• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

2 years ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

23 minutes ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

1 hour ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

2 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

5 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

17 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

18 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

editor by editor
July 3, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৪ ত খিতাপ দখল কৰিছে ৷ খেলুৱৈৰ উপৰি দলৰ জয়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্ৰশিক্ষকেও। ইফালে দলৰ সহযোগী সকলৰ ভিতৰত এজন সহযোগী খেলুৱৈ আছিল যিয়ে ভাৰতক চেম্পিয়ন কৰাৰ বাবে পৰ্দাৰ আঁৰত সকলো প্ৰচেষ্টা চলাইছিল।

সেয়া কোনো খেলুৱৈ বা প্ৰশিক্ষক নহয় বৰঞ্চ প্ৰেক্টিছৰ সময়ত খেলুৱৈক থ্ৰ’ডাউন দিয়া ৰাঘবেন্দ্ৰহে। সেই ৰাঘবেন্দ্ৰৰে এটা সময়ত আৰ্থিক সমস্যা ইমানেই আছিল যে, ভাৰতীয় দলত যোগ দিয়াৰ পূৰ্বে কবৰস্থান আৰু বিমানবন্দৰত শুই নিশা কটাইছিল। ভাৰতে বিশ্বকাপ জয়ৰ পাছতে বিৰাট কোহলীয়ে ৰাঘবেন্দ্ৰৰ কাহিনী সকোলোৰে সমুখলৈ আনে।

ৰাঘবেন্দ্ৰ কৰ্ণাটকৰ কুমতাৰ বাসিন্দা। সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি তেওঁৰ এক বিশেষ প্ৰেম। পিতৃৰ মতানৈক্যৰ মাজতো ক্ৰিকেটৰ পৰা আঁতৰি থাকিব পাৰ নাছিল ৰাঘবেন্দ্ৰ। পিতৃ পেছাত শিক্ষক হোৱাৰ বাবে ৰাঘবেন্দ্ৰৰ ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণ তেওঁ বুজিব পৰা নাছিল। ৰাঘবেন্দ্ৰক পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ যোৰ দিছিল। যাৰ বাবে এদিন ৰাঘবেন্দ্ৰই ঘৰ আৰু শিক্ষা সকলো এৰি ঘৰৰ পৰা পলাই আহিছিল মুম্বাইলৈ বুলি।

https://x.com/mufaddal_vohra/status/1808104166226526276

মুম্বাইলৈ অহাৰ পিছত ৰাঘবেন্দ্ৰৰ থাকিবলৈ ঠাই নাছিল। কেতিয়াবা মন্দিৰৰ বাহিৰত শুই নিশা কটায় আৰু কেতিয়াবা কবৰস্থানত। কেতিয়াবা গোটেই নিশা বাছ ষ্টেণ্ডত শুই কটাই। ৰাঘবেন্দ্ৰই মুম্বাইৰ বহু ক্লাবত ক্ৰিকেট খেলিবলৈ চেষ্টা কৰিছিল যদিও সফলতা পোৱা নাছিল। ৰাঘবেন্দ্ৰই হাৰ নামানি মুম্বাইৰ পৰা বেংগালুৰু পাইগৈ। তাত নেচনেল ক্ৰিকেট একাডেমীত থ্ৰ’ ডাউন কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই আৰম্ভ হৈছিল ৰাঘবেন্দ্ৰৰ থ্ৰ’ ডাউন হৈ ভাৰতীয় দলত যোগদানৰ যাত্ৰা।

২০০৮ চনত ৰাঘবেন্দ্ৰৰ ভাগ্য সলনি হয়। বিচিচিআইয়ে ৰাঘবেন্দ্ৰক ভাৰতীয় দলত সহকাৰী প্ৰশিক্ষণ সহায়ক হিচাপে লয়। অনুশীলনৰ সময়তে ৰাঘবেন্দ্ৰৰ কাম দেখি দ্ৰাবিড় অতিশয় আকৰ্ষিত হৈ হৈছিল। দ্ৰাবিড়ৰ অনুৰোধত বিচিচিআইয়ে ২০০৮ চনত ভাৰতীয় দলৰ থ্ৰ’ ডাউনৰ কাম ৰাঘবেন্দ্ৰৰ হাতত অৰ্পণ কৰে।

তাৰ পাছতে ৰাঘবেন্দ্ৰেই শচীন টেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি বিৰাট-ৰোহিত হঁতক ঘণ্টাৰ পিছত ঘণ্টা নেটত বলিং কৰিছিল। দ্ৰাবিড় আৰু শচীনৰ ইতিবাচক সঁহাৰিৰ ওপৰত বিচিচিআইয়ে ৰাঘবেন্দ্ৰৰ চাকৰি স্থায়ী কৰে। ২০১১ চনৰ ডিচেম্বৰৰ পৰা টিম ইণ্ডিয়াৰ সৈতে অবিৰতভাৱে জড়িত হৈ থকা ৰাঘবেন্দ্ৰই প্ৰতিটো ভ্ৰমণৰ প্ৰতিটো দলৰ সৈতে ভ্ৰমণ কৰি আহিছে।

https://x.com/ImTanujSingh/status/1807837131135496544

বৰ্তমানে ভাৰতীয় দলৰ “থ্ৰ’ডাউন স্পেচিয়েলিষ্ট” হিচাপে ৰাঘবেন্দ্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিৰাটে এই লোক গৰাকী সন্দৰ্ভত সদ্যহতে নিজৰ মন্তব্য দাঙি ধৰে। বিৰাটে কয়- অনুশীলনত খেলুৱৈসকলক ‘থ্ৰ’ডাউন’ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আৰু প্ৰতিভা অপৰিসীম। ৰঘুৰ বল খেলাৰ পাছত তেওঁ অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ দৰে দেশৰ পিটচৰ গতি আৰু বাউন্স অনুযায়ী খেল খেলাত অতিৰিক্ত সহায় লাভ কৰে।

ফাইনেলৰ দিনা হয়তো ৰঘুৱেন্দ্ৰ নাথাকিলে খেলতজয়ী হোৱাৰ আশা কমি গল হৈ বুলিও মন্তব্য কৰে বিৰাট কোহলীয়ে। কোহলীয়ে কয়- মেচৰ সময়ত বৰষুণ দিছিল, এনে পৰিস্থিতিত ৰাঘবেন্দ্ৰই বাউণ্ডেৰী লাইনত বহি খেলুৱৈসকলৰ জোতা এটা এটাকৈ ব্ৰাছেৰে চাফা কৰি থাকিল যাতে খেলুৱৈসকলে দৌৰাত কোনো অসুবিধাৰ সন্মুখীন নহয়। ভাৰতৰ বিজয়ত তেওঁৰ কৰ্মই ডাঙৰ ভূমিকা পালন কৰিছিল।

ৰাঘবেন্দ্ৰই তেঁওক কামৰ নিষ্ঠাৰ বাবে বহু দেশৰ পৰা তেওঁলোকৰ দলৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ লাভ কৰিছিল। কিন্তু দেশৰ বাবে হৈ থকাৰ ইচ্ছাৰে সদায়ে টিম ইণ্ডিয়াৰ সৈতে জড়িত হৈ থাকিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?
বিনোদন

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
Next Post
বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ’

ৰোহিতৰ পৰা বিশ্বকাপ হাতত লৈয়ে হাঁহি বিৰিঙিল মোদীৰ মুখত, চাঁওক বিশেষ ফটো আৰু ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.