উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে তিনিটা দিন অতিক্ৰম কৰিলে৷ ইউক্ৰেইনৰ প্ৰধান চহৰসমূহৰ লগতে সামৰিক ঘাটি, অস্ত্ৰ ভাণ্ডাৰ, বিমান ঘাটি আদিক যুদ্ধবাজ ৰাছিয়াই ...
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে তিনিটা দিন অতিক্ৰম কৰিলে৷ ইউক্ৰেইনৰ প্ৰধান চহৰসমূহৰ লগতে সামৰিক ঘাটি, অস্ত্ৰ ভাণ্ডাৰ, বিমান ঘাটি আদিক যুদ্ধবাজ ৰাছিয়াই ...
ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নক্ষত্ৰ লিয়েণ্ডাৰ পেজ গাৰ্হস্থ্য হিংসাৰ অপৰাধ দোষী সাব্যস্ত হৈছে৷ শুকুৰবাৰে মুম্বাই মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতে ভাৰতীয় টেনিছ তাৰকাগৰাকীক ...
২৬ ফেব্ৰুৱাৰি অৰ্থাৎ অহা শনিবাৰে শনি দেৱতা মংগলৰ কাষলৈ আহিব৷ সেয় তলৰ ৰাশিৰ লোকসকলে অলপ সাৱধান হোৱা মংগলদায়ক৷ কৰ্কটঃ ...
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ দ্বিতীয়টো দিনে অতিক্ৰম কৰাৰ লগে লগে ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি অতি সতৰ্ক হৈ পৰিছে ...
বাল্যকালৰ বান্ধৱীক ডিঙি কাটি হত্যা কৰাৰ অপৰাধত আদালতে মৃত্যুদণ্ড দিছে এগৰাকী যুৱকক৷ আনহাতে হত্যাকাণ্ডটোত জড়িত থকা অন্য দুই অভিযুক্তক ১০ ...
২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত EDএ গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰা সুকেশ চন্দ্ৰশেখৰ আৰু বলিউদৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাণাৰ্ণ্ডেজৰ প্ৰেমৰ ...
আজি দ্বিতীয় দিনাও ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াৰ আক্ৰমণত শ শ লোকৰ ...
বলিউদৰ আটাইতকৈ অসফল চৰ্চিত প্ৰেম কাহিনীটো হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু ৰেখাৰ৷ বিগত প্ৰায় ৫ টা দশক চৰ্চাত থকা এই ...
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে কে’বাহাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে ভাৰতীয় নাগৰিক৷ ইউক্ৰেইনত আৱদ্ধ হৈ ৰোৱা প্ৰায় ২০ হাজাৰ ভাৰতীয়ক ...
ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিনিৰ পুটিনে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ লগে লগেই ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ওপৰত জঁপিয়াই পৰিল৷ ক্ষেপণাস্ত্ৰ, বিমানৰ লগতে ...
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.