সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ বাবে তৈয়াৰ কৰা হৈছে এশৰো অধিক পোছাক৷ কোনে ডিজাইন কৰা পোছাক পিন্ধিব সিদ্ধাৰ্থ-কিয়াৰাই?
অসম লাইভ২৪ঃ সকলোৰে দৃষ্টি এতিয়া কিয়াৰা-সিদ্ধাৰ্থৰ বিবাহ অনুষ্ঠানলৈ৷ সূৰ্যগড় প্ৰাসাদত বিবাহৰ অনুষ্ঠান সম্পন্ন হ’ব সিদ-কিয়াৰাৰ৷ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ লগতে পৰিয়ালৰ সদস্যৰ ...















