Tag: axom live 24 digital

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

ছানিয়াৰ ওপজা দিনত ছোৱেইবৰ আৱেগসনা পষ্ট! প্ৰাক্তন পত্নী হ’ল ছানিয়া বুলি সামাজিক মাধ্যমত গুজৱ…

অসম লাইভ২৪ঃ ছানিয়া-ছোৱেইবৰ বিবাহ বিচ্ছেদৰ খবৰে তোলপাৰ লগাই থকাৰ মাজতেই আজি ছানিয়া মিৰ্জাৰ ওপজা দিন। ওপজা দিনটোত ছানিয়াক স্বামী ছোৱেইবে ...

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

কৰ্কট আক্ৰান্ত প্ৰেয়সী! মৃত্যুলৈ ক্ষণ গণা প্ৰেয়সীক নিজৰ কৰি ল’বলৈ হাস্পতালতেই কৰালে বিয়া…ভাইৰেল ফটোগ্ৰাফ দেখি নেটিজেনে জনাইছে শুভকামনা

অসম লাইভ২৪ঃ হাস্পতাল নে বিয়াৰ মঞ্চ! দেখিলে ধৰিবই নোৱাৰি। গোটেই হাস্পতালখনেই সজাই তোলা হৈছে। হাস্পতালৰ চৌপাশে ৰোগীৰ সলনি দেখা গৈছে ...

অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

অস্কাৰৰ বাবে মনোনিত পাক ছবি ‘জয়লেণ্ড’ নিষিদ্ধ হ’ল পাকিস্তানত! কিয় এই ছবি প্ৰদৰ্শনত আপত্তি পাক প্রশাসনৰ?

অসম লাইভ২৪ঃ অস্কাৰৰ মঞ্চত কোনো দেশৰ ছবিয়ে মনোনয়ন পোৱটোৱেই গৌৰৱৰ কথা। এইবাৰ ভাৰতৰ চুুবুৰীয়া দেশ পাকিস্তানৰ এখন ছবি অস্কাৰৰ বাবে ...

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

ছবিত পাৰিশ্ৰমিক কমাবলৈ ৰাজী হ’ল খিলাড়ী অক্ষয়, বক্সঅফিচত নামিছে নেকি বিপৰ্জয়?

অসম লাইভ২৪ঃ কৰ’না মহামাৰীৰ পিছতেই বলীউডত খহনীয়া। বিগত কিছু বছৰ ধৰি বিগ বাজেটৰ ছবি দৰ্শকে আদৰি লোৱা নাই। বক্স অফিছত ...

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

সুৰাপান নকৰিলেও এইকেইটা বদভ্যাস থাকিলে আপোনাৰ লিভাৰৰ ছিৰছিচ হ’বই…

অসম লাইভ২৪ঃ লিভাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। লিভাৰেই খাদ্য, হজম, মলমূত্ৰকে ধৰি শৰীৰৰ পৰা অলাগতীয়াল পদাৰ্থ বহিষ্কাৰ কৰালৈকে সকলো কামেই কৰে। ...

টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

টি-২০ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিলে ইংলেণ্ড দলে? পাকিস্তানে পাব কিমান ধন?

অসম লাইভ২৪ঃ এটা যুগৰ অন্ততঃ বিশ্বকাপ জয় কৰিলে ইংলেণ্ডে। ২০১৬ চনত ফাইনেল পালেও ৱেষ্ট ইণ্ডিডৰ হাতত ধৰাশায়ী হৈছিল ইংলেণ্ডৰ দলটো। ...

মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

মেলবৰ্ণত ব্ৰিটিছৰাজ! পাকিস্তানক ধৰাশায়ী কৰি দ্বিতীয়বাৰলৈ ইংলেণ্ডে আঁজুৰিলে বিশ্ব চেম্পিয়নৰ খিতাপ

অসম লাইভ২৪ঃ পাকিস্তানী ক্ৰিকেটপ্ৰেমীয়ে সপোন দেখিছিল, বিশ্বকাপ এইবাৰ পাকিস্তানেই জয় কৰিব। আকৌ ১৯৯২ ৰ সেই স্মৃতি আনন্দমনেৰে ৰোমন্থন কৰিব। কিন্তু ...

শৰীৰৰ ওজন দিনে দিনে কমিছে, নিক জ’নাছ আক্ৰান্ত হৈছে এই ভয়াৱহ ৰোগত?

শৰীৰৰ ওজন দিনে দিনে কমিছে, নিক জ’নাছ আক্ৰান্ত হৈছে এই ভয়াৱহ ৰোগত?

অসম লাইভ ২৪ঃ আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছক নজনা মানুহ হয়তো খুব কমেই ওলাব। কেৱল প্ৰিয়ংকাৰ স্বামী হিচাপেই ...

২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…

২০২৩ত পৃথিৱী মুখামুখি হ’ব এই সংকটৰ! নষ্ট্ৰাডামুছৰ এই ৫ ভৱিষ্যতবাণীয়ে কঢ়িয়াইছে অশনি সংকেত…

অসম লাইভ২৪ঃ ফ্ৰান্সৰ বিশ্ববিখ্যাত ভৱিষ্যতদ্ৰষ্টা নষ্ট্ৰাডামুছৰ প্ৰায়সমূহ ভৱিষ্যতবাণীয়েই সত্য প্ৰমাণিত হৈছে। ১৫৬৬ চনত মৃত্যুৰ পূৰ্বে নষ্ট্ৰাডামুছে ৬,৩৩৮ টা ভৱিষ্যতবাণী কৰি ...

যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…

যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…

অসম লাইভ২৪ঃ আজি মেলবৰ্ণৰ পৰা কোন দেশে নিব আইচিচি ট্ৰফী? পাকিস্তান নে ইংলেণ্ড? বাবৰ আজমৰ দেশেই নিব এইবাৰ বিশ্বকাপৰ ট্ৰফী ...

Page 233 of 418 1 232 233 234 418

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]