• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহিছে শনি জয়ন্তী, শুভ যোগত বিপদ শেষ হ’ব ৩ৰাশিৰ জাতকৰ, থাকিব শনিৰ কৃপা

আহিছে শনি জয়ন্তী, শুভ যোগত বিপদ শেষ হ’ব ৩ৰাশিৰ জাতকৰ, থাকিব শনিৰ কৃপা

11 months ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

40 minutes ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

1 hour ago
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

10 hours ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

10 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

11 hours ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

11 hours ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

12 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

12 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

13 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

14 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহিছে শনি জয়ন্তী, শুভ যোগত বিপদ শেষ হ’ব ৩ৰাশিৰ জাতকৰ, থাকিব শনিৰ কৃপা

আহিছে শনি জয়ন্তী, শুভ যোগত বিপদ শেষ হ’ব ৩ৰাশিৰ জাতকৰ, থাকিব শনিৰ কৃপা

editor by editor
May 13, 2025
in জীৱনশৈলী, বিবিধ
0
আহিছে শনি জয়ন্তী, শুভ যোগত বিপদ শেষ হ’ব ৩ৰাশিৰ জাতকৰ, থাকিব শনিৰ কৃপা
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেঠ মাহৰ অমাবস্যা তিথিত পালিত হয় শনি জয়ন্তী৷ শাস্ত্ৰ অনুসৰি এই দিনটোকেই শনিদেৱৰ আবিৰ্ভাৱ তিথি হিচাপে গণ্য কৰা হয়৷ শনি জয়ন্তীত গ্ৰহৰাজৰ আৰাধনা কৰিলেই তেওঁ তুষ্ট হয় বুলি ধৰা হয়৷ বিশেষকৈ শনিৰ দশা চলিলে শনি জয়ন্তীত শনিৰ পূজা কৰা অত্যন্ত শুভ৷

শনি জয়ন্তী কেতিয়া?

প্ৰতি বছৰে জেঠ মাহৰ অমাবস্যা তিথিত শনি জয়ন্তী পালিত হয়৷ এই বছৰ জেঠ মাহৰ অমাবস্যা পৰিছে ২৬ মে বিয়লি ১২ বাজি ১১ মিনিটত৷ অমাবস্যা থাকিব পাছৰ দিনা ২৭ মে পুৱা ৮ বাজি ৩১ মিনিটত৷ উদয়া তিথি অনুসৰি শনি জয়ন্তী পালিত হ’ব ২৭ মে মঙলবাৰে৷

শনি জয়ন্তীত শুভ যোগ

এই বছৰ শনি জয়ন্তীত আছে শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ৷ এই দুই যোগৰ প্ৰভাৱত বিভিন্ন ৰাশিৰ জাতক নানান দিশৰ পৰা লাভৱান হ’ব৷ জানি থওক শনি জয়ন্তীত গ্ৰহৰাজৰ কৃপাত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক? শনিৰ কৃপাত আৰ্থিক সংকট আৰু কেৰিয়াৰৰ সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতক৷ জানি থওক শনি জয়ন্তীত কৃপা থাকিব কোন কোন ৰাশিত?

মিথুন ৰাশি

শনি জয়ন্তীত মিথুন ৰাশিৰ জাতকে কৰ্মফলদাতাৰ আশীৰ্বাদ পাব৷ অৰ্থ উপাৰ্জনৰ যাৱতীয় বাধা এই সময়ত দূৰ হব৷ পৰিয়ালৰ মাজত কোনো বিবাদ বা ভুল বুজাবুজি থাকিলে এই সময়ত দূৰ হ’ব৷ সম্পত্তি সংক্ৰান্তিয় সমস্যা থাকিলে দূৰ হ’ব৷ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান কৰিব পাৰিব৷ ঘৰত কাৰোবাৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

তুলা ৰাশি

শনি দেৱতাৰ অতি প্ৰিয় তুলা ৰাশিৰ জাতক৷ শনি জয়ন্তীত শনিৰ দয়া থাকিব এই ৰাশিত৷ দাম্পত্য জীৱনত এই সময়ত সুখ আৰু ভালপোৱা বাঢ়িব৷ অবিবাহিতসকলৰ বিবাহৰ কথা ঠিৰাং হব৷ তুলা ৰাশিৰ জাতকৰ বাল্যপ্ৰেম এই সময়ত বান্ধোনত বান্ধ খাব পাৰে৷ শনিৰ কৃপাত আপোনাৰ স্বাস্থ্যও ভালে থাকিব৷

মকৰ ৰাশি

শনি জয়ন্তীত কোনো সুখবৰ পাব পাৰে মকৰ ৰাশিৰ জাতক৷ এই সময়ত কেতিয়াৰত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজত আপোনাৰ কামৰ প্ৰশংসা আৰু মান্যতা পাব৷ এই সময়ত ডাঙৰ আৰ্থিক লাভ কৰিব পাৰে৷ শনি জয়ন্তীত শুভ যোগ আৰু শুক্ল যোগৰ মহাসন্ধিত আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ
জীৱনশৈলী

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

April 18, 2026
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত
জীৱনশৈলী

অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

April 18, 2026
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল
জীৱনশৈলী

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

April 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

April 17, 2026
Next Post
দুমাহ পূৰ্বে উচ্চশিক্ষাৰ বাবে পুঞ্চৰ ভাড়াঘৰলৈ আহিছিল! পাকিস্তানৰ বোমাবৰ্ষণত একেলগে প্ৰাণ গ’ল কাশ্মীৰৰ যমজ দুই সন্তানৰ

দুমাহ পূৰ্বে উচ্চশিক্ষাৰ বাবে পুঞ্চৰ ভাড়াঘৰলৈ আহিছিল! পাকিস্তানৰ বোমাবৰ্ষণত একেলগে প্ৰাণ গ’ল কাশ্মীৰৰ যমজ দুই সন্তানৰ

নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

নগ্নতা নিষিদ্ধ! কাঁৰ উৎসৱৰ ৰঙা দলিচাত খোজ দিবলৈ এইবাৰ মানিব লাগিব কি কি নিৰ্দেশনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.