Tag: asom live 24

লাভলীনালৈ পৰেশ বৰুৱাৰ শুভেচ্ছাবাণী

লাভলীনালৈ পৰেশ বৰুৱাৰ শুভেচ্ছাবাণী

অসম লাইভ ২৪ঃ লাভলীনা বৰগোহাঁইৰ সফলতাক লৈ উৎফুল্লিত ৰাজ্যবাসী। সংযুক্ত মুক্তি বাহিনী, অসম(স্বাঃ)ৰ তৰফৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰে লাভলীনাক। টকিঅ’ ...

আইজলত অসম-মেঘালয় চৰকাৰৰ মাজত বৈঠক সম্পন্ন

আইজলত অসম-মেঘালয় চৰকাৰৰ মাজত বৈঠক সম্পন্ন

মিজোৰামৰ ৰাজধানী আইজলত গুৰুত্বপূৰ্ণ বৈঠক। অসম-মিজোৰাম চৰকাৰৰ মাজত বৈঠক অনুষ্ঠিত। উদ্দেশ্য অসম-মিজোৰাম সীমা সংঘাত দূৰীকৰণ। আইজলত উপস্থিত মন্ত্ৰী অতুল বৰা। ...

হিন্দু হিন্দুৰ শত্ৰু

হিন্দু হিন্দুৰ শত্ৰু

গোৱালপাৰাৰ শ্ৰীসূর্যগিৰিৰ দশভূজ গাঁৱত সম্প্ৰীতিৰ নির্দশন। হিন্দু মহিলাক সৎকাৰ মুছলমানৰ। সৎকাৰত হিন্দু সমাজৰ নাছিল সহযোগ। মুছলমানে সৎকাৰ কৰাৰ অপৰাধত অর্থদণ্ড ...

এটা বিতৰ্কিত মন্তব্যত দুবাৰকৈ সদন স্থগিত হ’ল

এটা বিতৰ্কিত মন্তব্যত দুবাৰকৈ সদন স্থগিত হ’ল

এটা বিতৰ্কিত মন্তব্যত দুবাৰকৈ সদন স্থগিত হ’ল। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধী বিধায়কসকল সন্দৰ্ভত কৰে আপত্তিজনক মন্তব্য। অধ্যক্ষক মন্তব্য উঠাই লোৱাৰ ...

বাইহাটা চাৰিয়ালিৰ সমীপৱর্তী মদনপুৰ টোলগে’টত সংঘটিত চাঞ্চল্যকৰ ঘটনা

বাইহাটা চাৰিয়ালিৰ সমীপৱর্তী মদনপুৰ টোলগে’টত সংঘটিত চাঞ্চল্যকৰ ঘটনা

বাইহাটা চাৰিয়ালিৰ সমীপৱর্তী মদনপুৰ টোলগে’টত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। টোল সংগ্ৰহ কৰিবলৈ লওঁতেই এগৰাকী কর্মচাৰীক চোঁচৰাই লৈ যায় এখন বিলাসী ...

নাৰী মনোৰঞ্জনৰ সামগ্ৰী নহয়, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ ধর্ষণৰ সমতুল্যঃ AHC

নাৰী মনোৰঞ্জনৰ সামগ্ৰী নহয়, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ ধর্ষণৰ সমতুল্যঃ AHC

অসম লাইভ ২৪ঃ নাৰীৰ মর্যাদা ৰক্ষাৰ বাবে বিশেষ আইন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। বিয়াৰ প্ৰলোভনেৰে মহিলাক কৰা যৌন উৎপীড়নৰ বিৰুদ্ধে এই ...

সুদীৰ্ঘ ৪১ বছৰীয়া অপেক্ষাৰ অন্ত, অলিম্পিকত পদক লাভ ভাৰতীয় পুৰুষ হকী দলৰ

সুদীৰ্ঘ ৪১ বছৰীয়া অপেক্ষাৰ অন্ত, অলিম্পিকত পদক লাভ ভাৰতীয় পুৰুষ হকী দলৰ

অসম লাইভ ২৪ঃ চিমৰণজিৎ সিং, হাৰ্দিক সিং, হৰমনপ্ৰীত সিং আৰু ৰূপিন্দৰ পাল সিঙৰ নিৰ্ণায়ক গ’লেৰে ৪১ বছৰীয়া অপেক্ষাৰ অন্ত পেলালে ...

ভূপেন বৰাক APCCৰ দায়িত্ব

ভূপেন বৰাক APCCৰ দায়িত্ব

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক জাকজমকতাপূর্ণ অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবর্গ আৰু দলীয় কর্মীৰ উপস্থিতিত apccৰ সভাপতিৰ দায়িত্ব ...

Page 635 of 789 1 … 634 635 636 … 789

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]