• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক আৱেগিক মুহূৰ্ত…‘বিৰাট’লৈ বিদায় সম্ভাষণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ৷ সকলোৰে বাবে কিয় বিশেষ এই ‘বিৰাট’?

এক আৱেগিক মুহূৰ্ত…‘বিৰাট’লৈ বিদায় সম্ভাষণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ৷ সকলোৰে বাবে কিয় বিশেষ এই ‘বিৰাট’?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

4 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এক আৱেগিক মুহূৰ্ত…‘বিৰাট’লৈ বিদায় সম্ভাষণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ৷ সকলোৰে বাবে কিয় বিশেষ এই ‘বিৰাট’?

editor by editor
January 26, 2022
in অসম, গুৱাহাটী, ভাৰত
0
এক আৱেগিক মুহূৰ্ত…‘বিৰাট’লৈ বিদায় সম্ভাষণ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ৷ সকলোৰে বাবে কিয় বিশেষ এই ‘বিৰাট’?
0
SHARES
643
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰাকক্ষণত এক আৱেগিক মুহুৰ্তৰ সাক্ষী হ’ল দেশবাসী৷ এটি ঘোঁৰাক বিশেষ সম্ভাষণ জনোৱা পৰিলক্ষিত হ’ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিৰ৷ উপস্থিত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলো৷

সকলোৰে বাবে বিৰাট আছিল এটি বিশেষ ঘোঁৰা৷ কাৰণ ২০০৩ চনৰ পৰাই দেশৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল বিৰাট৷ ১৩ বাৰকৈ গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত আছিল সকলোৰে মৰমৰ বিৰাট৷ ১৫ জানুৱাৰীৰ সেনা দিৱসত সেনা প্ৰধানৰ ভূয়সী প্ৰসংশাৰে বিভূষিত হৈছিল নিৰাপত্তাৰক্ষী বিৰাট৷

ব্যতিক্ৰমী সেৱা আৰু দক্ষতাৰ বাবে সেনা প্ৰধানে সন্মানিত কৰিছিল বিৰাটক৷ কিন্তু আজি ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত সকলোকে আৱেগিক কৰি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে বিৰাটে৷ উল্লেখ্য, পেৰেডৰ সময়ত সকলোতকৈ বিশ্বাসযোগ্য ঘোঁৰা হিচাপে প্ৰশংসিত হৈছিল বিৰাট৷

চলিত বৰ্ষৰ Chief of the Army Staff Commendation  মেডেলো লাভ কৰিছিল বিৰাটে৷

President’s Bodyguard horse Virat retires from service today. It was given the Chief of the Army Staff Commendation Medal this year.

President Kovind, PM Modi and Defence Minister Rajnath Singh bid him farewell on the occasion

(Pic source: President of India) pic.twitter.com/L7G2OTpJJn

— ANI (@ANI) January 26, 2022

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamChief of the Army Staff Commendationnarendra-modipresident's bodyguardramnath kovindvirat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

গুৱাহাটী আই আই টিত অঘটন : গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু!

হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

হিংসাত্মক প্ৰতিবাদত উত্তপ্ত গয়াৰ ৰেল’ৱে ষ্টেশ্যন : যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.