• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ বাবে নহয়, এটা বিশেষ কাৰণতহে অমিতাভে বিয়া কৰাইছিল জয়াক, নাইবা আজিৰ দিনত নহ’লহেঁতেন স্বামী-স্ত্ৰী

11 months ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

4 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

5 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

6 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

7 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

8 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

9 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

10 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰেমৰ বাবে নহয়, এটা বিশেষ কাৰণতহে অমিতাভে বিয়া কৰাইছিল জয়াক, নাইবা আজিৰ দিনত নহ’লহেঁতেন স্বামী-স্ত্ৰী

editor by editor
June 3, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
প্ৰেমৰ বাবে নহয়, এটা বিশেষ কাৰণতহে অমিতাভে বিয়া কৰাইছিল জয়াক, নাইবা আজিৰ দিনত নহ’লহেঁতেন স্বামী-স্ত্ৰী
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ বাবে নহয়, এটা বিশেষ কাৰণতহে অমিতাভে বিয়া কৰাইছিল জয়াক, নাইবা আজিৰ দিনত নহ’লহেঁতেন স্বামী-স্ত্ৰী

অমিতাভ বচ্চন আৰু জয়া বচ্চন বলীউডৰ অন্যতম আইকনিক দম্পতী। ৫ দশকৰো অধিক সময় একেলগে থকা আৰু অবিচ্ছেদ্য বন্ধন, এই সম্পৰ্কই প্ৰতিটো কঠিন পৰ্যায় অতিক্ৰম কৰি আজিয়ো একেলগে আছে। সুখৰ সংসাৰত আজিলৈকে নাই কোনো ভেদ। দুই সন্তান, নাতি-নাতিনীৰে সৈতে সুখৰ সংসাৰ।

পাছে এই দীৰ্ঘদিনীয়া বিবাহৰ বান্ধোনৰ আৰম্ভণি পাছে প্ৰেম নাছিল। এই বিশয়ে ৰাজহুৱাকৈ অমিতাভ বচ্চনে নিজেই সদৰি কৰিছিল। প্ৰেমৰ বাবে আগবঢ়া নাছিল অমিতাভ। দুয়োৰে এই সম্পৰ্ক মাজৰ কাৰণ আছিল এক অন্যহে।

কৌন বানেগা কোৰপতিৰ এটা খণ্ডত অমিতাভ বচ্চনে কৈছিল যে জয়াক বিয়া কৰোৱাৰ আঁৰৰ মূল কাৰণ আছিল জয়া বচ্চনৰ দীঘল চুলিকোছা। অমিতাভে এই সন্দৰ্ভত কৈছিল যে তেওঁ জয়াৰ চুলিকোছাত অতিশয় আপ্লুত হৈছিল। জয়াৰ ক’লা, দীঘল আৰু ধুনীয়া চুলিয়ে অমিতাভক একেবাৰে মন্ত্ৰমুগ্ধ কৰি পেলাইছিল। যাৰ বাবেই আগবাঢ়িল বিবাহৰ বাবে ।

অমিতাভ বচ্চন আৰু জয়া বচ্চনে ১৯৭১ চনত হৃষিকেশ মুখাৰ্জীৰ ‘গুড্ডি’ৰ চেটত প্ৰথম লগ পাইছিল। যি সময়ত জয়া ইতিমধ্যে এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী আছিল, আনহাতে অমিতাভে এই উদ্যোগত নিজৰ নাম উজলাবলৈ কাম কৰি আছিল।

১৯৭৩ চনত জঞ্জীৰৰ সফলতাৰ পিছত অমিতাভ বচ্চনে হঠাতে জয়া বচ্চনৰ সৈতে লণ্ডন ভ্ৰমণৰ পৰিকল্পনা কৰে। কিন্তু জয়াৰ পিতৃ-মাতৃয়ে অবিবাহিতা জয়াক তেনেদৰে পঠাবলৈ অপৰাগ হয়, আৰু তেনেদৰে অকলে ফুৰিবলৈ যাবলৈ বিচাৰিলে আগতে বিয়া পাতিবলৈ জোৰ দিয়ে। যাৰ বাবে ১৯৭৩ চনৰ ৩ জুনত ব্যক্তিগত অনুষ্ঠানত দুয়ো বিবাহপাশত আবদ্ধ হয় আৰু সেইদিনাই সন্ধিয়া লণ্ডনলৈ ৰাওনা হয়।

আজি বিবাহৰ ৫২ বছৰ সম্পূৰ্ণ কৰে বিগ বি অমিতাভ আৰু জয়া বচ্চনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
চিনি পাইছেনে কোন! জাৰ্চি বাংগালুৰুৰ, পাগুৰি পাঞ্জাৱৰ, দুয়ো দলৰ সমৰ্থনত দৰ্শকৰ আসনত

আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন