুটা গ্ৰহণে সমস্যাত পেলাব পাৰে মেষ ৰাশিৰ জাতকক৷ এই সময়ত নানান কাৰণত আপোনাৰ খৰচ বাঢ়িব৷ বাজেট মানি খৰচ নকৰিলে সমস্যাত পৰিব পাৰে৷ আয়তকৈ ব্যয় বাঢ়ি যোৱাত আৰ্থিক সংকটত পৰিব মেষ ৰাশিৰ জাতক৷ স্বাস্থ্যও ভালে নাথাকিব পাৰে৷ চকু আৰু ভৰিৰ সমস্যাত ভূগিব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাত সহজেই অসুস্থ হৈ পৰিব পাৰে৷

কৰ্কট ৰাশি

গ্ৰহণৰ অশুভ প্ৰভাৱত আৰ্থিক সমস্যা প্ৰকট হৈ দেখা দিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি নিজৰ স্বাস্থ্যক লৈ সতৰ্ক থাকক৷ আত্মীয়ৰ পৰাও কোনো বেয়া খবৰ পাব পাৰে৷ এই সময়ত ভুলতো শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ নকৰিব৷ পিতৃৰ স্বাস্থ্যক লৈ দুশ্চিন্তা বাঢ়িব৷ আৰ্থিক লেনদেনত সতৰ্ক হওক৷

বৃশ্চিক ৰাশি

চন্দ্ৰ আৰু সূৰ্য গ্ৰহণৰ অশুভ প্ৰভাৱ লক্ষ্য কৰা যাব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ আৰ্থিক সমস্যাত পৰিব পাৰে আপুনি৷ টকা পইছাৰ অভাৱৰ কাৰণে পৰিয়ালত অশান্তিৰ পৰিবেশ তৈয়াৰ হ’ব৷ যিসকল ইতিমধ্যেই অসুস্থ, তেওঁলোকৰ ৰোগৰ প্ৰকোপ আৰু তীব্ৰ হৈ দেখা দিব৷ মনৰ মাজত নিগেটিভ চিন্তা বাঢ়িব আৰু অৱসাদত ভূগিব পাৰে৷ অফিচত বছৰ সৈতে সম্পৰ্কত ফাঁট মেলিব৷ নিজৰ সকলো কাম সতৰ্ক হৈ কৰক৷

ধনু ৰাশি

দুটাকৈ গ্ৰহণৰ বাবে সমস্যাত ভূগিব ধনু ৰাশিৰ জাতক৷ পাৰিবাৰিক অশান্তিয়ে দেখা দিব৷ কেৰিয়াৰতো পৰিস্থিতি প্ৰতিকূল হ’ব৷ আইনী ঝামেলাত পৰিব পাৰে৷ স্বাস্থ্য ভালে নাথাকিব৷ অস্বাস্থ্যকৰ জীৱনযাত্ৰা এৰাই চলক৷ অফিচৰ কামৰ বাবে ঘৰৰ পৰা দূৰৈলৈ যাব পাৰে৷ এই কাৰণত আপোনাৰ মনত টেনছন থাকিব৷ মাতৃৰ শৰীৰৰ প্ৰতি যত্ন ৰাখক৷

মীন ৰাশি

মীন ৰাশিৰ জাতক গ্ৰহণৰ ক্ষতিকৰ প্ৰভাৱত নানান সমস্যাত পৰিব পাৰে৷ সৰুসুৰা শাৰীৰিক সমস্যাও এই সময়ত হ’ব পাৰে৷ নানান ডাঙৰ সমস্যাও আহিব৷ এই সময়ত ঋণ শোধ কৰাৰ চেষ্টা কৰক৷ নতুনকৈ ঋণ নল’ব৷ অত্যন্ত মানসিক চাপৰ মাজত থাকিব মীন ৰাশিৰ জাতক৷ সন্তানৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মনত দুখ থাকিব৷ প্ৰেমৰ সম্পৰ্কত প্ৰতাৰণাৰ বলি হ’ব পাৰে৷ কাকো বিশ্বাস নকৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

September 18, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
Next Post
১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?

১১৫ মাহতেই আপোনাৰ টকা দ্বিগুণ হ’ব! জানক প’ষ্ট অফিচৰ এই প্ৰকল্প কি?

এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

এক কাপেই ধৰি ৰাখে যৌৱন, দৈনিক টোপনি যোৱাৰ পূৰ্বে চুমুক দিয়ক এই ছুপাৰফুডত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.