• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ

গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ

4 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

2 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

2 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

3 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

4 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

5 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

6 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

6 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

7 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

8 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

8 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

9 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ

editor by editor
June 15, 2022
in অসম, বিবিধ
0
গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুনিবলৈ এক আমোদজনক হ’লেও এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে গুৱাহাটী গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান ইণ্ডিগ’ৰ এখন উৰন্ত যাত্ৰীবাহী বিমানত৷

ঘটনাৰ বিৱৰণীৰ মতে ইণ্ডিগ’ 6E394 যাত্ৰীবাহী বিমানখনে বুধবাৰে দুপৰীয়া ১২.৫০ বজাত গুৱাহাটীৰ পৰা কলকতাৰ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল৷ কিন্তু উৰণ আৰম্ভ কৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনৰ ভিতৰতে এটা নিগনি প্ৰত্যক্ষ কৰে৷

নিগনিটো প্ৰত্যক্ষ কৰাৰ লগে লগে বিমানত থকা সকলো যাত্ৰীকে নমাই বিমান সংস্থাটোৰ কৰ্মচাৰীয়ে নিগনিটো ধৰিবলৈ চেষ্টা কৰে জানিব পৰা গৈছে৷ সন্ধিয়া সময়লৈকে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰীয়ে নিগনিটো ধৰিবলৈ সক্ষম হোৱা নাছিল৷

লগতে পঢ়ক বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

ইফালে বিমান সংস্থাটোৰ কৰ্মচাৰীয়ে বিমানখনৰ ভিতৰত থকা নিগনিটো ধৰিবলৈ চেষ্টা কৰাৰ বাবেই বিমানখনৰ উৰণত যথেষ্ট পলম হৈছে৷ ইণ্ডিগ’ বিমানখনৰ উৰণ পলম হোৱাৰ ফলতে কলকতাৰ পৰা সংযোগী বিমানেৰে ৰায়পুৰলৈ যাবলগীয়া পাঁচজনকৈ যাত্ৰীয়ে ৰায়পুৰ অভিমুখী বিমানখন মিছড কৰে৷

ৰায়পুৰলৈ বিমান মিছড্ কৰাৰ পাঁচগৰাকী যাত্ৰীক ইণ্ডিগ’ৱে কলকতাত থকাৰ লগতে কাইলৈ পুৱা ৭ বজাতে তেওঁলোকক ৰায়পুৰলৈ যাত্ৰা কৰাৰ বাবে বিমানৰো ব্যৱস্থা কৰি দিয়া বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে যাত্ৰীবাহী বিমানত নিগনি উলোৱা ঘটনা এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও যাত্ৰীবাহী বিমানত নিগনি উলোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndigo flight
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
Next Post
ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি

ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি

কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ড আৰু ম’ব লিঞ্চিং একে! কিয় বিতৰ্কিত মন্তব্য অভিনেত্ৰী ছাই পল্লৱীৰ?

কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ড আৰু ম’ব লিঞ্চিং একে! কিয় বিতৰ্কিত মন্তব্য অভিনেত্ৰী ছাই পল্লৱীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.