মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?
অসম লাইভ২৪ঃ বিশ্বৰ শক্তিশালী কৌশলগত অস্ত্ৰ তৈয়াৰ কৰিছে উত্তৰ কোৰিয়াই। এই দাবী নিজেই কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে। কিমে ...
















